৯ মে'
অৱয়ব
(০৯ মে'ৰ পৰা পুনঃনিৰ্দেশিত)
| মে' | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | |||||
| ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
| ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
| ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
| ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
| ৩১ | ||||||
| ২০২৬ | ||||||
৯ মে' (ইংৰাজী: 9 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৬টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯৫৫ - শীতল যুদ্ধ: পশ্চিম জাৰ্মানীয়ে নাটোত যোগদান কৰে।
- ২০১৪ - শশী কাপুৰক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।
জন্ম
[সম্পাদনা কৰক]- ১৫৪০ - মহাৰাণা প্ৰতাপ, ভাৰতীয় শাসনকৰ্তা।
- ১৮৬৬ - গোপাল কৃষ্ণ গোখলে, ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজ সংস্কাৰক।
- ১৯৫৩ - মল্লিকা সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী তথা অভিনেত্ৰী।
- ১৯৯২ - ছাই পল্লৱী, ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৮১ - দুৰ্গাবাঈ দেশমুখ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ।
- ১৯৮৬ - টেনজিং নৰ্গে, এজন নেপালী শেৰপা পৰ্বতাৰোহী আৰু এডমণ্ড হিলাৰীৰ লগত প্ৰথম এভাৰেষ্ট শৃঙ্গ বিজয়ী। (জন্ম: ২৯ মে', ১৯১৪)
- ১৯৯৮ - তালাত মেহমুদ, ভাৰতীয় সংগীতজ্ঞ।
- ২০১৫ - এলিজাবেথ উইলছন, আমেৰিকান অভিনেত্ৰী।
- ২০২৩ - মিহিৰজ্যোতি বৰুৱা, অসমীয়া মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা।
দিৱস
[সম্পাদনা কৰক]- বিজয় দিৱস (ছোভিয়েট সংঘ)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৯ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||