সমললৈ যাওক

হিমালয়ান বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হিমালয়ান বিশ্ববিদ্যালয়
মূলমন্ত্ৰ Where Your Future Comes First
স্থাপিত ২০১৩
ধৰণ ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়
আচাৰ্য পি. চুব্বা ৰাও
স্থান ইটানগৰ, অৰুণাচল প্ৰদেশ, ভাৰতবৰ্ষভাৰত
চৌহদ অৰ্ধ-নগৰীয়া
ৰং ৰয়েল নীলা আৰু হালধীয়া          
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ(ভাৰত), অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন(AICTE), ভাৰতীয় বিশ্ববিদ্যালয়ৰ সংঘ(AIU), ভাৰতীয় বাৰ কাউন্সিল(BCI), ভাৰতীয় ফাৰ্মাচী পৰিষদ(PCI), ভাৰতীয় পুনৰ্বাসন পৰিষদ(RCI)।
ৱেবছাইট www.himalayanuniversity.com

হিমালয়ান বিশ্ববিদ্যালয় ভাৰতঅৰুণাচল প্ৰদেশ ৰাজ্যৰ ইটানগৰৰ নিচেই কাষত অৱস্থিত এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। ভাৰতৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ আন সকলো অঞ্চল গঠন কৰা সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ বাবে উচ্চ শিক্ষাৰ জৰিয়তে অৰ্থনীতিৰ বিকাশ আৰু উন্নীতকৰণৰ বাবে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল।

স্বীকৃতি প্ৰদান

[সম্পাদনা কৰক]
শিৰোনামঅনুমোদনবছৰ
Arunachal Pradesh GazetteState Assembly Approval৩০ ছেপ্টেম্বৰ, ২০১২[1]
UGC ActUGC Act 1956 Approval৩ মে, ২০১৩[2]
International Accreditation Organization AccreditationIAO Candidacy Approval Letter৩০ জুলাই, ২০১৩[3]
AIMA AccreditationAIMA Approval Letter১৯ ডিচেম্বৰ, ২০১৩
PHD Chamber Of Commerce And IndustryPHD Approval Letter৩১ ডিচেম্বৰ, ২০১৩
AssochamAssocham Membership Certification২১ আগষ্ট, ২০১৪
Confederation of Indian IndustryCII Membership Certification৯ ফেব্ৰুৱাৰী, ২০১৫
Association of Indian UniversitiesAIU Membership Certification১ জুন, ২০১৫
National Skill Development CorporationHimalayan University MoU with NSDC১৯ ফেব্ৰুৱাৰী, ২০১৬
The Logo and Trade MarkHU logo gets registered under Logo and Trademark১০ জানুৱাৰী, ২০১৭

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Arunachal Pradesh Assembly Approval". himalayanuniversity.com. Archived from the original on 1 July 2014. https://web.archive.org/web/20140701181806/http://www.himalayanuniversity.com/notification_himalayan%20university.pdf আহৰণ কৰা হৈছে: 10 May 2013.
  2. "Section 2F UGC Approval". ugc.ac.in. http://www.ugc.ac.in/uni_contactinfo.aspx?id=704 আহৰণ কৰা হৈছে: ৩ মে ২০১৩.
  3. "IAO Accreditation Letter". himalayanuniversity.com. http://www.himalayanuniversity.com/approval%20Letter.pdf আহৰণ কৰা হৈছে: ৩০ জুলাই ২০১৩.