হৃষিকেশ (বিষ্ণু)
অৱয়ব
| হৃষিকেশ | |
|---|---|
হৃষিকেশ আৰু লক্ষ্মী, গৰুড় বাহনৰ ওপৰত | |
| দেৱনাগৰী | हृषीकेश |
| সংস্কৃত লিপ্যন্তৰ | Hṛṣīkēśa |
| সম্পৰ্ক | বিষ্ণু |
| নিবাস | বৈকুণ্ঠ |
| মন্ত্ৰ | ॐ नमो हृषीकेश नाराणाय नमः Ōm namō hr̥ṣīkēśa nārāyaṇāya namaḥ |
| অস্ত্ৰ | সুদৰ্শন চক্ৰ |
| সঙ্গী | লক্ষ্মী |
| বাহন | গৰুড়, শেষনাগ |
হৃষিকেশ (সংস্কৃত:हृषीकेश) আক্ষৰিক অৰ্থ ইন্দ্ৰিয়ৰ প্ৰভু হিন্দু সংৰক্ষক দেৱতা বিষ্ণুৰ এটা উপনাম।[1] বিষ্ণুৰ সহস্ৰনামত ই ৪৭ নং নাম। বিষ্ণু সহস্ৰনামৰ ওপৰত আদি শংকৰৰ টীকা অনুসৰি এই নামটোৰ কেইবাটাও অৰ্থ আছে:
- ইন্দ্ৰিয়ৰ প্ৰভু।
- যাৰ নিয়ন্ত্ৰণত ইন্দ্ৰিয়বোৰ জীয়াই থাকে।
- যাৰ চুলি সূৰ্য্য আৰু চন্দ্ৰৰ ৰশ্মিৰে গঠিত, যিয়ে জগতক আনন্দ দিয়ে।
হৃষিকেশ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ হৃষিকেশৰ নামেৰে নামাকৰণ কৰা এখন চহৰ।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ www.wisdomlib.org (2012-06-29). "Hrishikesha, Hṛṣīkeśa, Hrishika-isha: 18 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/hrishikesha। আহৰণ কৰা হৈছে: 2022-08-02.
- ↑ Gérard Huet. "hṛṣīkeśa" (fr ভাষাত). sanskrit.inria.fr. https://sanskrit.inria.fr/DICO/73.html#h.r.siikeza। আহৰণ কৰা হৈছে: 2025-03-23.