সমললৈ যাওক

১৯৬৭ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম বিধানসভা নিৰ্বাচন, ১৯৬৭
ভাৰত
১৯৬২ 
১৯৬৭
 ১৯৭২

 


দল কংগ্ৰেছ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

বিমলা প্ৰসাদ চলিহা
কংগ্ৰেছ

মুখ্যমন্ত্ৰী

বিমলা প্ৰসাদ চলিহা
কংগ্ৰেছ

অসম বিধানসভাৰ নিৰ্বাচন, ১৯৬৭ স্বাধীনোত্তৰ অসমৰ চতুৰ্থ বিধানসভা নিৰ্বাচন। মুঠ ১২৬থন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ পূৰ্বে সমষ্টিবোৰৰ পুনৰ গঠন কৰা হৈছিল আৰু পূৰ্বৰ ১০৫টা সমষ্টিৰ পৰা ১২৬টা সমষ্টিলৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰে ৯৩টা সাধাৰণ, ৯টা অনুসূচীত জাতিৰ বাবে আৰু ২৪টা জনজাতীয়সকলৰ বাবে সংৰক্ষিত আছিল। নিৰ্বাচনত ৭টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু এটা ৰাজ্যিক পৰ্যায়ৰ দল- অল পাৰ্টি হিল লিডাৰ্চ্ কনফাৰেঞ্চে অংশগ্ৰহণ কৰিছিল।মুঠ ৭৩খন আসন পাই ভাৰতীয় জাতীয় কংগ্ৰেছবিমলা প্ৰসাদ চলিহাৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল। মুখ্যমন্ত্ৰী হিচাপে চলিহাৰ এয়া আছিল দ্বিতীয় কাৰ্যকাল। নিৰ্বাচনত অংশগ্ৰহণ কৰা ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি আৰু জনসংঘই এখনো আসনত জয়লাভ কৰা নাছিল। লুংলেই, আইজল পূব, আইজল পশ্চিম, নংপো আৰু চেৰাপুঞ্জী বিধানসভা সমষ্টিৰ নিৰ্বাচিত সদস্য কেইগৰাকীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈ আহিছিল। ১৯৬৭ৰ বিধানসভা নিৰ্বাচনৰ এক উল্লেখযোগ্য ঘটনা এয়ে যে অসমীয়া সাংস্কৃতিক জগতৰ মহীৰূহ স্বৰুপ বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাই ক্ৰমে তেজপুৰ আৰু নাওবৈচা সমষ্টিৰ পৰা বিজয়ী হৈ বিধানসভাত প্ৰবেশ কৰিছিল।[1]

অংশগ্ৰহণ কৰা ৰাজনৈতিক দল[1]

[সম্পাদনা কৰক]
ক্ৰমিক নংদলৰ নামসংক্ষিপ্ত নামপ্ৰতিদ্বন্দ্বিতা কৰা আসনলাভ কৰা আসনলাভ কৰা ভোটৰ শতাংশপ্ৰতিদ্বন্দ্বিতা কৰা আসনৰ ভোটৰ শতাংশ
জনসংঘBJS২০১১.৪৯%
ভাৰতৰ কমিউনিষ্ট পাৰ্টি CPI২২৩০.১৯%
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)CPM১৪১৪.৭২%
ভাৰতীয় জাতীয় কংগ্ৰেছINC১২০৭৩৪৪.৬৬%
প্ৰজা ছোচিয়েলিষ্ট পাৰ্টিPSP৩৫২৩.২০%
সংহত ছোচিয়েলিষ্ট পাৰ্টিSSP১৭২৬.৩৭%
স্বতন্ত্ৰ পাৰ্টি SWA১৩১৪.০৭%
অল পাৰ্টি হিল লিডাৰ্চ্ কনফাৰেঞ্চAHL১২৫৭.৮৬%
নিৰ্দলীয়২৪০২৬৩৬.১২%

বিজয়ী প্ৰাৰ্থীসকল[2][1]

