৪ জুন
অৱয়ব
(০৪ জুনৰ পৰা পুনঃনিৰ্দেশিত)
| জুন | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ৬ | |
| ৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
| ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
| ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
| ২৮ | ২৯ | ৩০ | ||||
| ২০২৬ | ||||||
৪ জুন (ইংৰাজী: 4 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৫তম (অধিবৰ্ষত ১৫৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১০টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৮৪৫ - মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত যুদ্ধ আৰম্ভ হয়।
- ১৯৩৬ - অবিভক্ত ভাৰতৰ চিভিলিয়ান ৰেডিঅ'ৰ নাম পৰিৱৰ্তন কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হৈছিল।
- ২০০৪ - চিৰাং জিলা আনুষ্ঠানিক ভাৱে গঠন কৰা হয়।
- ২০২৪ - ভাৰতৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা। এই নিৰ্বাচনত NDAএ ২৯৩ খন আসন, INDIA মিত্ৰজোঁটে ২৩৪ খন আসন আৰু অন্যান্য ১৬ খন আসন লাভ কৰে ।
জন্ম
[সম্পাদনা কৰক]- ১৮২৯ - এলান অক্টোভিয়ান হিউম, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা। (মৃত্যু: ৩১ জুলাই ১৯১২)
- ১৯৩৬ - নূতন সামৰ্থ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৪৬ - এছ. পি. বালসুব্ৰমনিয়ম, ভাৰতীয় নেপথ্য সঙ্গীতশিল্পী,সঙ্গীত পৰিচালক আৰু অভিনেতা। (মৃত্য়ু: ২৫/০৯/২০২০)
- ১৯৭৫ - এঞ্জেলিনা জলি, মাৰ্কিন অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱহিতৈষিণী।
- ১৯৮০ - প্ৰশান্ত নীল, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ৷
- ১৯৮৪ - প্ৰিয়ামণি, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল।
- ১৯৮৮ - প্ৰমোদ ভগত, ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।
- ১৯৯০ - জেৎচুন পেমা, ভূটানৰ ৰাণী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৭৮ - দীননাথ শৰ্মা, অসমীয়া সাহিত্য আলোচনী "আৱাহন"ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু এগৰাকী চিকিৎসক। (জন্ম: ১২ নৱেম্বৰ ১৯১৪)
- ২০১১ - সুলভা দেশপাণ্ডে, ভাৰতীয় অভিনেত্ৰী আৰু নাট পৰিচালক।
- ২০২০ - বাসু চেটাৰ্জী, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। (জন্ম: ১০/০১/১৯৩০)
দিৱস
[সম্পাদনা কৰক]- আক্ৰমণৰ বলি হোৱা নিৰীহ শিশুৰ আন্তৰ্জাতিক দিৱস।
- হাঙ্গেৰীৰ ৰাষ্ট্ৰীয় একতা দিৱস।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৪ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||