সমললৈ যাওক

হাছনা বেগম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাছনা বেগম
জন্ম ২৪ ফেব্ৰুৱাৰী, ১৯৩৫
ঢাকা, বংগ
মৃত্যু ১ ডিচেম্বৰ, ২০২০ (৮৫ বছৰ)
ঢাকা, বাংলাদেশ
শিক্ষা স্নাতক (১৯৬৮), ঢাকা বিশ্ববিদ্যালয়
স্নাতকোত্তৰ (১৯৬৯), ঢাকা বিশ্ববিদ্যালয়
PhD (১৯৭৮), মোনাশ বিশ্ববিদ্যালয়

হাছনা বেগম (বাংলা: হাসনা বেগম; ২৪ ফেব্ৰুৱাৰী, ১৯৩৫ – ১ ডিচেম্বৰ, ২০২০) এগৰাকী বাংলাদেশী দাৰ্শনিক আৰু নাৰীবাদী লেখিকা আছিল আৰু ২০০০ চনৰ ডিচেম্বৰ মাহত অৱসৰ লোৱালৈকে ঢাকা বিশ্ববিদ্যালয়ৰ দৰ্শনৰ অধ্যাপিকা আছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

হাছনা বেগমৰ জন্ম ১৯৩৫ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ঢাকাত হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল আব্দুল হাফিজ আৰু মাতৃ ৰাবেয়া খাতুন।[1] এই দম্পতীৰ দুগৰাকী কন্যাৰ মাজত হাছনা বেগম জ্যেষ্ঠ। মমতাজউদ্দিন আহমেদ তেওঁৰ মামা আছিল আৰু তেওঁ মামাৰ ঘৰতে জন্মগ্ৰহণ কৰিছিল।[1]

হাছনা বেগমে প্ৰথমে কলকাতাত শিক্ষা আৰম্ভ কৰিছিল। পাছত তেওঁৰ পৰিয়ালে পূৰ্ববংগত স্থায়ীভাৱে বাস কৰে। ১৯৪৯ চনত তেওঁ নুৰইদ্দিন মুহাম্মদ ছেলিমৰ সৈতে বিবাহ বন্ধনত আবদ্ধ হয়। পৰৱৰ্তী বছৰত তেওঁৰ প্ৰথম কন্যা জন্মগ্ৰহণ কৰে। গৰ্ভাৱস্থাত থাকোঁতে তেওঁ মাধ্যমিক পৰীক্ষাত অংশগ্ৰহণ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। তাৰ পিছত তেওঁ এটা কিণ্ডাৰগাৰ্টেনত শিক্ষকতা আৰম্ভ কৰে। পিছত পদত্যাগ কৰি নিশা কলেজত অংশ লয় আৰু উচ্চ মাধ্যমিক সম্পূৰ্ণ কৰে।[1]

তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰপৰা ১৯৬৮ চনত দৰ্শনত স্নাতক আৰু ১৯৬৯ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পাছত মোনাশ বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত অষ্ট্ৰেলীয় দাৰ্শনিক পীটাৰ ছিংগাৰৰ ওচৰত নীতিদৰ্শন বিষয়ে গৱেষণা কৰি ১৯৭৮ চনত পিএচডি ডিগ্ৰী অৰ্জন কৰে। তেওঁ পীটাৰ ছিঙাৰৰ প্ৰথম পিএচডি ছাত্ৰীগৰাকী আছিল। তেওঁৰ পিএচডি অভিসন্দৰ্ভৰ শীৰ্ষক আছিল ম্যুৰৰ নীতিবিদ্যা: তত্ত্ব আৰু প্ৰয়োগ