[সম্পাদনা কৰক]
সমষ্টি নংবিধানসভাৰ সমষ্টিবিজয়ী সদস্যদলৰ নাম
লুংলেই (অনুসূচীত জনজাতি)লালচুঙ্গা চিনজাহ্
আইজল পূব (অনুসূচীত জনজাতি)আৰ থাংলুৰা (জন এফ মানলিয়ানা)ভাৰতীয় জাতীয় কংগ্ৰেছ
আইজল পশ্চিম (অনুসূচীত জনজাতি)আৰ থাংলুৰাভাৰতীয় জাতীয় কংগ্ৰেছ
ৰাতাবাৰীবিশ্বনাথ উপাধ্যায়ভাৰতীয় জাতীয় কংগ্ৰেছ
পাথাৰকান্দিমতিলাল কানুনিৰ্দলীয়
কৰিমগঞ্জ উত্তৰ (অনুসূচীত জাতি)ৰথীন্দ্ৰ নাথ সেনভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জ দক্ষিণপ্ৰফুল্ল চৌধুৰীনিৰ্দলীয়
বদৰপুৰমৌলানা আব্দুল জলিল চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
হাইলাকান্দিআব্দুল মতলিব মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১০কাচলিচেৰাতজমুল আলি লস্কৰনিৰ্দলীয়
১১শিলচৰসতীন্দ্ৰমোহন দেৱভাৰতীয় জাতীয় কংগ্ৰেছ
১২সোণাইময়নুল হক চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৩ধলাই (অনুসূচীত জাতি)যতীন্দ্ৰমোহন বৰভূঞানিৰ্দলীয়
১৪লক্ষীপুৰমেৰা চৌবা সিংহভাৰতীয় জাতীয় কংগ্ৰেছ
১৫উদৰবন্দজগন্নাথ সিংহভাৰতীয় জাতীয় কংগ্ৰেছ
১৬বৰখলাআলতাফ হুছেইন মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৭কাটিগড়াএ. কে. নুৰুল হকভাৰতীয় জাতীয় কংগ্ৰেছ
১৮হাফলং (অনুসূচীত জনজাতি)জয়ভদ্ৰ হাগজেৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৯বোকাজান (অনুসূচীত জনজাতি)সাই সাই টেৰাংভাৰতীয় জাতীয় কংগ্ৰেছ
২০হাওৰাঘাট (অনুসূচীত জনজাতি)ছত্ৰসিং টেৰনভাৰতীয় জাতীয় কংগ্ৰেছ
২১বৈঠালাংচ’ (অনুসূচীত জনজাতি)ধনীৰাম ৰংপিভাৰতীয় জাতীয় কংগ্ৰেছ
২২জোৱাই (অনুসূচীত জনজাতি)এডৱিংচন বাৰ্চঅল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ
২৩শ্বিলংহুভাৰ হাইনিয়েতাঅল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ
২৪নংপো (অনুসূচীত জনজাতি)ব্ৰিংটোন বুহাই লিংডোঅল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ
২৫নংষ্টইন (অনুসূচীত জনজাতি)হ’পিংষ্টোন লিংডোঅল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ
২৬চেৰাপুঞ্জী (অনুসূচীত জনজাতি)ষ্টেনলি ডি ডি লিকলচ্ ৰয়অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ
২৭বাঘমাৰা (অনুসূচীত জনজাতি)ৱিলিয়ামচন চাংমাঅল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ
২৮ডাইনাডুবি (অনুসূচীত জনজাতি)মোদি মাৰাকঅল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ
২৯তুৰা (অনুসূচীত জনজাতি)গ্ৰহনচিং মাৰাক (ব্ৰনচন মমিন)অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ
৩০ফুলবাৰী (অনুসূচীত জনজাতি)এনমসিং চাংমাঅল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চ
৩১মানকাচৰজহিৰুল ইছলামনিৰ্দলীয়
৩২দক্ষিণ শালমৰাবাজলুল বাচিতভাৰতীয় জাতীয় কংগ্ৰেছ
৩৩ধুবুৰীচৈয়দ আহমেদ আলিভাৰতীয় জাতীয় কংগ্ৰেছ
৩৪গৌৰীপুৰআজাদ আলিপ্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
৩৫গোলোকগঞ্জকবিৰ চন্দ্ৰ ৰায়প্ৰধানীনিৰ্দলীয়
৩৬বিলাসীপাৰাগিয়াচুদ্দিন আহমেদনিৰ্দলীয়
৩৭গোসাইগাঁওমিথিয়াচ টুডুভাৰতীয় জাতীয় কংগ্ৰেছ
৩৮কোকৰাঝাৰ পশ্চিমৰনেন্দ্ৰ বসুমতাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৩৮কোকৰাঝাৰ পূব (অনুসূচীত জনজাতি)ৰাণী মঞ্জুলা দেৱীভাৰতীয় জাতীয় কংগ্ৰেছ
৪০চিদলী (অনুসূচীত জনজাতি)উত্তন চন্দ্ৰ ব্ৰহ্মভাৰতীয় জাতীয় কংগ্ৰেছ
