হৰেকলা হাজাব্বা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
হৰেকলা হাজাব্বা
Harekala Hajabba
জন্ম ১৭ অক্টোবৰ, ১৯৬২ (৫৯ বছৰ)
তুমাকুৰু, কৰ্ণাটক, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় সামাজিক কাম


হৰেকলা হাজাব্বা (ইংৰাজী: Harekala Hajabba) কৰ্ণাটকৰ মাংগালোৰ নিবাসী এজন ভাৰতীয় কমলা বেপাৰী, যি তেওঁৰ সৰু ব্যৱসায়টোত উপাৰ্জিত টকাৰে নিজৰ গাঁৱত এখন স্কুল প্ৰতিষ্ঠা কৰিছিল। [1] তেওঁৰ এই প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে, ২০২০ চনত, তেওঁক ভাৰতৰ চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[2][3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]