শিক্ষা আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

তেওঁ ১৯৬৮ চনত ঢাকা বিশ্ববিদ্যালয়ৰপৰা স্নাতক আৰু ১৯৬৯ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পিছত তেওঁ ১৯৭৮ চনত মোনেশ বিশ্ববিদ্যালয়ৰপৰা নৈতিক দৰ্শনত পিএইচডি সম্পূৰ্ণ কৰে, য’ত তেওঁ অষ্ট্ৰেলিয়ান দাৰ্শনিক পীটাৰ চিঙাৰৰ প্ৰথম ডক্টৰেট ছাত্ৰী আছিল। তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ গৱেষণা পত্ৰখনৰ শিৰোনাম আছিল Moore's Ethics: Theory and Practice[2] বেগম এজন উৎসাহী গ্ৰন্থৰচয়িতা আছিল আৰু বহু দাৰ্শনিক গ্ৰন্থ বাংলা ভাষালৈ অনুবাদ কৰিছিল।

বেগমে ১৯৯১ ৰপৰা ১৯৯৪ চলৈকে ঢাকা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ বিভাগীয় মুৰব্বী ৰূপে সেৱা আগবঢ়াইছিল আৰু ২০১০ চনত বাংলাদেশ বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগ (UGC)-ৰ ৰোকেয়া চেয়াৰলৈ মনোনীত হৈছিল।[3][4] তেওঁ ১৯৯৭ ৰপৰা ২০০৫ চলৈকে ইণ্টাৰনেচনেল এছ’চিয়েচন অৱ বায়’এথিক্স (IAB)-ৰ ব'ৰ্ডৰ সদস্য আছিল আৰু Bioethics নামৰ সাময়িকীৰ সম্পাদকীয় সমিতিতো আছিল আৰু Eubios Journal of Asian and International Bioethics (EJAIB) সাময়িকীৰ সম্পাদকীয় সমিতিতো অন্তৰ্ভুক্ত আছিল।[5]

ক'ভিড-১৯ মহামাৰীৰ সময়ত ১ ডিচেম্বৰ ২০২০ তাৰিখে ৮৫ বছৰ বয়সত বাংলাদেশত বেগমৰ মৃত্যু হয়।[6]

প্ৰকাশনা

[সম্পাদনা কৰক]
  • Moore’s Ethics: Theory and Practice, ঢাকা বিশ্ববিদ্যালয়, ১৯৮২ (পিএইচডি অভিসন্দৰ্ভ)।
    • Begum, Hasna (1983). "Review: Moore’s Ethics: Theory and Practice". Australasian Journal of Philosophy. 
    • Journal of Asiatic Society. 1983. 
    • Indian Philosophical Quarterly. 1985. 
    • Russell (Canada: McMaster University) খণ্ড 4 (1). 1989. 
  • নৈতিকতা, নাৰী ও সমাজ, বাংলা একাডেমী, ঢাকা, ১৯৯০; ২য় সংস্কৰণ।
  • অনুবাদ: G. E. Moore-এৰ Principia Ethica (নীতিবিদ্যাৰ মূলনীতি), বাংলা একাডেমী, ঢাকা, ১৯৮৫।
  • অনুবাদ: J. S. Mill-এৰ Utilitarianism (উপযোগবাদ), বাংলা একাডেমী: ১ম সংস্কৰণ ১৯৮৫; ২য় সংস্কৰণ ১৯৯৭; ৩য় সংস্কৰণ ২০১৪; ৪ৰ্থ সংস্কৰণ (ভাৰতীয় ১ম সংস্কৰণ) ২০১৬; ৫ম সংস্কৰণ ২০১৭, জাতীয় সাহিত্য প্ৰকাশ।
  • Women in the Developing World: Thoughts and Ideals, Sterling Publishers, New Delhi, India, 1990; ২য় সংস্কৰণ ঢাকা, ২০০৯। আই.এচ.বি.এন. 978-8120712683
  • Madonna Echoes and Vibrations, Academic Publishers, Dhaka, 1996।
  • Ethics in Social Practice, Academic Publishers, ঢাকা, ২০০১; ২য় সংস্কৰণ, ২০১০।
  • নাৰী ও অন্যান্য প্ৰসঙ্গ, হাককানী, ঢাকা, ২০০২।
  • অনুবাদ: এৰিষ্টটলৰ Nicomachean Ethics, ঢাকা বিশ্ববিদ্যালয়, ২০০৬।
  • মায়েৰ কথা মেয়েৰ কথা মেয়েদেৰ কথা, ঢাকা, ২০০৮।
  • বাৰ্ধক্য নিয়ে ভাবনা ও অন্যান্য, ঢাকা, ২০০৮।
  • সোনাৰ হৰিণ চাই (স্মৃতিকথা), খণ্ড-১, ২০১৫।
  • Windows into Living, Academic Publishers, ২০১১। আই.এচ.বি.এন. 978-9840802708
  • মাধবীৰ কথা (উপন্যাস), ঢাকা, ২০০৯।
  • Begum Rokeya the Feminist: Thoughts and Ideals, ঢাকা, ২০১১।
  • দাৰ্শনিকদেৰ গল্প, খণ্ড-১, ঢাকা ২০১৬।
  • ৩টি কবিতাৰ বই; কয়েকটি ইংৰেজি কবিতা Poetry Monash, ইংৰেজি বিভাগ, Monash University (1975–1978)।
  • ৰূপে অৰূপে ম্যাডোনা, ঢাকা, ১৯৮৬।

