সমললৈ যাওক

হানি শিৱৰাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হানি শিৱৰাজ
জন্ম হানি শিৱৰাজ অঞ্জনা
১৩ আগষ্ট ১৯৮৫
মৃত্যু ১৩ এপ্ৰিল ২০১৫ (বয়স ২৯)
পেচা অভিনেত্ৰী আৰু মডেল
সক্ৰিয় হৈ থকা সময় ২০১০–২০১৫

হানি শিৱৰাজ এজনী মালয়েছিয়াৰ অভিনেত্ৰী আৰু মডেল আছিল।[1] তেওঁ মালয়েছিয়াৰ স্থানীয় তামিল ভাষাৰ চলচ্চিত্ৰ আপ্পালাম (২০১১)ত অভিনয় কৰিছিল। তদুপৰি, তেওঁ ভাৰতীয় তামিল ছবি বিৰিয়ানি (২০১৩)তো অভিনয় কৰিছিল।[2][1]

কৰ্মজীৱন আৰু ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

শিৱৰাজে ২০১০ চনত অভিনেত্ৰী আৰু দূৰদৰ্শন অনুষ্ঠান পৰিচালক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। অভিনেত্ৰী হোৱাৰ আগতে, তেওঁ বিমান পৰিচাৰিকা হিচাপে কাম কৰিছিল।[3]

২০১৫ চনৰ ১৩ এপ্ৰিল তাৰিখে কেঞ্চাৰৰ বাবে ২৯ বছৰ বয়সত শিৱৰাজৰ মৃত্যু হয়।[4][5][6]

নিৰ্বাচিত চলচ্চিত্ৰ তালিকা

[সম্পাদনা কৰক]

হানি শিৱৰাজ অভিনীত নিৰ্বাচিত চলচ্চিত্ৰসমূহ:

বছৰচলচ্চিত্ৰচৰিত্ৰভাষামন্তব্যউৎস
২০০৭যন্ত্ৰতামিল
২০১১আপ্পালাম
২০১১পাক কাদুকমালয়
২০১৩বিৰিয়ানিশ্ব্বেতাতামিলভাৰতীয় ছবি
আৰম্ভমভাৰতীয় ছবি
অতিথি ৰূপ
[7]
অনুষ্ঠান
টেলিভিছন
  • তামিল পেছুম কাধানায়াগি (ৰাজ টিভি)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 FilmiClub. "Haanii Shivraj". FilmiClub. Archived from the original on 2016-08-11. https://web.archive.org/web/20160811104650/http://www.filmiclub.com/celebrity/haanii-shivraj-lejbd0r আহৰণ কৰা হৈছে: ১৫ এপ্ৰিল ২০১৫.
  2. "Astro Ulagam > Ragalai > ArticleDetails". astroulagam.com.my. Archived from the original on 2025-02-20. https://web.archive.org/web/20250220183212/https://astroulagam.com.my/Ragalai/articledetails/tabid/4168/articleId/837/haanishivraj আহৰণ কৰা হৈছে: ১৫ এপ্ৰিল ২০১৫.
  3. "Malaysian Indian Film Festival opens". ১০ জানুৱাৰী ২০১২. https://www.thehindu.com/news/cities/chennai/malaysian-indian-film-festival-opens/article2789826.ece.
  4. "Biriyani actress Haanii Shivraj Anjana passed away!". iluvcinema.in. Archived from the original on 2015-04-15. https://web.archive.org/web/20150415174013/http://www.iluvcinema.in/tamil/biriyani-actress-haani-shivraj-anjana-passed-away/ আহৰণ কৰা হৈছে: ১৫ এপ্ৰিল ২০১৫.
  5. "Karthi’s Flirt in Biriyani is No More". cinepunch.in. Archived from the original on 2015-04-16. https://web.archive.org/web/20150416001619/http://www.cinepunch.in/biriyani-actress-is-no-more/ আহৰণ কৰা হৈছে: ১৫ এপ্ৰিল ২০১৫.
  6. "Malaysian Actress Haanii Shivraj Anjana Died". cinepunch.in. Archived from the original on 2015-04-17. https://web.archive.org/web/20150417031007/http://www.cinepunch.in/tag/malaysian-actress-haanii-shivraj-anjana-died/ আহৰণ কৰা হৈছে: ১৫ এপ্ৰিল ২০১৫.
  7. India, The Hans (১৪ এপ্ৰিল ২০১৫). "Arrambam actress dies of cancer". www.thehansindia.com. https://www.thehansindia.com/posts/index/Cinema/2015-04-14/Arrambam-actress-dies-of-cancer/144195.