হাছলীন কৌৰ
হাছলীন কৌৰ | |
---|---|
জন্ম | বিন্নাগুৰি, পশ্চিম বংগ, ভাৰত |
শিক্ষানুষ্ঠান | যীচু আৰু মেৰী কলেজ, দিল্লী বিশ্ববিদ্যালয় ভাৰতীয় গণ যোগাযোগ প্ৰতিষ্ঠান |
পেচা | মডেল, অভিনেত্ৰী |
উচ্চতা | সাঁচ:Convert/LoffAonDflipSoff2[1] |
দাম্পত্যসঙ্গী | অম্বাৰ ৰাণা (বি. ২০১৮) |
'Beauty pageant titleholder' | |
Title | ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১১ |
Years active | ২০০৯- বৰ্তমান |
Major competition(s) |
মিছ আৰ্থ ২০১১ |
হাছলীন কৌৰ (ইংৰাজী: Hasleen Kaur) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ পেণ্টালুনছ ফেমিনা মিছ ইণ্ডিয়াত প্ৰথম ৰানাৰ্ছ আপ হোৱাৰ লগতে ২০১১ চনৰ ৩ ডিচেম্বৰত মিছ আৰ্থ ২০১১ সৌন্দৰ্য্য প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[2] ২০১৪ চনৰ কাৰ্লে প্যাৰ কাৰ্লে চিনেমাত বলীউডত অভিষেক ঘটোৱাৰ পূৰ্বে কেইবাটাও বিজ্ঞাপনত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]হাছলীন দিল্লী ডাঙৰ-দীঘল হৈছিল। তেওঁ জিছুছ এণ্ড মেৰী কলেজৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰে, আৰু পিছলৈ নতুন দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচনৰ পৰা ডিপ্লমা লাভ কৰে।[3]
মডেলিং
[সম্পাদনা কৰক]হাছলীন কৌৰে কেইবাটাও বিজ্ঞাপনৰ বাবে মডেলিং কৰিছে। ইয়াৰ উপৰিও তেওঁ এলিট মডেল হিচাপে কাম কৰিছিল আৰু ২০১১ চনত এলিট ফেশ্বন কেলেণ্ডাৰত অভিনয় কৰিছিল।[4]
ফেমিনা মিছ ইণ্ডিয়া
[সম্পাদনা কৰক]২০১১ চনৰ পেণ্টালুনছ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১১ত কনষ্ঠা ধনকাৰক ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ মুকুট পিন্ধিবলৈ সক্ষম হয়। ইভেণ্টৰ শেষত ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১০ আৰু বৰ্তমানৰ মিছ আৰ্থ ২০১০ নিকোল ফাৰিয়াই তেওঁক মুকুট পিন্ধাইছিল।
মিছ আৰ্থ ২০১১
[সম্পাদনা কৰক]তেওঁ ৩ ডিচেম্বৰত ফিলিপাইনছৰ মেনিলাত অনুষ্ঠিত হোৱা মিছ আৰ্থ ২০১১ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও স্থান লাভ কৰা নাছিল।
কেৰিয়াৰ
[সম্পাদনা কৰক]হাছলীন এগৰাকী ফেশ্বন মডেল।
চলচ্চিত্ৰগ্ৰাফী
[সম্পাদনা কৰক]বছৰ | চলচ্চিত্ৰ | ভূমিকা | ভাষা | টোকাসমূহ | ৰিফি |
---|---|---|---|---|---|
২০১৪ | কাৰ্লে প্যাৰ কাৰ্লে | প্ৰীত | হিন্দী | মুখ্য ভূমিকা | [5] |
২০২২ | কেট | ববিতা | সহযোগী অভিনেত্ৰী | [6] | |
মিলি | হাচলীন | [7] | |||
২০২৩ | তু ঝুঠি মে মক্কাৰ | মিনি |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Hasleen Kaur - Profile". The Times of India. Archived from the original on 30 May 2013. https://web.archive.org/web/20130530021332/http://feminamissindia.indiatimes.com/photoshow/7634057.cms?curpg=9। আহৰণ কৰা হৈছে: 13 July 2013.
- ↑ "Hasleen Kaur Spills The Beans On Her Pageant Experience - Beauty Pageants - Indiatimes". Femina Miss India. Archived from the original on 24 November 2021. https://web.archive.org/web/20211124193927/https://beautypageants.indiatimes.com/miss-india/hasleen-kaur-spills-the-beans-on-her-pageant-experience/articleshow/79267815.cms। আহৰণ কৰা হৈছে: 2021-11-24.
- ↑ "Launch Pad/ Ready to rock". The Indian Express. 24 January 2014. Archived from the original on 7 January 2019. https://web.archive.org/web/20190107062825/https://indianexpress.com/article/entertainment/screen/launch-pad-ready-to-rock/। আহৰণ কৰা হৈছে: 27 June 2014.
- ↑ "Women who posed topless". 22 January 2011. Archived from the original on 15 January 2012. https://web.archive.org/web/20120115224629/http://wonderwoman.intoday.in/story1/first-bare-shoot/1/88932.
- ↑ "Karle Pyar Karle to Star Miss India Earth Hasleen Kaur". 17 March 2013. Archived from the original on 30 December 2013. https://web.archive.org/web/20131230235031/http://filmystan.com/current-bollywood-news/karle-pyar-karle-to-star-miss-india-earth-hasleen-kaur/.
- ↑ "EXCLUSIVE: Hasleen Kaur on her Netflix show, "After CAT, I have become an actor," breaks silence on its comparison with Udta Punjab". 11 December 2022. https://www.bollywoodhungama.com/news/bollywood/exclusive-hasleen-kaur-netflix-show-cat-become-actor-breaks-silence-comparison-udta-punjab/.
- ↑ "Janhvi Kapoor's 'Mili' now streaming on Netflix". 30 December 2022. https://www.newindianexpress.com/entertainment/hindi/2022/dec/30/janhvi-kapoors-mili-now-streaming-on-netflix-2533238.html/.