সমললৈ যাওক

৯ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(০৯ এপ্ৰিলৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০  

০৯ এপ্ৰিল (ইংৰাজী: 09 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৯৯তম (অধিবৰ্ষত ১০০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৬টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৬৬৯ - মোগল সম্ৰাট ঔৰংজেৱে সকলো হিন্দু বিদ্যালয় আৰু মন্দিৰ ধ্বংস কৰিবলৈ আদেশ দিছিল।
  • ১৯১৮ - লাটভিয়া দেশে স্বাধীনতা ঘোষণা কৰে।
  • ১৯৪৫ - মাৰ্কিন যুক্তৰাষ্ট্ৰত আণবিক শক্তি কমিছন গঠন কৰা হয়।
  • ১৯৬৫ - ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্ত যুদ্ধ আৰম্ভ হৈছিল।
  • ২০২০ - ভয়াবহ কৰ'না বেমাৰে ১০০ দিন সম্পূৰ্ণ কৰিছিল।
  • ২০২১ - আই পি এল ২০২১ আৰম্ভ।
  • ২০২১ - ভিভো আই পি এল ২০২১ৰ প্ৰথম মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে।
  • ১৬২৬ - ফ্ৰান্সিস বেকন, ইংৰাজ দাৰ্শনিক।
  • ২০১৪ - আলে নৰেন্দ্ৰ, ভাৰতীয় ৰাজনীতিক।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]