সমললৈ যাওক

হীনা গৱীত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডা০ হীনা গৱীত
লোকসভাৰ সাংসদ
কাৰ্যকাল
১৬ মে ২০১৪ – ৪ জুন ২০২৪
পূৰ্বসূৰী মাণিকৰাও হদয়া গৱিত
উত্তৰসূৰী গোৱাল কাগাড়া পদৱী
সমষ্টি নন্দুৰবাৰ
ব্যক্তিগত তথ্য
জন্ম ২৮ জুন, ১৯৮৭ (৩৭ বছৰ)
নন্দুৰবাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল বিজেপি (২০১৪-২০২৪)
সমন্ধ বিজয় কুমাৰ কৃষ্ণৰাও গৱিত(পিতৃ)[1]
শিক্ষানুষ্ঠান এম বি বি এছ
জেনেৰেল মেডিচিনত এম ডি
এল এল বি
জীৱিকা চিকিৎসক, ৰাজনীতিক
28 February, 2015-ৰ তথ্য

হীনা গৱীত (ইংৰাজী: Heena Gavit; জন্ম: ২৮ জুন ১৯৮৭) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ। ২০১৪ চনৰ পৰা ২০২৪ চনলৈ নন্দুৰবাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

হীনা গৱীত নন্দুৰবাৰ বিধান সভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি আৰু প্ৰাক্তন জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ বিধায়ক বিজয়কুমাৰ গৱীতৰ কন্যা। পেছাত তেওঁ এগৰাকী চিকিৎসক।[3]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

২০১৪ চনৰ লোকসভা নিৰ্বাচনত নন্দুৰবাৰৰ পৰা ৯ বাৰৰ সাংসদ মণিকৰাও হোদল্যা গৱীতক তেওঁ পৰাস্ত কৰিছিল। ১৯৮১ চনৰ পৰা মণিকৰাওৰ ভাৰতীয় জাতীয় কংগ্ৰেছে এই আসনখন দখল কৰিছিল। কিন্তু সেইবাৰ হিনাৰ লগত হোৱা প্ৰতিদ্বন্দ্বিতাত তেওঁলোক ১০৬৯০৫ ভোটৰ ব্যৱধানত পৰাভূত হয়।[4]

ৰক্ষা খাদছেৰ সৈতে যুটীয়াভাৱে তেওঁ ১৬ সংখ্যক লোকসভাৰ আটাইতকৈ কম বয়সীয়া সাংসদ হিচাপে বিবেচিত হয়।[5]

২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ গোভাল পদ্বীৰ হাতত ১,৫৯,১২০ ভোটত পৰাস্ত হয়।

২০১৮ চনৰ ৫ আগষ্টত যোৱা ১৬ দিন ধৰি ধূলে কালেক্টৰৰ কাৰ্যালয়ৰ বাহিৰত ধৰ্ণা পালন কৰি থকা প্ৰতিবাদকাৰীসকলে হীনা গৱীতৰ গাড়ীত আক্ৰমণ কৰে।[6][7][8][9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Political dynasties in Maharashtra". Hindustantimes. 27 May 2024. https://www.hindustantimes.com/cities/mumbai-news/political-dynasties-in-maharashtra-101711456983784.html. 
  2. "BJP's new team: Mukul Roy, Tejasvi Surya promoted; Ram Madhav gets replaced". Livemint. 26 September 2020. https://www.livemint.com/politics/news/bjp-s-new-team-mukul-roy-tejasvi-surya-promoted-ram-madhav-gets-replaced-11601118571938.html। আহৰণ কৰা হৈছে: 8 July 2021. 
  3. "BJP fields NCP leader's daughter Heena Gavit in Congress bastion". The Times of India. 2014-03-21. http://timesofindia.indiatimes.com/home/lok-sabha-elections-2014/news/BJP-fields-NCP-leaders-daughter-Heena-Gavit-in-Congress-bastion/articleshow/32386912.cms. 
  4. "Constituency-wise results for Lok Sabha Elections 2014". Election Commission of India. Archived from the original on 2014-05-17. https://web.archive.org/web/20140517121627/http://eciresults.ap.nic.in/ConstituencywiseS131.htm?ac=1। আহৰণ কৰা হৈছে: 2014-05-16. 
  5. "Youngest winners: Heena Gavit and Raksha Khadse". The Times of India. 2014-05-16. http://timesofindia.indiatimes.com/city/mumbai/Youngest-winners-Heena-Gavit-and-Raksha-Khadse/articleshow/35220772.cms. 
  6. Staff Reporter (6 August 2018). "Maratha protesters attack BJP MP Heena Gavit's car in Dhule" (en-US ভাষাত). The Indian Express. https://indianexpress.com/article/india/maratha-protesters-attack-bjp-mp-heena-gavits-car-in-dhule-5293056. 
  7. Staff Reporter (5 August 2018). "Maratha protesters damage BJP MP's car in Dhule" (en-US ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/mumbai/maratha-protesters-damage-bjp-mps-car-in-dhule/articleshow/65281175.cms. 
  8. Staff Reporter (6 August 2018). "Bandha in Nandurbar to protest attack on local MP's car" (en-US ভাষাত). The Business Standard. https://www.business-standard.com/article/pti-stories/bandh-in-nandurbar-to-protest-attack-on-local-mp-s-car-118080600849_1.html. 
  9. Staff Reporter (5 August 2018). "Maratha protesters damage BJP MP Heena Gavit's car in Dhule" (en-US ভাষাত). Pune Mirror. Archived from the original on 12 August 2018. https://web.archive.org/web/20180812151907/https://punemirror.indiatimes.com/pune/crime/maratha-protesters-damage-bjp-mp-heena-gavits-car-in-dhule/articleshow/65281563.cms.