হালধীয়া হেলেন
হালধীয়া হেলেন | |
---|---|
![]() | |
Dorsal view of Papilio nephelus chaon at Jayanti in Buxa Tiger Reserve in Jalpaiguri district of West Bengal, India | |
![]() | |
Ventral view of Yellow Helen | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Lepidoptera |
পৰিয়াল: | Papilionidae |
গণ: | Papilio |
প্ৰজাতি: | P. nephelus |
বৈজ্ঞানিক নাম | |
Papilio nephelus Boisduval, 1836 | |
সমাৰ্থক | |
Princeps nephelus |
হালধীয়া হেলেন ইংৰাজী: Yellow Helen, বৈজ্ঞানিক নাম-Papilio nephelus) পেপিলিঅ'নিডি (Papilionidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চাতকনেজীয়া পখিলাৰ প্ৰজাতি৷
বিৱৰণ[সম্পাদনা কৰক]
হালধীয়া হেলেনৰ পাখিৰ দৈৰ্ঘ্য প্ৰায় ১০-১২ ছে:মি: হয়: পাখিৰ বৰণ মূলত ক'লা৷ আগফালৰ পাখি (fore wing) বগা সৰু সৰু ফোঁট আৰু পিছফালৰ পাখি (hind wing)ত ডাঙৰকৈ বগা বা হালধীয়া বৰণৰ দাগ থকা দেখা যায়৷ পাখিৰ তলৰ আৰু ওপৰফালৰ বৰণ প্ৰায় একে৷ পিছফালৰ পাখিৰ কাষ (margins) ঢৌখেলোৱা ধৰণৰ হয়৷ ইয়াৰ থৰাক্স আৰু পেট অংশ ক'লাবৰণৰ হয়৷ [2]
হালধীয়া হেলেনৰ মতা আৰু মাইকী পখিলা দেখিবলৈ প্ৰায় একে হয়৷ [3]
Larvae feed on Toddalia asiatica, Euodia meliifolia, Fagra rhetsa, Citrus spp. and Zanthoxylum rhetsa.[4]
টেক্সন'মি[সম্পাদনা কৰক]
Papilio nephelus প্ৰজাতিটো helenus গোটৰ অন্তৰ্ভুক্ত৷ এই গোটৰ অন্যান্য পখিলাবোৰ হ'ল-
- Papilio helenus Linnaeus, 1758
- Papilio iswara White, 1842
- Papilio iswaroides Fruhstorfer, 1898
- Papilio nephelus Boisduval, 1836
- Papilio nubilus Staudinger, 1895
- Papilio sataspes C. & R. Felder, 1865
বিস্তৃতি[সম্পাদনা কৰক]
হালধীয়া হেলেন পখিলাবিধ নেপাল, ছিক্কিম, অসম, চীন , ম্যানমাৰ, থাইলেণ্ড আৰু ইণ্দোনেছিয়া আদি দেশত দেখিবলৈ পোৱা যায়৷ [2][4]
শ্ৰেণীবিভাজন[সম্পাদনা কৰক]
হালধীয়া হেলেন পখিলাৰ কেইবাটাও উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰে উল্লেখযোগ্য উপ-প্ৰজাতিসমূহ হ'ল-
- Papilio nephelus nephelus (Java)
- Papilio nephelus annulus Pendlebury, 1936 (মালয়েছিয়া)
- Papilio nephelus chaon Westwood, 1845 (Yellow Helen) (উৰিষ্যা, নেপাল, অসম, বাৰ্মা আৰু য়ুনান)
- Papilio nephelus albolineatus Forbes, 1885 (সুমাত্ৰা আৰু বৰ্ণিয়')
- Papilio nephelussiporanus Hagen, 1898 (মেন্টাৱাই দ্বীপপূঞ্জ (Mentawai Islands)
- Papilio nephelus tellonus Fruhstorfer, 1906 (বাটু দ্বীপপূঞ্জ, Batu Islands)
- Papilio nephelus sunatus Corbet, 1940 (মালয়েছিয়া) [4]
বাসস্থান[সম্পাদনা কৰক]
ই সাধাৰণতে বনাঞ্চলৰ আশে পাশে বাস কৰে৷
আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]
Yellow Helen at Jayanti in Buxa Tiger Reserve in Jalpaiguri district of West Bengal, India.
Yellow Helen at Jayanti in Buxa Tiger Reserve in Jalpaiguri district of West Bengal, India.
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Arcana Ent. 2( ):97, pl.72, fig.1 Type locality: Assam
- ↑ 2.0 2.1 Butterfly Corner
- ↑ Bingham, C. T. 1907. Fauna of British India. Butterflies. Volume 2
- ↑ 4.0 4.1 4.2 Funet.fi
লগতে পঢ়ক[সম্পাদনা কৰক]
- Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6
- Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
- Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.