৪১বিজনীগোলকচন্দ্ৰ পাটগিৰিভাৰতীয় জাতীয় কংগ্ৰেছ
৪২অভয়াপুৰী (অনুসূচীত জাতি)কন্দৰ্প নাৰায়ণ বনিক্যনিৰ্দলীয়
৪৩বঙাইগাঁওমথুৰা মোহন সিনহাভাৰতীয় জাতীয় কংগ্ৰেছ
৪৪গোৱালপাৰা পশ্চিমচাহাদত আলি জোটদাৰপ্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
৪৫গোৱালপাৰা পূববিনয় কৃষ্ণ ঘোষনিৰ্দলীয়
৪৬দুধনৈ (অনুসূচীত জনজাতি)শৰৎ চন্দ্ৰ ৰাভা ভাৰতৰ কমিউনিষ্ট পাৰ্টি
৪৭সৰভোগপ্ৰণিতা তালুকদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৪৮ভবানীপুৰধৰণীধৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৪৯পাটাচাৰকুছিভুৱনেশ্বৰ বৰ্মনপ্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
৫০বৰপেটাডাঃ সুৰেন্দ্ৰ নাথ দাসপ্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
৫১জনীয়াআতাউৰ ৰহমানভাৰতীয় জাতীয় কংগ্ৰেছ
৫২বাঘবৰজালাউদ্দিন আহমেদনিৰ্দলীয়
৫৩সৰুক্ষেত্ৰী (অনুসূচীত জাতি)মতিলাল নায়কনিৰ্দলীয়
৫৪চেঙাআজিজুৰ ৰহমান চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৫৫বকোপ্ৰবীন কুমাৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৫৬ছয়গাঁওহৰেশ্বৰ গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
৫৭পলাশবাৰীঅৱলাকান্ত গোস্বামীনিৰ্দলীয়
৫৮গুৱাহাটী পূবমহেন্দ্ৰ মোহন চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৫৯গুৱাহাটী পশ্চিমগোবিন্দ কলিতা ভাৰতৰ কমিউনিষ্ট পাৰ্টি
৬০জালুকবাৰীশৈলেন মেধিনিৰ্দলীয়
৬১হাজোবিষ্ণুৰাম মেধিভাৰতীয় জাতীয় কংগ্ৰেছ
৬২নলবাৰী পশ্চিমডাঃ ভূমিধৰ বৰ্মনভাৰতীয় জাতীয় কংগ্ৰেছ
৬৩নলবাৰী পূবপ্ৰভাত নাৰায়ন চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৬৪বৰভাগগৌৰী শঙ্কৰ ভট্টাচাৰ্যনিৰ্দলীয়
৬৫বৰমা (অনুসূচীত জনজাতি)সুৰেন্দ্ৰনাথ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৬৬তামলুপুৰ (অনুসূচীত জনজাতি)মনেশ্বৰ বড়োনিৰ্দলীয়
৬৭ৰঙিয়াকামিনীমোহন শৰ্মা ভাৰতৰ কমিউনিষ্ট পাৰ্টি
৬৮কমলপুৰলক্ষ্যধৰ চৌধুৰীপ্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
৬৯পানেৰীহীৰালাল পাটোৱাৰীনিৰ্দলীয়
৭০কলাইগাঁওধনীৰাম দত্তভাৰতীয় জাতীয় কংগ্ৰেছ
৭১ৰঙামাটি (অনুসূচীত জাতি)নকুলচন্দ্ৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৭২মঙলদৈমঃ মতলিবুদ্দিননিৰ্দলীয়
৭৩দলগাঁওসুৰেন্দ্ৰচন্দ্ৰ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৭৪ওদালগুৰি (অনুসূচীত জনজাতি)বাহাদুৰ বসুমতাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫ঢেকিয়াজুলিপুস্পলতা দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৭৬মিছামাৰীমহিকান্ত দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৭৭তেজপুৰবিষ্ণুপ্ৰসাদ ৰাভানিৰ্দলীয়
৭৮বালিপাৰাবিশ্বদেৱ শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
৭৯চতিয়ানাৰায়ন চন্দ্ৰ ভূঞাভাৰতীয় জাতীয় কংগ্ৰেছ
৮০বিশ্বনাথকামাখ্যা প্ৰসাদ ত্ৰিপাঠীভাৰতীয় জাতীয় কংগ্ৰেছ
৮১গহপুৰবিষ্ণুলাল উপাধ্যায়ভাৰতীয় জাতীয় কংগ্ৰেছ
৮২মৰিগাঁও (অনুসূচীত জনজাতি)পিতসিং কোঁৱৰনিৰ্দলীয়
৮৩বোকানী (অনুসূচীত জাতি)মহেন্দ্ৰনাথ হাজৰিকাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৪লাহৰিঘাটআব্দুল কাচেমভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫ৰহাশৰৎ চন্দ্ৰ গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬ধিংচামচুল হুদানিৰ্দলীয়
