সমললৈ যাওক

হেমলতা কালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হেমলতা কালা
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম হেমলতা কালা
জন্ম ১৫ আগষ্ট, ১৯৭৫ (৫০ বছৰ)
আগ্ৰা, ভাৰত
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া মধ্যম বেগী ব’লাৰ
ভূমিকা অলৰাউণ্ডাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
টেষ্ট অভিষেক (কেপ 49) 15 July 1999 বনাম England
অন্তিম টেষ্ট 29 August 2006 বনাম England
অ'ডিআই অভিষেক (কেপ 55) 26 June 1999 বনাম Ireland
অন্তিম অ'ডিআই 9 September 2008 v England
Only T20I (কেপ 6) 5 August 2006 v England
ঘৰুৱা দলৰ তথ্য
বছৰ দল
1992/93–1994/95 Uttar Pradesh
1995/96–2011/12 Railways
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা WTest WODI WT20I WLA
মুঠ খেল 7 78 1 180
ৰাণ 503 1,023 5 3,119
বেটিং গড় 50.30 20.87 28.09
শতক/অৰ্ধশতক 2/3 0/3 0/0 1/14
সৰ্বোচ্চ ৰাণ 110 65 5* 106*
বল 206 385 24 481
উইকেট 5 8 0 19
বলিং গড় 19.60 35.75 22.26
এটা ইনিংছত ৫টা উইকেট 0 0 0 0
এখন খেলত ১০টা উইকেট 0 0 0 0
শ্ৰেষ্ঠ বলিং 3/18 3/31 3/10
কেচ্চ/ষ্টাম্পিং 3/– 11/– 0/– 22/–
উৎস: https://cricketarchive.com/Archive/Players/8/8467/8467.html CricketArchive, 18 August 2022

হেমলতা কালা (ইংৰাজী: Hemlata Kala; জন্ম: ১৫ আগষ্ট ১৯৭৫) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেট অল-ৰাউণ্ডাৰ। তেওঁ সোঁহতীয়া বেটছমেন আৰু সোঁহতীয়া মধ্যম বলাৰ হিচাপে খেলিছিল। ১৯৯৯ চনৰপৰা ২০০৮ চনৰ ভিতৰত ভাৰতৰ হৈ ৭খন টেষ্ট মেচ, ৭৮খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু এখন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰে। উত্তৰ প্ৰদেশ আৰু ৰেলৱেৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল।[1][2]

টেষ্ট ক্ৰিকেটত শতক

[সম্পাদনা কৰক]
ৰান খেল প্ৰতিপক্ষ নগৰ স্থান বছৰ
১১০  ইংলেণ্ড লক্ষ্ণৌ, ভাৰত কে. ডি. সিং বাবু ষ্টেডিয়াম ২০০২[3]
১১০  নিউজিলেণ্ড ৱাপি, ভাৰত বিলাখিয়া ষ্টেডিয়াম ২০০৩[4]
  • Source: CricInfo[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Player Profile: Hemlata Kala". ESPNcricinfo. https://www.espncricinfo.com/player/hemlata-kala-53917। আহৰণ কৰা হৈছে: 18 August 2022. 
  2. "Player Profile: Hemlata Kala". CricketArchive. https://cricketarchive.com/Archive/Players/8/8467/8467.html। আহৰণ কৰা হৈছে: 18 August 2022. 
  3. "Full Scorecard of ENG Women vs IND Women Only Test 2001/02 - Score Report". ESPNcricinfo. https://www.espncricinfo.com/series/england-women-tour-of-india-2001-02-61574/india-women-vs-england-women-only-test-67513/full-scorecard. 
  4. "Full Scorecard of NZ Women vs IND Women Only Test 2003/04 - Score Report". ESPNcricinfo. https://www.espncricinfo.com/series/new-zealand-women-tour-of-india-2003-04-62257/india-women-vs-new-zealand-women-only-test-67520/full-scorecard. 
  5. "All-round records. Women's Test matches. ESPNcricinfo – H Kala". ESPNcricinfo. https://stats.espncricinfo.com/ci/engine/player/53917.html?class=8;template=results;type=allround;view=match। আহৰণ কৰা হৈছে: 10 December 2021.