হৰমনপ্ৰীত সিং
অৱয়ব
![]() | |||
ব্যক্তিগত তথ্য | |||
---|---|---|---|
সম্পূৰ্ণ নাম | হৰমনপ্ৰীত সিং | ||
জন্ম | ৬ জানুৱাৰী, ১৯৯৬ (২৯ বছৰ) তিমোৱাল, অমৃতসৰ, পঞ্জাৱ | ||
স্থান | ডিফেণ্ডাৰ | ||
জ্যেষ্ঠ কেৰিয়াৰ | |||
বৰ্ষ | দল | খেল | (গ'ল) |
২০১৪-১৭ | ডাবাং মুম্বাই | ||
২০১৭-২৪ | পেট্ৰ’লিয়াম স্পৰ্টছ ব’ৰ্ড | ||
২০২৪– | পঞ্জাৱ আৰ্মড পুলিচ | ||
২০২৪– | হকী পঞ্জাৱ | ||
২০২৪– | চুৰমা হকী ক্লাব | ||
ৰাষ্ট্ৰীয় দল | |||
বৰ্ষ | দল | খেল | গ'ল |
২০১৪–২০১৬ | ২১ বছৰ অনূৰ্ধ ভাৰত | ৩৫ | (৬৪) |
২০১৫– | ভাৰত | ২৪১ | (২১২) |
পদক অভিলেখ
|
হৰমনপ্ৰীত সিং (জন্ম ৬ জানুৱাৰী ১৯৯৬) এজন ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় হকী দলৰ অধিনায়ক।[1] তেওঁ এজন ডিফেণ্ডাৰ আৰু পেণাল্টি কৰ্ণাৰ বিশেষজ্ঞ। তেওঁক বিশ্বৰ শ্ৰেষ্ঠ ড্ৰেগ ফ্লিকাৰসকলৰ অন্যতম বুলি গণ্য কৰা হয়।[2] তেওঁ বৰ্তমানলৈকে আধুনিক হকীত ভাৰতৰ হৈ আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় গ’ল কৰিছে। তেওঁৰ নেতৃত্বতে ভাৰতীয় হকী দলে ২০২৪ পেৰিছ অলিম্পিকত ব্ৰঞ্জ পদক জয় কৰিছিল।[3] এয়া আছিল তেওঁৰ অলিম্পিকত তৃতীয়বাৰৰ অংশগ্ৰহণত দ্বিতীয়টো ব্ৰঞ্জ পদক।[4] সিং-এ দলটোক নেতৃত্ব দি ২০২২ এছিয়ান গেমছত সোণৰ পদকো জয় কৰাইছিল। তেওঁ এফ.আই.এইচ. বঁটাত তিনিবাৰকৈ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰিছে।[5] দলৰ সন্মুখত থাকি দলটোক জয়ৰ দিশে আগবঢ়াই নিয়াৰ বাবে তেওঁক “সৰপাঞ্চ ছাব” নামেৰেও জনা যায়।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ganesan, Uthra (17 June 2023). "Defender, drag-flicker, leader: Harmanpreet inhabits the best of all worlds" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/sport/hockey/defender-drag-flicker-leader-harmanpreet-inhabits-the-best-of-all-worlds/article66979539.ece। আহৰণ কৰা হৈছে: 3 April 2024.
- ↑ "Harmanpreet Singh: Indian hockey's drag-flick superstar". olympics.com. https://olympics.com/en/news/who-is-harmanpreet-singh-indian-hockey। আহৰণ কৰা হৈছে: 3 April 2024.
- ↑ "Hockey India announces cash prize for Paris Olympics bronze medal winning team". The Times of India. 2024-08-08. ISSN 0971-8257. https://timesofindia.indiatimes.com/sports/paris-olympics-2024/indiaparis/hockey-india-announces-cash-prize-for-paris-olympics-bronze-medal-winning-team/articleshow/112383786.cms.
- ↑ "Indian men's hockey team clinches bronze by beating Spain, ends mini-drought at Paris Olympics" (en-us ভাষাত). Firstpost. 2024-08-08. https://www.firstpost.com/sports/hockey-news/olympics-2024-indian-mens-hockey-team-wins-bronze-medal-beats-spain-2-1-13802516.html। আহৰণ কৰা হৈছে: 2024-08-09.
- ↑ "Harmanpreet's form crucial for India's Olympics medal hopes: Hockey India chief" (en ভাষাত). India Today. 2024-07-23. https://www.indiatoday.in/sports/paris-olympics-2024/story/harmanpreet-singh-form-hockey-india-chief-dilip-tirkey-medal-hopes-2570473-2024-07-23। আহৰণ কৰা হৈছে: 2024-07-25.
- ↑ "PM Modi praises 'sarpanch' Harmanpreet for giving memorable farewell to PR Sreejesh". India Today. 16 August 2024. https://www.indiatoday.in/sports/olympics/story/pm-narendra-modi-praises-harmanpreet-singh-and-indian-hockey-team-for-giving-memorable-farewell-to-pr-sreejesh-2582991-2024-08-16। আহৰণ কৰা হৈছে: 16 August 2024.