সমললৈ যাওক

হান্স ক্ৰিশ্চিয়ান এণ্ডাৰছন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হান্স ক্ৰিশ্চিয়ান এণ্ডাৰছন

১৮৬৯ চনত এণ্ডাৰছন
জন্ম ২ এপ্ৰিল, ১৮০৫
অ’ডেনচে, ফুনেন, ডেনমাৰ্ক
মৃত্যু ৪ আগষ্ট, ১৮৭৫
ইষ্টাৰব্ৰ’, কোপেনহেগেন, ডেনমাৰ্ক
সমাধিস্থল এছিচটেন্স চিমেটেৰী, কোপেনহেগেন
পেচা লেখক
সময় ডেনিছ স্বৰ্ণ যুগ
উল্লেখনীয় কৰ্মৰাজি "The Little Mermaid"
"The Ugly Duckling"
"The Snow Queen"
"The Emperor's New Clothes"

স্বাক্ষৰ
ৱেবছাইট Hans Christian Andersen Centre

হান্স ক্ৰিশ্চিয়ান এণ্ডাৰছন (২ এপ্ৰিল ১৮০৫ – ৪ আগষ্ট ১৮৭৫) এজন ডেনিছ লেখক আছিল। যদিও তেওঁ নাটক, ভ্ৰমণ বিৱৰণ, উপন্যাস আৰু কবিতা লিখিছিল, তেওঁ মূলত তেওঁৰ সাধুকথাবোৰৰ বাবে পৰিচিত।[1]

তেওঁৰ সাধুকথাবোৰ ৯খন খণ্ডত ১৫৬টা কাহিনী সংকলিত ৰূপত প্ৰকাশ পায় আৰু ১২৫টাতকৈও অধিক ভাষালৈ অনুবাদ কৰা হৈছে।[2][3]

এই সাধুকথাবোৰ পশ্চিমীয়া সংস্কৃতিৰ সামূহিক স্মৃতিৰ অংশ হৈ পৰিছে, যি শিশুবোৰৰ বাবে সহজগম্য হোৱাৰ লগতে পূৰ্ণবয়স্ক পঢ়ুৱৈৰ বাবে নীতিবোধ আৰু প্ৰতিকূলতাৰ মাজতো ধৈৰ্যৰ পাঠ আগবঢ়ায়।[4]

তেওঁৰ প্ৰসিদ্ধ কাহিনীবোৰৰ ভিতৰত আছে:

  • The Emperor's New Clothes
  • The Little Mermaid
  • The Nightingale
  • The Steadfast Tin Soldier
  • The Red Shoes
  • The Princess and the Pea
  • The Snow Queen
  • The Ugly Duckling
  • The Little Match Girl
  • Thumbelina

এই কাহিনীবোৰ নাটক, বেলেট, আৰু চলচ্চিত্ৰৰ অনুপ্ৰেৰণা হিচাপে কাম কৰিছে।[5]

  1. "Hans Christian Andersen". Encyclopædia Britannica. https://www.britannica.com/biography/Hans-Christian-Andersen
  2. "Fairy tales". H.C. Andersen Centret. https://andersen.sdu.dk/vaerk/register/eventyr_e.html. 
  3. Wenande, Christian (13 December 2012). "Unknown Hans Christian Andersen fairy tale discovered". The Copenhagen Post. https://cphpost.dk/2012-12-13/general/unknown-hans-christian-andersen-fairy-tale-discovered/. 
  4. Wullschläger 2000, p. 388
  5. Bredsdorff 1975