সমললৈ যাওক

হোৱাইট ৰেইনবো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হোৱাইট ৰেইনবো

পোষ্টাৰ
পৰিচালক ধৰণ মান্দ্ৰায়াৰ
ৰচনা ধৰণ মান্দ্ৰায়াৰ
অভিনয়ত
  • সোণালী কুলকাৰ্ণী
  • অমৰদ্বীপ ঝা
  • শামীম শেইখ
  • অম্ৰুতা সুভাষ
মুক্তি
৬ অক্টোবৰ ২০০৪ (2004-10-06) (Mill Valley Film Festival)
৫ আগষ্ট ২০০৫ (2005-08-05) (ভাৰত)
৭ এপ্ৰিল ২০০৬ (2006-04-07) (যুক্তৰাষ্ট্ৰ)
দৈৰ্ঘ্য
৯২-৯৪ মিনিট[Note 1]
দেশসমূহ ভাৰত
যুক্তৰাষ্ট্ৰ
ভাষাসমূহ হিন্দী
ইংৰাজী

হোৱাইট ৰেইনবো (শ্বেত নামেৰেও পৰিচিত; ইংৰাজী: White Rainbow) ২০০৫ চনৰ ধৰণ মান্দ্ৰায়াৰৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় হিন্দী আৰু ইংৰাজী ভাষাৰ ছবি আৰু ইয়াত সোণালী কুলকাৰ্ণী, অমৰদ্বীপ ঝা, শামীম শেইখ আৰু অমৰুতা সুভাষে অভিনয় কৰিছে।[1][2] ছবিখনত বৃন্দাবনৰ বিধৱাসকলৰ বিষয়ে; যিসকল মহিলাই কম বয়সতে বিয়া হৈ গৈছে; অসুস্থতাৰ বাবে স্বামীক হেৰুৱাইছে আৰু বগা কাপোৰ পিন্ধি পৰলোকত স্বামীৰ সৈতে মিলন হবলৈ অপেক্ষা কৰি আছে। এই মহিলাসকলৰ কেইবাগৰাকীকো দ্বিতীয় বিবাহ নাকচ কৰাৰ পিছত ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য কৰোৱা হৈছিল।[2] ছবিখনত চাৰিগৰাকী বেলেগ বেলেগ বিধৱাৰ কাহিনী বৰ্ণনা কৰা হৈছে।[3]

২০১৩ চনত লিণ্ডা মন্দ্ৰায়ৰে দ্য হোৱাইট ৰেইনবো প্ৰজেক্ট প্ৰতিষ্ঠা কৰে, যিয়ে বৃন্দাবনৰ বিধৱাসকলক পুনঃব্যৱহৃত শাড়ীৰ পৰা হাতেৰে নিৰ্মিত কাপোৰ আৰু আনুষংগিক সামগ্ৰী তৈয়াৰ কৰাত সহায় কৰে।[4]

নিৰ্মাণ

[সম্পাদনা কৰক]

লিণ্ডা মান্দ্ৰায়াৰে প্ৰথমে বৃন্দাবনৰ বিধৱাসকলৰ বিষয়ে গ্ল'ৰিয়া ৱেলানৰ হোমলেচ ৱৰ্ল্ডৰ পৰা জানিব পাৰিছিল আৰু তেওঁৰ স্বামী ধৰণ মান্দ্ৰায়াৰে বিধৱাসলৰ ওপৰত এখন ছবি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল।[5]

ধৰন মান্দ্ৰায়াৰে অনুভৱ কৰিছিল যে বিধৱাসকলৰ মাজত সন্মুখত এটা দীঘলীয়া জীৱন পৰি আছে।[6] ১৯৯৯ চনত বৃন্দাবন বিধৱাসকলৰ বিষয়ে নিৰ্মিত ছবি ৱাটাৰৰ শ্বুটিং বন্ধ হোৱাৰ পিছত এই ছবিখনৰ নিৰ্মাণ আৰম্ভ হয়। বৃন্দাবনলৈ যাবলৈ বাধ্য হোৱা এজনী ১৩ বছৰীয়া বিধৱাৰ বিষয়ে পঢ়ি মান্দ্ৰায়াৰে এই ছবিখন নিৰ্মাণ কৰিবলৈ অনুপ্ৰাণিত হৈছিল।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Bonsall filmmakers tackle ostracism in India". San Diego Union-Tribune. 29 May 2005. https://www.sandiegouniontribune.com/sdut-bonsall-filmmakers-tackle-ostracism-in-india-2005may29-story.html। আহৰণ কৰা হৈছে: 29 March 2022. 
  2. 2.0 2.1 "Film highlights widows' plight". BBC. 9 September 2004. http://news.bbc.co.uk/2/hi/south_asia/3611848.stm। আহৰণ কৰা হৈছে: 29 March 2022. 
  3. Rangajaran, Malathi (20 May 2005). "Moving ahead with zest". The Hindu. https://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/moving-ahead-with-zest/article28583092.ece। আহৰণ কৰা হৈছে: 7 April 2022. 
  4. Rangajaran, Malathi (20 May 2005). "Moving ahead with zest". The Hindu. https://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/moving-ahead-with-zest/article28583092.ece। আহৰণ কৰা হৈছে: 7 April 2022. 
  5. Rangajaran, Malathi (20 May 2005). "Moving ahead with zest". The Hindu. https://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/moving-ahead-with-zest/article28583092.ece। আহৰণ কৰা হৈছে: 7 April 2022. 
  6. Rangajaran, Malathi (20 May 2005). "Moving ahead with zest". The Hindu. https://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/moving-ahead-with-zest/article28583092.ece। আহৰণ কৰা হৈছে: 7 April 2022. 
  7. "Where white is thrust on them". The Hindu. 7 July 2006. https://www.thehindu.com/todays-paper/tp-features/tp-fridayreview/where-white-is-thrust-on-them/article3218680.ece। আহৰণ কৰা হৈছে: 29 March 2022. 
  1. While Half Moon Bay Review gave the runtime as 92 minutes, The San Diego Union-Tribune gave the runtime as 94 minutes.[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]