সমললৈ যাওক

হীৰ ৰাঞ্জা (১৯৩২ চনৰ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হীৰ ৰাঞ্জা
পৰিচালক আব্দুল ৰছিদ কাৰ্দাৰ[1]
ভিত্তি হীৰ ৰাঞ্জাৰ লোককথা আৰু ১৮ শতিকাৰ পাঞ্জাবী চুফী কবি ৱাৰিছ শ্বাহৰ মহাকাব্যৰ আধাৰত
প্ৰযোজক হাকিম ৰাম প্ৰসাদ
অভিনয়ত আনোৱাৰী বেগম[2]
ৰফিক গাজনাৱী[2]
এম. ইছমাইন[2][1]
ৱালেইত বেগম
গুল হামিদ[2]
লালা য়াকুব[2]
ফজল শ্বাহ
সংগীত পৰিচালক ৰফিক গাজনাৱী
প্ৰযোজনা
কোম্পানী
প্লেআৰ্ট ফটোফ’ন
মুক্তি
১৯৩২ (1932)
দেশ বিট্ৰিছ ভাৰত
ভাষা পঞ্জাবী

হীৰ ৰাঞ্জা (১৯৩২ চনৰ চলচ্চিত্ৰ) এ.আৰ. কৰ্দাৰৰ পৰিচালনাত ১৯৩২ চনত মুক্তি পোৱা এখন পঞ্জাবী চলচ্চিত্ৰ৷[1] ছবিখনৰ নাম ভূমিকাত আনোৱাৰী বেগম আৰু ৰফিক গাজনাৱীয়ে অভিনয় কৰিছিল।[2][1]

হীৰ ৰাঞ্জাৰ প্ৰেম কাহিনী আৰু ১৮ শতিকাৰ পাঞ্জাবী চুফী কবি ৱাৰিছ শ্বাহৰ মহাকাব্যৰ আধাৰত ছবিখনৰ কাহিনী বৰ্ণনা কৰা হৈছে। ছবিখনৰ সংগীত ৰচনা কৰিছিল ৰফিক গাজনাৱীয়ে৷[2]

নিৰ্মাণ

[সম্পাদনা কৰক]

হীৰ ৰাঞ্জা আছিল পঞ্জাৱত নিৰ্মিত প্ৰথমখন টকি ছবি; ছবিখন হাকিম ৰাম প্ৰসাদ আৰু প্লেআৰ্ট ফটোফ’ন কোম্পানীৰ (পূৰ্বতে ইউনাইটেড প্লেয়াৰ্ছ কৰ্প'ৰেশ্যন নামেৰে জনাজাত, কাৰ্দাৰে প্ৰতিষ্ঠা কৰা) দ্বাৰা নিৰ্মাণ কৰা হৈছিল।[3] ছবিখন পঞ্জাৱ চলচ্চিত্ৰ ব'ৰ্ডে চেঞ্চৰ কৰিছিল।[4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "Heer Ranjha (1932 film)". Complete Index To World Film (CITWF) website. http://www.citwf.com/film146258.htm। আহৰণ কৰা হৈছে: 3 October 2022. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 "Heer Ranjha (1932 film)". Pakistan Film Magazine website. http://pakfilms.net/prePartitionMovies/details.php?pid=1188। আহৰণ কৰা হৈছে: 3 October 2022. 
  3. Yeh Un Dinon Ki Baat Hai. Bloomsbury Publishing. 2018. ISBN 9789387471054. https://books.google.com/books?id=fq9wDwAAQBAJ&pg=PT64. 
  4. Renu Saran (2014). History of Indian Cinema. Diamond Pocket Books. ISBN 9789350836514. https://books.google.com/books?id=XAT4AgAAQBAJ&pg=PT295.