সমললৈ যাওক

২০০ (সংখ্যা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
←১৯৯ ২০০ ২০১→
অংকবাচক two hundred
পূৰণবাচক ২০০
(two hundredth)
Factorization 23× 52
Greek numeral Σ´
Roman numeral CC
বাইনেৰি 110010002
Ternary 211023
Quaternary 30204
Quinary 13005
Senary 5326
Octal 3108
Duodecimal 14812
Hexadecimal C816
Vigesimal A020
Base 36 5K36
Armenian Մ
Hebrew ר
Babylonian cuneiform 𒐗⟪
Egyptian hieroglyph 𓍣

২০০ (দুশ) হৈছে ১৯৯-ৰ পিছৰ আৰু ২০১-ৰ আগৰ প্ৰাকৃতিক সংখ্যা।

গণিতত ২০০ এটা প্ৰচুৰ (অধিক) সংখ্যা (abundant number), কিয়নো ইয়াৰ উপযুক্ত গুণনীয়কসমূহৰ যোগফল ২৬৫, যি নিজ সংখ্যা ২০০তকৈ বেছি।

এই সংখ্যাটো পাডোভান ক্ৰমত দেখা যায়, য’ত ইয়াৰ আগত আছে ৮৬, ১১৪, আৰু ১৫১। এই সংখ্যাটোৰ মান ৮৬ আৰু ১১৪ৰ যোগফল।[1]

ইউলাৰৰ ট'টিয়েন্ট ফাংচন φ(x)ৰ প্ৰথম ২৫টা সংখ্যাৰ যোগফল হৈছে ২০০।

২০০ হৈছে তলৰ দহভিত্তিক ক্ষুদ্ৰতম আনপ্ৰাইমেবল সংখ্যা — যাক ইয়াৰ যিকোনো এটা অংক সলনি কৰি কোনো মৌলিক সংখ্যালৈ ৰূপান্তৰিত কৰিব নোৱাৰি।[2] ইয়াক এটা হৰ্ষদ সংখ্যা বুলিও কোৱা হয়।[3]

২০০ হৈছে এটা একিলিছ সংখ্যা।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Sloane's A000931: Padovan sequence". OEIS FoundationThe On-Line Encyclopedia of Integer Sequences. https://oeis.org/A000931 আহৰণ কৰা হৈছে: 2016-05-28.
  2. "Unprimeable numbers". OEIS FoundationThe On-Line Encyclopedia of Integer Sequences. https://oeis.org/A192545 আহৰণ কৰা হৈছে: 2025-07-26.
  3. "Niven (or Harshad, or harshad) numbers". OEIS FoundationThe On-Line Encyclopedia of Integer Sequences. https://oeis.org/A005349 আহৰণ কৰা হৈছে: 2025-07-26.
  4. "Achilles numbers – powerful but imperfect: if n = Product(p_i^e_i) then all e_i > 1 (i.e., powerful), but the highest common factor of the e_i is 1, i.e., not a perfect power". OEIS FoundationThe On-Line Encyclopedia of Integer Sequences. https://oeis.org/A052486 আহৰণ কৰা হৈছে: 2025-07-26.