হৰি ঔম
অৱয়ব

হৰি ওঁম বা হৰি ঔম(Sanskrit: हरि ॐ, romanized: Hari Om) হিন্দু মন্ত্ৰ। হিন্দু ধৰ্মৰ অনুগামীসকলে পৱিত্ৰ ওঁম মন্ত্ৰৰ দৰেই হৰি ওঁম শুভ কামৰ আৰম্ভণিৰ সময়ত বা ধ্যান-ধাৰণৰ সময়ত জপ কৰে। ইয়াক অভিবাদন হিচাপেও ব্যৱহাৰ কৰা হয়।[1]
বিৱৰণ
[সম্পাদনা কৰক]
হৰি হৈছে হিন্দু দেৱতা বিষ্ণুৰ উপনাম, যাক এই মন্ত্ৰত সম্বোধন কৰা হয়।[2][3]
অগ্নি পুৰাণৰ মতে, হৰিৰ নাম স্মৰণ কৰিলে পাপ কৰা ব্যক্তিৰ প্ৰায়শ্চিত্ত হয় বুলি বৰ্ণনা কৰা হৈছে আৰু ওঁম মন্ত্ৰৰ পুনৰাবৃত্তিৰ দ্বাৰাও একে ফল পোৱা বুলি কোৱা হৈছে।[4]
ইয়াক জপকাৰীক মোক্ষ লাভ কৰিবলৈ সক্ষম হয় বুলি গণ্য কৰা হয়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Knapp, Stephen (2006-06-05) (en ভাষাত). The Power of the Dharma: An Introduction to Hinduism and Vedic Culture. iUniverse. পৃষ্ঠা. 75. ISBN 978-0-595-83748-9. https://books.google.com/books?id=O9upBAAAQBAJ&dq=Hari+Om+mantra&pg=PA75.
- ↑ Feuerstein, Georg (2011-03-22) (en ভাষাত). The Path of Yoga: An Essential Guide to Its Principles and Practices. Shambhala Publications. পৃষ্ঠা. 128. ISBN 978-0-8348-2292-4. https://books.google.com/books?id=Knp7nmz8qgMC&pg=PT128.
- ↑ Kumar, Tumuluru Kamal (2015-04-21) (en ভাষাত). Hindu Prayers, Gods and Festivals. Partridge Publishing. পৃষ্ঠা. 48. ISBN 978-1-4828-4708-6. https://books.google.com/books?id=uYCAEAAAQBAJ&dq=Hari+Om+Vishnu&pg=PA48.
- ↑ Shastri, J. L.; Gangadharan, N. (2013-01-01) (en ভাষাত). The Agni-Purana Part 2: Ancient Indian Tradition and Mythology Volume 28. Motilal Banarsidass. পৃষ্ঠা. 491. ISBN 978-81-208-3895-6. https://books.google.com/books?id=nm_tDwAAQBAJ&dq=Hari+Om+destroy+sins&pg=PA491.
- ↑ Altman, Nathaniel (2000) (en ভাষাত). The Little Giant Encyclopedia of Meditations & Blessings. Sterling Publishing Company, Inc.. পৃষ্ঠা. 72. ISBN 978-0-8069-6517-8. https://books.google.com/books?id=QrnElx2ytfQC&pg=PA72.