সমললৈ যাওক

হৰ হৰ মহাদেৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিৱ আৰু তেওঁৰ পৰিয়ালৰ চিত্ৰকলা, চৰকাৰী সংগ্ৰহালয় আৰু আৰ্ট গেলেৰী, চণ্ডীগড়।

হৰ হৰ মহাদেৱ হিন্দু দেৱতা শিৱৰ প্ৰশংসাত সংস্কৃত আমন্ত্ৰণ।[1][2] এই আমন্ত্ৰণত শিৱৰ দুটা উপনাম হৰ আৰু মহাদেৱ ব্যৱহাৰ কৰা হয়। সাধাৰণতে ইয়াক শিৱৰ অনুগামীসকলে শুভ অনুষ্ঠান যেনে প্ৰাৰ্থনা আৰু শিৱ মন্দিৰত প্ৰৱেশৰ সময়ত জপ কৰে।[3]

কিংবদন্তি ৰাণী পদ্মিণী আৰু লাখ লাখ মহিলাই আলাউদ্দিন খিলজীৰপৰা নিজৰ সন্মান বচাবলৈ জৌহৰ(বিষপান)ৰ অভ্যাস কৰাৰ সময়ত শিৱৰ এই আমন্ত্ৰণ আওৰাইছিল।[4] মাৰাঠা সাম্ৰাজ্যৰ সৈনিক আৰু ৰজাসকলৰ যুদ্ধৰ উৎসাহজনক চিঞৰ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হৈছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Madan, T. N. (1988) (en ভাষাত). Way of Life: King, Householder, Renouncer : Essays in Honour of Louis Dumont. Motilal Banarsidass Publishers. পৃষ্ঠা. 360. ISBN 978-81-208-0527-9. https://books.google.com/books?id=1_qMH9PY9fQC&pg=PA360. 
  2. Chattopadhyaya, Sudhakar (1978) (en ভাষাত). Reflections on the Tantras. Motilal Banarsidass Publ.. পৃষ্ঠা. 75. ISBN 978-81-208-0691-7. https://books.google.com/books?id=CmaewdodLZQC&pg=PA75. 
  3. Eck, Diana L. (2013-06-05) (en ভাষাত). Banaras: CITY OF LIGHT. Knopf Doubleday Publishing Group. পৃষ্ঠা. 188. ISBN 978-0-307-83295-5. https://books.google.com/books?id=2LgO6TJhFDwC&pg=PT188. 
  4. CK, Saji Narayanan (2022-12-05) (en ভাষাত). Indian Woman, Feminism and Women's Liberation. Indus Scrolls Press. পৃষ্ঠা. 119. https://books.google.com/books?id=1KmiEAAAQBAJ&dq=hara+hara+mahadeva&pg=PA119.