১৯৮৭
অৱয়ব
১৯৮৭ আছিল গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এটা সাধাৰণ বছৰ।
ঘটনাৱলী
[সম্পাদনা কৰক]জন্ম
[সম্পাদনা কৰক]- ২৩ মাৰ্চ: কংগনা ৰাণাৱত, ভাৰতীয় হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।[1]
- ১৯ এপ্ৰিল: মাৰিয়া ছাৰাপোভা, ৰাছিয়ান টেনিচ খেলুৱৈ।[2][3]
- ২৪ এপ্ৰিল: বৰুণ ধৱন, হিন্দী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা।[4]
- ২৪ জুন: লিঅ'নেল মেছি, ফ্ৰেঞ্চ ফুটবল ক্লাব পেৰিছ ছেইণ্ট জাৰমেইন আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ৰাইট ৱিংগাৰ হিচাপে খেলা এজন আৰ্জেণ্টিনাৰ পেছাদাৰী ফুটবল খেলুৱৈ।
মৃত্যু
[সম্পাদনা কৰক]- ১৩ অক্টোবৰ – কিশোৰ কুমাৰ, ভাৰতীয় গায়ক, সংগীতকাৰ, অভিনেতা আৰু পৰিচালক (জ. ১৯২৯)।[5][6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Goyal, Divya (18 January 2019). "Kangana Ranaut To Karni Sena on Manikarnika Row: I'm Rajput, Will Destroy You". NDTV.com. https://www.ndtv.com/entertainment/kangana-ranaut-to-karni-sena-on-manikarnika-row-im-rajput-will-destroy-you-1979536। আহৰণ কৰা হৈছে: 27 June 2021.
- ↑ Mark Hodgkinson (27 March 2007). "Sharapova still haunted by Chernobyl". The Telegraph. https://www.telegraph.co.uk/sport/tennis/wtatour/2309886/Sharapova-still-haunted-by-Chernobyl.html। আহৰণ কৰা হৈছে: 26 February 2020.
- ↑ "Error: no
|title=
specified when using {{Cite web}}" (ru ভাষাত). Lenta.ru. http://lenta.ru/lib/14164248/। আহৰণ কৰা হৈছে: 29 April 2013. - ↑ "Happy Birthday Varun Dhawan: 7 lesser known facts about the Dishoom star!". India.com. 24 April 2016. http://www.india.com/showbiz/happy-birthday-varun-dhawan-7-lesser-known-facts-about-the-dishoom-star-1132592/.
- ↑ "Kishore Kumar death anniversary: Remembering the legend". India Today. https://www.indiatoday.in/information/story/kishore-kumar-death-anniversary-1759377-2020-11-10। আহৰণ কৰা হৈছে: 1 June 2025.
- ↑ "Kishore Kumar – A Tribute". Filmfare. November 1987.