৮৭ৰূপহীহাটএম এ মুচাৱিৰ চৌধুৰীনিৰ্দলীয়
৮৮নগাঁওফণী বৰা ভাৰতৰ কমিউনিষ্ট পাৰ্টি
৮৯বৰহমপুৰকেশৰাম হাজৰিকা ভাৰতৰ কমিউনিষ্ট পাৰ্টি
৯০কলিয়াবৰঅতুল চন্দ্ৰ গোস্বামীসংহত ছোচিয়েলিষ্ট পাৰ্টি
৯১চামগুৰিদেৱকান্ত বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৯২যমুনামুখলক্ষ্মীপ্ৰসাদ গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
৯৩হোজাইজোনাব ৰহিমুদ্দিন আহমেদস্বতন্ত্ৰ পাৰ্টি
৯৪লামডিংসাধনৰঞ্জন সৰকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৯৫বোকাখাট (অনুসূচীত জাতি)লক্ষেশ্বৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৯৬সৰুপথাৰচি. জি. কৰ্মকাৰভাৰতীয় জাতীয় কংগ্ৰেছ
৯৭গোলাঘাটসোণেশ্বৰ বৰাসংহত ছোচিয়েলিষ্ট পাৰ্টি
৯৮দেৰগাঁওনৰেন্দ্ৰনাথ শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
৯৯মাজুলী (অনুসূচীত জনজাতি)মহিধৰ পেগুনিৰ্দলীয়
১০০যোৰহাটযোগেন শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১০১চৰাইবাহীদুলাল চন্দ্ৰ বৰুৱানিৰ্দলীয়
১০২তিতাবৰদেৱেশ্বৰ শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
১০৩মৰিয়নিগজেন তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
১০৪টিয়কতিলক গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০৫আমগুৰিপুষ্পধৰ চলিহাভাৰতীয় জাতীয় কংগ্ৰেছ
১০৬শিৱসাগৰপ্ৰমোদচন্দ্ৰ গগৈ ভাৰতৰ কমিউনিষ্ট পাৰ্টি
১০৭থাওৰাদুৰ্গেশ্বৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
১০৮নাজিৰাকৰুণাকান্ত গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০৯মাহমৰাৰত্নেশ্বৰ কোঁৱৰভাৰতীয় জাতীয় কংগ্ৰেছ
১১০সোণাৰিবিমলা প্ৰসাদ চলিহাভাৰতীয় জাতীয় কংগ্ৰেছ
১১১বিহপুৰীয়াপ্ৰেমধৰ বৰানিৰ্দলীয়
১১২নাওবৈচা (অনুসূচীত জাতি)ভূপেন হাজৰিকানিৰ্দলীয়
১১৩উত্তৰ লখিমপুৰগোবিন্দচন্দ্ৰ বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
১১৪ঢকুৱাখনা (অনুসূচীত জনজাতি)নমেশ্বৰ পেগু ভাৰতৰ কমিউনিষ্ট পাৰ্টি
১১৫ধেমাজী (অনুসূচীত জনজাতি)ৰমেশ মোহন কুলীস্বতন্ত্ৰ পাৰ্টি
১১৬মৰাণপদ্মকুমাৰী গোঁহাইভাৰতীয় জাতীয় কংগ্ৰেছ
১১৭ডিব্ৰুগড়ৰমেশ চন্দ্ৰ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১১৮লাহোৱাললিলি সেনগুপ্তাভাৰতীয় জাতীয় কংগ্ৰেছ
১১৯টেঙাখাতমাণিক চন্দ্ৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
১২০টিংখংভদ্ৰেশ্বৰ গগৈসংহত ছোচিয়েলিষ্ট পাৰ্টি
১২১জয়পুৰভদ্ৰকান্ত গগৈসংহত ছোচিয়েলিষ্ট পাৰ্টি
১২২বগদুংউপেন্দ্ৰনাথ সনাতনভাৰতীয় জাতীয় কংগ্ৰেছ
১২৩তিনিচুকীয়াপৰমানন্দ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১২৪ডিগবৈযদুনাথ ভূঞাভাৰতীয় জাতীয় কংগ্ৰেছ
১২৫ডুমডুমামলিয়া তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
১২৬চৈখোৱাদেৱেন্দ্ৰনাথ হাজৰিকাভাৰতীয় জাতীয় কংগ্ৰেছ

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 "Assam Legislative Assembly Election in 1967". elections.in. https://www.elections.in/assam/assembly-constituencies/1967-election-results.html আহৰণ কৰা হৈছে: 24 November 2020.
  2. "Assam Legislative Assembly - MLA 1967-72". Govt. of Assam. http://assamassembly.gov.in/mla-1967-72.html আহৰণ কৰা হৈছে: 24 November 2020.