১৪ জানুৱাৰী
Jump to navigation
Jump to search
১৪ জানুৱাৰী (ইংৰাজী: 14 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৪ তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫১ টা দিন (অধিবৰ্ষত ৩৫২টা দিন) বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
জন্ম[সম্পাদনা কৰক]
- ১৮৭৫ খৃঃ - এলবাৰ্ট স্কোৱেটজাৰ, নোবেল বিজয়ী জাৰ্মানীৰ প্ৰখ্যাত চিকিৎসাবিদ ।
মৃত্যু[সম্পাদনা কৰক]
- ১৭৪২ খৃঃ - এডমাণ্ড হেলী, ইংৰাজ মহাকাশবিদ যাৰ নামত হেলীৰ ধুমকেতুৰ নামকৰণ কৰা হৈছে ।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘১৪ জানুৱাৰী’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
| ||||||||||||||||||||||||||||||||||||||||||||