হিনা শ্বাহ


হিনা শ্বাহ ইংৰাজী: : Hina Shah ; এগৰাকী ভাৰতীয় উদ্যোগী যিয়ে অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত অৱদানৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰদান কৰা নাৰী শক্তি বঁটা, ভাৰত জ্যোতি বঁটা, টাইটান বি ম’ৰ কিংবদন্তি উপাধি, আৰু প্ৰজেক্ট মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা শ্ৰেষ্ঠ প্ৰকল্প বঁটাকে ধৰি বঁটা প্ৰদান কৰে।
নাৰী সবলীকৰণ
[সম্পাদনা কৰক]১৯৭৬ চনত প্লাষ্টিক পেকেজিং উদ্যোগৰ যোগেদি তেওঁৰ কৰ্ম জীৱন আৰম্ভ ৰকে।

১৯৮৬ চনত তেওঁ দ্য ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ এণ্টাৰপ্ৰেনিউৰশ্বিপ এণ্ড কেৰিয়াৰ ডেভেলপমেণ্ট আৰম্ভ কৰে]।[1]হিনা শ্বাহৰ "মহিলাৰ বাবে উদ্যোগীকৰণ উন্নয়ন কাৰ্যসূচী", গুজৰাটৰ ২৫ গৰাকী মহিলাৰ সৈতে আৰম্ভ কৰা হৈছিল আৰু ইয়াৰে ১৬ গৰাকীয়ে অগতানুগতিক ব্যৱসায় স্থাপন কৰিছিল যিবোৰ ব্যৱসায় ২০১১ চনৰ পৰা এতিয়া চলি আছিল।
জাম্বিয়া,বাংলাদেশ, লেচোথো, বটছৱানা, কেমেৰুণ, মালয়েছিয়া, ফিলিপাইনছ, জৰ্ডান, শ্ৰীলংকা, গায়ানা, আইভৰি কোষ্ট আৰু চেণ্ট কিটছত মহিলাৰ অৰ্থনৈতিক সবলীকৰণ কৌশল আৰম্ভ আৰু প্ৰতিষ্ঠানিকৰণ কৰাত শ্বাহে সহায় কৰিছিল।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Entrepreneurship Development Institute of India, Entrepreneurship Development Programs in Ahmedabad, Gujarat, Maharashtra, Delhi". icecd.org. Archived from the original on 2010-07-24. https://web.archive.org/web/20100724161810/http://www.icecd.org/। আহৰণ কৰা হৈছে: 2020-04-25.