প্ৰকাশিত প্ৰবন্ধ

[সম্পাদনা কৰক]
  • "প্লেটোৰ কম্যুনিজম", দৰ্শন, ঢাকা বিশ্ববিদ্যালয়, ১৯৭২।
  • "Is Moore a Consistent Utilitarian?", Dhaka University Studies, ডিসেম্বৰ, ১৯৭৮।
  • "Some Comments on Moore's Method of Isolation", Indian Philosophical Quarterly, জুলাই ১৯৭৯। "Some Comments on Moore's Method of Isolation" (en ভাষাত). https://philpapers.org/rec/BEGSCO. 
  • "Moore on Goodness and the Naturalistic Fallacy", Australasian Journal of Philosophy, ছেপ্টেম্বৰ ১৯৭৯। "Moore on Goodness and the Naturalistic Fallacy" (en ভাষাত). http://www.tandfonline.com/doi/abs/10.1080/00048407912341261?journalCode=rajp20. 
  • "নৈতিকতা ও সামাজিক মূল্যবোধ", দৰ্শন, ডিচেম্বৰ ১৯৭৯।
  • "প্লেটোৰ আদৰ্শৰাষ্ট্ৰে নাৰী", ঢাকা বিশ্ববিদ্যালয় পত্ৰিকা, জুন ১৯৮০।
  • "Moore's Ethics and the Bloomsbury Group", Dhaka University Studies, জুন ১৯৮১।
  • "Principia Ethica-য় মন্তব্য", ঢাকা বিশ্ববিদ্যালয় পত্ৰিকা, জুন ১৯৮১।
  • "যুক্তিবাদী বেগম ৰোকেয়া এবং নাৰীৰ অধিকাৰ", সাহিত্য পত্ৰিকা, ডিচেম্বৰ ১৯৮০।
  • "Natural, Non-natural and Supersensible Qualities", Dhaka University Studies, জুন ১৯৮১।
  • "Academic Environment", শিক্ষাৰ পৰিৱেশ, বাংলাদেশ বিশ্ববিদ্যালয় শিক্ষক এসোসিয়েশন, ১৯৮০ৰ দশক।
  • "Dev's New Morality and Progress", Philosophy and Progress, জুলাই ১৯৮২।
  • "Humanism and Future of Man", Philosophy and Progress, জুলাই ১৯৮৩।
  • "Women in Qathafi's Green Book", Journal of the Asiatic Society of Bangladesh, ১৯৮৬।
  • "মানবেতৰ প্ৰাণীৰ মুক্তি", Philosophy & Progress, জুলাই ১৯৮৪।
  • "বাংলাদেশেৰ নৈতিক সংকট", বাংলাদেশ দৰ্শন পত্ৰিকা, ১৯৮৫।
  • "আৰ্থ-সামাজিক দৰ্শন ও বাংলাদেশ", বাংলাদেশ দৰ্শন পত্ৰিকা, ১৯৮৬।
  • "Moral Code for Women in Islam: An Egalitarian Analysis", Philosophy and Progress, জুন–ডিচেম্বৰ ১৯৮৬।
  • "Mass Media and Women in Bangladesh", South Asia, Vol. 9, No. 1, Australia, জুন ১৯৮৬। "Mass Media and Women in Bangladesh" (en ভাষাত). http://www.tandfonline.com/doi/abs/10.1080/00856408608723077?journalCode=csas20. 
  • "Marital Status of Women in the Folktales of Bangladesh", Journal of the Asiatic Society of Bangladesh, ডিচেম্বৰ ১৯৮৭।
  • "Public and Private Morality", Philosophy & Progress, ডিচেম্বৰ ১৯৮৭।
  • "বাংলা কথাসাহিত্যে নৰ-নাৰী সম্পৰ্ক", সমকালীন বাংলা সাহিত্য, ১৯৮৮।
