সমললৈ যাওক

হাম্মীৰ সিংহ দ্বিতীয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাম্মীৰ সিংহ দ্বিতীয়
মেৱাৰৰ মহাৰাণা

মেৱাৰৰ মহাৰাণা
ৰাজত্ব ১৭৭২-৬ জানুৱাৰী ১৭৭৮
পূৰ্বসূৰী দ্বিতীয় অৰি সিংহ
উত্তৰাধিকাৰী ভীম সিংহ
দাম্পত্য সঙ্গী ৰাথৰজী (কিষাণসিংহোট) অমৰ কানৱৰজী, কিশানগড়ৰ মহাৰাজা বিৰাদ সিঙৰ কন্যা
মাতৃ ঝালিজী চৰ্দাৰ কানৱাৰজী
পিতৃ দ্বিতীয় অৰি সিংহ

মহাৰাণা হাম্মীৰ সিংহ দ্বিতীয়[1] (১৭৬২ – ৬ জানুৱাৰী ১৭৭৮) মেৱাৰ ৰাজ্যৰ ছিছোদিয়া বংশৰ ৰাজপুত শাসক আছিল (মৃত্যু ১৭৭২–১৭৭৮)। তেওঁ আছিল মহাৰাণা দ্বিতীয় অৰি সিংহৰ জ্যেষ্ঠ পুত্ৰ। তেওঁৰ ১৬ বছৰ বয়সত নিজ হাতত ৰাইফল ফাটি মৃত্যু হয়। মৃত্যুৰ পিছত তেওঁৰ কনিষ্ঠ ভাতৃ ভীম সিংহ মেৱাৰৰ পৰৱৰ্তী মহাৰাণা হৈ পৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "UDAIPUR". http://members.iinet.net.au/~royalty/ips/u/udaipur_r.html। আহৰণ কৰা হৈছে: 24 August 2013.