হৰেকলা হাজাব্বা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৰেকলা হাজাব্বা
Harekala Hajabba
জন্ম ১৭ অক্টোবৰ, ১৯৬২ (৬১ বছৰ)
তুমাকুৰু, কৰ্ণাটক, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় সামাজিক কাম


হৰেকলা হাজাব্বা (ইংৰাজী: Harekala Hajabba) কৰ্ণাটকৰ মাংগালোৰ নিবাসী এজন ভাৰতীয় কমলা বেপাৰী, যি তেওঁৰ সৰু ব্যৱসায়টোত উপাৰ্জিত টকাৰে নিজৰ গাঁৱত এখন স্কুল প্ৰতিষ্ঠা কৰিছিল। [1] তেওঁৰ এই প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে, ২০২০ চনত, তেওঁক ভাৰতৰ চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[2][3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]