  • "Marital Status of Women in the Folklore of Bangladesh", Lilith: A Feminist History Journal, No. 4, 1988, pp. 15–28। dn=700050546776439; res=IELHSS "Marital Status of Women in the Folklore of Bangladesh". https://search.informit.com.au/documentSummary; dn=700050546776439; res=IELHSS. 
  • "Virginia Woolf and Women Liberation", Philosophy & Progress, জুন–ডিচেম্বৰ ১৯৮৯।
  • "বাংলাদেশ চাকুৰীতে মহিলাদেৰ জন্য কোটা পদ্ধতি", ঢাকা বিশ্ববিদ্যালয় পত্ৰিকা, জুন ১৯৮৮।
  • "উপযোগবাদ: তত্ত্ব এবং বৰ্তমান প্ৰেক্ষিত", ঢাকা বিশ্ববিদ্যালয় পত্ৰিকা, ফেব্ৰুৱাৰী ১৯৮৯।
  • "Rights of Women in Bangladesh: An Examination", Journal of the Asiatic Society of Bangladesh, ১৯৯২।
  • "Begum Rokeya: Humanism and Liberation of Women", in: Patwari (ed.), Humanism and Human Rights in the Third World, Aligarh Library, 1992। "Begum Rokeya: Humanism and Liberation of Women". https://philpapers.org/rec/BEGBRH. 
  • "Family Planning and the Social Position of Women", Bioethics, Vol. 7, No. 2, April 1993। "Family Planning and the Social Position of Women". http://onlinelibrary.wiley.com/doi/10.1111/j.1467-8519.1993.tb00287.x/full. 
  • "বাউল দৰ্শন", বাংলাদেশেৰ দৰ্শনচিন্তা, এছিয়াটিক ছছাইটি, ১৯৯২।
  • গোলটেবিল প্ৰবন্ধ, Contraceptive in Reproductive Health Matters, লণ্ডন, ১৯৯৪।
  • "Violence in Islamic Texts and its Relevance to Practice", School of Women’s Studies, যাদবপুৰ বিশ্ববিদ্যালয়, মে' ১৯৯৬।
  • "Issues Related to Implementation of Reproductive Technology in Islamic Societies", Bioethics, Vol. 11, No. 4। "Issues Related to the Implementation of Reproductive Technology in Islamic Societies". http://onlinelibrary.wiley.com/doi/10.1111/1467-8519.00074/full. 
  • "Relevance of Genetic Information on a Developing Country", IAB News, Issue 8, 1998।
  • "Health Care Ethics and Nursing in Bangladesh", Nursing Ethics, Vol. 5, No. 6, 1998। "Health Care, Ethics and Nursing in Bangladesh". http://journals.sagepub.com/doi/abs/10.1177/096973309800500608. 
  • "বাংলাদেশে নৈতিকতাৰ ব্যাৱহাৰিক বিৱৰ্তন", অমৰ একুশে বক্তৃতামালা, বাংলা একাডেমী, ২০০০।
  • "বিবৰ্তিত নৰ-নাৰী সম্পৰ্ক এবং ভৱিষ্যতেৰ পৰিবাৰ", লোকায়ত, সেপ্টেম্বৰ ২০০০।
  • "Ethics, Aesthetics and Human Existence in G. E. Moore", Existence, Experience and Ethics, New Delhi, ২০০০।
  • "Poverty and Health Ethics in Developing Countries", Bioethics, Vol. 15, No. 1, ২০০১। "Poverty and Health Ethics in Developing Countries". http://onlinelibrary.wiley.com/doi/10.1111/1467-8519.00211/full. 
