সমললৈ যাওক

হৰে কাঁচ কি চুড়ীয়াঁ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৰে কাঁচ কি চুড়ী
পৰিচালক কিশোৰ সাহু
ৰচনা কিশোৰ সাহু
প্ৰযোজক কিশোৰ সাহু
অভিনয়ত
  • বিশ্বজিত
  • নেইনা সাহু
  • শিৱ কুমাৰ
  • হেলেন (অভিনেত্ৰী)
  • হেলেন]]
  • নাজিৰ হুছেইন
চিত্ৰগ্ৰহণকাৰী কে এইচ কাপপাডিয়া
সম্পাদনা কান্তিলাল বি শুক্লা
সংগীত পৰিচালক শংকৰ জয়কিষাণ
প্ৰযোজনা
কোম্পানী
কিশোৰ সাহু প্ৰডাকচন
মুক্তি
১৯৬৭ (1967)
দৈৰ্ঘ্য
১৬৫ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

হৰে কাঁচ কি চুড়ীয়াঁ (ইংৰাজী: Hare Kanch Ki Chooriyan) ১৯৬৭ চনৰ এখন হিন্দী, সামাজিক, পাৰিবাৰিক নাট্যধৰ্মী ছবি। পৰিচালনা আৰু প্ৰযোজনা কৰিছে কিশোৰ সাহুৱে।[1] কিশোৰ সাহু কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনাও কিশোৰ সাহুৰ।[2] কিশোৰ সাহু শংকৰ জয়কিষাণে সংগীত ৰচনা কৰাৰ বিপৰীতে গীতৰ কথা লিখিছিল হছৰৎ জয়পুৰী আৰু শৈলেন্দ্ৰই।[3] কিশোৰ সাহু সাহুৱে তেওঁৰ কন্যা নাইনা সাহুক মূল নায়িকাৰ চৰিত্ৰ হিচাপে উপস্থাপন কৰে আৰু এইখন ছবিৰ যোগেদি নাইনাই চলচ্চিত্ৰ অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।[4] কিশোৰ সাহু অন্য মুখ্য চৰিত্ৰত আছিল বিশ্বজীত, শিৱ কুমাৰ, নাজিৰ হুছেইন, ৰাজেন্দ্ৰনাথ, হেলেন আৰু ললিতা পাৱাৰ।[5]

কাহিনীটো এগৰাকী যুৱতী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী মোহিনীক (নেইনা সাহু) লৈ আৱৰ্তিত, যি অবিবাহিত অৱস্থাত গৰ্ভৱতী হয় আৰু জীৱন আমূলভাৱে সলনি হৈ যায়। এগৰাকী অবিবাহিত মাতৃ হিচাপে সমাজ আৰু বন্ধু-বান্ধৱীয়ে পৰিহাৰ কৰাৰ পিছতো তেওঁ দৃঢ়ভাবে সমাজৰ সন্মুখীন হোৱাৰ সংকল্পৰ লয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Hare Kanch Ki Chooriyan". gomolo.com. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402195640/http://www.gomolo.com/hare-kanch-ki-chooriyan-movie/3842 আহৰণ কৰা হৈছে: 8 March 2015.
  2. Peter Cowie (1977). World Filmography: 1967. Fairleigh Dickinson Univ Press. পৃষ্ঠা. 264–. ISBN 978-0-498-01565-6. https://books.google.com/books?id=Jp7ayTLX1D8C&pg=PA264 আহৰণ কৰা হৈছে: 8 March 2015.
  3. "Hare Kanch Ki Chooriyan". Lyrics Bogie.comlyricsbogie.com. https://www.lyricsbogie.com/category/movies/hare-kanch-ki-chooriyan-1967 আহৰণ কৰা হৈছে: 8 March 2015.
  4. Shankar's Weekly. 20. 1967. https://books.google.com/books?id=3dgcAQAAMAAJ আহৰণ কৰা হৈছে: 9 March 2015.
  5. "Hare Kanch Ki Chooriyan". Alan Goblecitwf.com. http://www.citwf.com/film143447.htm আহৰণ কৰা হৈছে: 8 March 2015.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]