হৰিশিঙা
অৱয়ব
হৰিশিঙা | |
|---|---|
নগৰ | |
| স্থানাংক: 26°25′59″N 91°35′28″E / 26.43308°N 91.5910°Eস্থানাংক: 26°25′59″N 91°35′28″E / 26.43308°N 91.5910°E | |
| Country | |
| State | অসম |
| District | ওদালগুৰি জিলা বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদ অঞ্চল জিলা(BTAD) |
| উচ্চতা | ১৮০ মিটাৰ (৫৯০ ফুট) |
হৰিশিঙা ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ উত্তৰ-পূব দিশত অৱস্থিত ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত এখন ক্ষুদ্ৰ নগৰ।
ৰাজনীতি
[সম্পাদনা কৰক]হৰিশিঙা মংগলদৈ লোকসভা সমষ্টিৰ অংশ।[1]
৬৯ নং ওদালগুৰি অসম বিধানসভা বিধায়ক ১৯৬৮-২০১৬
[সম্পাদনা কৰক]- ৰিহন দৈমাৰী - ২০১৬ চনত ৪৫৯৬০ ভোটত জয়ী হয়।
- ৰিহন দৈমাৰী - ২০১১ চনত ৪০৯৭০ ভোটত জয়ী হয়।
- ৰিহন দৈমাৰী - ২০০৬ চনত ৩৫৫৬০ ভোটত জয়ী হয়।
- ৰিহন দৈমাৰী - ২০০১ চনত ৩০১৭০ ভোটত জয়ী হয়।
- দেৱো কান্তো ৰামচিয়াৰী - ১৯৯৬ চনত ৩৬৭৯৮ টা ভোটত জয়ী হয়।
- যমন সিং ব্ৰহ্ম - ১৯৯১ চনত ২৮১৪৯ টা ভোটত জয়ী হয়।
- বিনয় কুংগুৰ বসুমতাৰী - ১৯৮৫ চনত ২৪০৯১ টা ভোটত জয়ী হয়।
- বিনয় কুংগুৰ বসুমতাৰী - ১৯৮৩ চনত ১৯৭৪১ ভোটত জয়ী হয়।
- বিনয় কুংগুৰ বসুমতাৰী - ১৯৭৮ চনত ১৭২৬৯ টা ভোটত জয়ী হয়।
- বাহাদুৰ বসুমতাৰী - ১৯৭২ চনত ১৬৪৭০ ভোটত জয়ী হয়।
- বাহাদুৰ বসুমতাৰী - ১৯৬৮ চনত ১০৮৩৯ টা ভোটত জয়ী হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.