  • "New Reproduction Technologies: Women's Concern", Empowerment, Vol. 8, 2001।
  • "Ethics in the Biotechnology Century: Bangladesh Report", in: Ethics in the Biotechnology Century, IKIM, কুয়ালালামপুৰ, ২০০২। "Ethics in the Biotechnology Century". https://philpapers.org/rec/BEGEIT. 
  • "Rokeya's Literature: Politics in Different Perspectives", Politics and Culture, ঢাকা বিশ্ববিদ্যালয়, ২০০২।
  • "সিমন দ্য ব্যুভোয়া কী সাৰ্ত্ৰেৰ সাৰেঙ্গীবাদক", নতুন দিগন্ত, Vol. 1, No. 1, ২০০২।
  • "Bioethics in Bangladesh", in: Regional Perspectives in Bioethics, Swets & Zeitlinger, নেদাৰল্যাণ্ডস, ২০০৩।
  • "দুই উপনিৱেশেৰ দুইজন: ৰোকেয়া ও কাৰ্তিনি", নতুন দিগন্ত, Vol. 2, No. 1, ২০০৩।
  • "বাংলাদেশে নৈতিক শিক্ষা", অমৰ একুশে বক্তৃতামালা, বাংলা একাডেমী, ২০০৩।
  • "প্ৰজনন প্ৰযুক্তি: প্ৰয়োগ এবং মানব-বিড়ম্বনা", নতুন দিগন্ত, Vol. 2, No. 4, ২০০৪।
  • "ভাৰতীয় চলচ্চিত্ৰ: অমৰ তিন অভিনেত্ৰী", ধ্ৰুপদী, ২০০৪।
  • "Response to Genetics, Theology, Ethics", Genetics, Theology Ethics: An Interdisciplinary Approach, New York, ২০০৫।
  • "বাৰ্ধক্য নিয়ে ভাবনা", নতুন দিগন্ত, Vol. 3, No. 4, ২০০৫।
  • "প্ৰকৃত বন্ধুত্বেৰ স্বৰূপ জিজ্ঞাসা", নতুন দিগন্ত, Vol. 3, No. 1, ২০০৫।
  • "জ্ঞানেৰ প্ৰগতি এবং সামাজিক বাস্তৱতা", নতুন দিগন্ত, ২০০৫।
  • "শিশু ও কিশোৰ ছাত্ৰ/ছাত্ৰীদেৰ জন্য নৈতিক শিক্ষা", নতুন দিগন্ত, Vol. 4, No. 4, ২০০৬।
  • "গৱেষণা নীতিবিদ্যা এবং উন্নয়নশীল দেশেৰ অৰক্ষিত জনপদ", নতুন দিগন্ত, Vol. 5, No. 1, ২০০৬।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; DhakaCourier নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. Moore's ethics: theory and practice. The Author. 1978. http://catalogue.nla.gov.au/Record/37488. 
  3. "Hasna Begum". bdnews24.com. Archived from the original on 2015-04-23. https://web.archive.org/web/20150423155217/http://opinion.bdnews24.com/hasna-begum-1/। আহৰণ কৰা হৈছে: 2017-09-14. 
  4. "New Trust Fund established at DU". http://www.du.ac.bd/latest_news/single_news/490. 
  5. "Editorial Board of the Eubios Journal of Asian and International Bioethics". Archived from the original on 21 September 2010. https://web.archive.org/web/20100921155435/http://www.eubios.info/ejaib_journal। আহৰণ কৰা হৈছে: 14 September 2017. 
  6. Bangladeshi philosopher, feminist author, and social activist Hasna Begum dead at 85