সমললৈ যাওক

হাড়ৌতী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(হাড়ৌতীৰ পৰা পুনঃনিৰ্দেশিত)
Harauti
Hadoti
हाड़ौती, हाड़ोती
থলুৱা অঞ্চল India (Hadoti region of Rajasthan)
স্থানীয় ভাষিক
2,944,356 (2011 census)[1]
Census results conflate some speakers with Hindi.[2]
ভাষা পৰিয়াল
লিখন প্ৰণালী Devanagari
ভাষা সংকেত
ISO 639-3 hoj

হাড়ৌটী বা হাড়োটী এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা ভাৰতৰাজস্থান ৰাজ্যৰ হাড়োটী অঞ্চলত ঘাইকৈ ব্যৱহাৰ কৰা হয়। এই ভাষা ভাষী লোক ঘাইকৈ কোটা, বৰণ, বুণ্ডী আৰু ঝলাৱৰ জিলাত থাকে। তদুপৰী চুবুৰীয়া মধ্য প্ৰদেশৰ কোনো কোনো অঞ্চলতো এই ভাষা কোৱা হয়।

ব্যাকৰণ

[সম্পাদনা কৰক]

এই ভাষাত নামবাচক এটি চিহ্ন আছে: /nɛ/ (নে), যি অন্য ৰাজস্থানী ভাষাসমূহত অনুপস্থিত।[3]

হাড়ৌটীত অন্য ভাৰতীত-আৰ্য ভাষাসমূহৰ দৰেই বিষয়-বস্তু-ক্ৰিয়া ক্ৰম ব্যৱহাৰ কৰা হয়।[3] এই ভাষাৰ এটি বৈশিষ্ট্য হ'ল, যে হিন্দীৰ বিপৰীতে, ইয়াত এটি কৰ্তা চিহ্ন নিখুঁট ৰূপত থাকিব বা নাথাকিব পাৰে এই কথাৰ ওপৰত নিৰ্ভৰ কৰি যে এক্যুজেটিভ চিহ্নৰ প্ৰকৃতি কি।[3]

ভাষাটোৰ বাক্যৰ উদাহৰণ

[সম্পাদনা কৰক]
মানক ৰাজস্থানী হাড়ৌটী অসমীয়াত অৰ্থ
अठै (অঠৈ)) अठी (অঠী) ইয়াত
वठै/ उठै (ৱঠৈ/ উঠৈ) वठी/ उठी (ৱঠী/ উঠী) তাত
कोनी (কোনী) कोइने/ कोने (কোইনে/ কোনে) নহয়
आवैलो/ आवैली (আৱৈলো/ আৱৈলী) आवगो/ आवगी (আৱগো/ আৱগীi) আহিম

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Statement 1: Abstract of speakers' strength of languages and mother tongues - 2011". Office of the Registrar General & Census Commissioner, Indiawww.censusindia.gov.in. http://www.censusindia.gov.in/2011Census/Language_MTs.html। আহৰণ কৰা হৈছে: 7 July 2018. 
  2. Abstract of speakers’ strength of languages and mother tongues –2001
  3. 3.0 3.1 3.2 Dwivedi, Amitabh Vikram (2012). The Status of Haroti: An Enquiry into Rajastani Language. Archived from the original on 23 July 2018. https://web.archive.org/web/20180723193041/https://www.raco.cat/index.php/Dialectologia/article/viewFile/276570/364521। আহৰণ কৰা হৈছে: 23 July 2018. 

অধিক পঢ়ক

[সম্পাদনা কৰক]