হেনৰী ফৰ্ড
![]() | অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
হেনৰী ফৰ্ড ( ৩০ জুলাই, ১৮৬৩ - ৭ আগষ্ট ১৯৪৭) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্যোগপতি আৰু আগশাৰীৰ ব্যৱসায়ী আছিল। যুক্তৰাষ্ট্ৰৰ মধ্যবিত্ত শ্ৰেণীৰ লোকেও ক্ৰয় কৰিব পৰাকৈ মটৰগাড়ী সমূহক নিৰ্মাণ আৰু মেৰামতি কৰা ফৰ্ডে, ফৰ্ড মটৰ কোম্পানীৰ প্ৰতিষ্ঠা কৰিছিল।[1]
জন্ম আৰু শৈশৱকাল[সম্পাদনা কৰক]
হেনৰী ফৰ্ডৰ জন্ম ১৮৬৩ চনৰ ৩০ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানত হৈছিল। তেওঁৰ পিতৃৰ নাম ৱিলিয়াম ফৰ্ড আৰু মাতৃ আছিল মেৰী ফৰ্ড। তেওঁ ১৬ বছৰ বয়সতেই মেকানিক হিচাপে কাম কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল।[2]