হাজ্জাম
| উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ |
|---|
| ভাৰত, নেপাল, বাংলাদেশ, পাকিস্তান |
| ভাষাসমূহ |
| ধৰ্ম |
| সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী |
|
চেইফী, শ্বেইখ |
হিজামা, যাক কাপিং বুলিও কোৱা হয়, ভাৰতৰ কাপিং থেৰাপীৰ বাবে জনাজাত এটা জনগোষ্ঠী।[1][2] হিজামা শব্দটো আৰবী শব্দ আল হাজমৰপৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "শোহা", একপ্ৰকাৰ চিকিৎসা পদ্ধতিক বুজায়। আৰব দেশত এজন এই পদ্ধতি অনুশীলনকাৰীক হিজামা বুলি কোৱা হৈছিল, আৰু ভাৰততো এই নাম ব্যৱহাৰ কৰা হৈছিল।[3]
হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ অ’বিচি তালিকাত এইবোৰ তালিকাভুক্ত কৰা হৈছে।[4][5]
নেপালৰ হাজ্জাম
[সম্পাদনা কৰক]নেপালৰ কেন্দ্ৰীয় পৰিসংখ্যা ব্যুৰোৱে হাজ্জাম (নেপালৰ লোকপিয়লত হাজাম বুলি কোৱা হয়)ক মধেশী জাতিৰ ভিতৰৰ অন্য সামাজিক গোটৰ ভিতৰত এটা উপগোট হিচাপে শ্ৰেণীভুক্ত কৰে।[6] ২০১১ চনৰ নেপালৰ লোকপিয়লৰ সময়ত ১১৭,৭৫৮ জন লোক (নেপালৰ জনসংখ্যাৰ ০.৪%) হাজ্জাম আছিল। প্ৰদেশ অনুসৰি হাজ্জামৰ উপস্থিতি আছিল এনেধৰণৰ।
- মধেশ প্ৰদেশ (১.৪%)
- লুম্বিনি প্ৰদেশ (০.৫%)
- কোশী প্ৰদেশ (০.৩%)
- বাগমাটি প্ৰদেশ (০.১%)
- গণ্ডকি প্ৰদেশ (০.০%)
- কৰ্ণালী প্ৰদেশ (০.০%)
- সুদুৰপমশ্চি প্ৰদেশ (০.০%)
তলত উল্লেখ কৰা জিলাসমূহত হাজ্জামৰ বিতৰণ ৰাষ্ট্ৰীয় গড়তকৈ বেছি (০.৪%) আছিল:[7]
- সপ্তৰী (১.৫%)
- ধনুষা (১.৪%)
- পাৰ্ছা (১.৪%)
- ৰাউতহাট (১.৪%)
- ছিৰাহা (১.৪%)
- মহোত্তৰী (১.৩%)
- সৰলাহী (১.৩%)
- বাৰা (১.২%)
- কপিলবাস্তু (১.১%)
- বাংকে (০.৯%)
- পৰশী (০.৯%)
- ৰূপাণ্ডেহী (০.৮%)
- মৰং (০.৬%)
- সুনছাৰী (০.৫%)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Singh, Nagendra Kr; Khan, Abdul Mabud (2001) (en ভাষাত). Encyclopaedia of the World Muslims: Tribes, Castes and Communities. Global Vision. পৃষ্ঠা. 504–8. ISBN 978-81-87746-05-8. https://books.google.com/books?id=EMTXAAAAMAAJ&q=Hajjam+Muslim.
- ↑ Singh, Kumar Suresh (1992) (en ভাষাত). People of India: Karnataka. Anthropological Survey of India. পৃষ্ঠা. 574–7. ISBN 978-81-85938-98-1. https://books.google.com/books?id=UTlxqSca3rEC&q=hajjam+muslim.
- ↑ Qureshi, Naseem Akhtar; Ali, Gazzaffi Ibrahim; Abushanab, Tamer Shaban; El-Olemy, Ahmed Tawfik; Alqaed, Meshari Saleh; El-Subai, Ibrahim S.; Al-Bedah, Abdullah M.N. (May 2017). "History of cupping ( Hijama ): a narrative review of literature" (en ভাষাত). Journal of Integrative Medicine খণ্ড 15 (3): 172–181. doi:10.1016/S2095-4964(17)60339-X. PMID 28494847. https://linkinghub.elsevier.com/retrieve/pii/S209549641760339X.
- ↑ "List of Backward Classes | Directorate of Welfare of Scheduled Caste & Backward Classes, Government of Haryana" (en ভাষাত). haryanascbc.gov.in. http://haryanascbc.gov.in/reservation-in-haryana/list-of-backward-classes। আহৰণ কৰা হৈছে: 2025-08-03.
- ↑ "National Commission for Backward Classes: Himachal Pradesh". http://ncbc.nic.in/Pdf/HimachalPradesh.pdf। আহৰণ কৰা হৈছে: 2 February 2015.
- ↑ Population Monograph of Nepal, Volume II
- ↑ "2011 Nepal Census, District Level Detail Report". Archived from the original on 14 March 2023. https://web.archive.org/web/20230314170005/https://cbs.gov.np/wp-content/upLoads/2018/12/Volume05Part02.pdf। আহৰণ কৰা হৈছে: 13 April 2023.