সমললৈ যাওক

২০১৮ ৰাজস্থান বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজস্থান বিধানসভা নিৰ্বাচন, ২০১৮
ভাৰত
২০১৩ ←
৭ ডিচেম্বৰ ২০১৮ (১৯৯ খন আসন)
টিবিডি (এখন আসন)

→ ২০২৩

 
দল কংগ্ৰেছ বিজেপি বি এচ পি
জনপ্ৰিয় ভোট ১,৩৯,৩৫,২০১ ১,৩৭,৫৭,৫০২ ১৪,১০,৯৯৫
শতাংশ ৩৯.৩ ৩৮.৮ ৪.০

[[file:|150px|]]

নিৰ্বাচন মানচিত্ৰ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

বসুন্ধৰা ৰাজে
বিজেপি

মুখ্যমন্ত্ৰী - elect

টিবিএ
কংগ্ৰেছ

ভাৰতৰাজস্থান ৰাজ্যত ৭ ডিচেম্বৰ ২০১৮বিধান সভা নিৰ্বাচন অনুষ্ঠিত হৈছিল।[1] এই নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হৈছিল। ভাৰতীয় জাতীয় কঙ্গগ্ৰেছ সৰ্ববৃহৎ দল প্ৰতিপন্ন হ'ল। ২০১৩ চনত ৰাজস্থান বিধানসভাত ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল।

ৰাজস্থান

ৰাজস্থান বিধান সভাৰ কাৰ্য্যকাল ২০ জানুৱাৰী ২০১৯ত সমাপ্ত হ'ব।[2] ভাৰতীয় জাতীয় কঙ্গগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা প্ৰতিলক্ষিত হ'ল। পিচে আম আদমী পাৰ্টি, বহুজন সমাজ পাৰ্টি, বাওঁ-গণতান্ত্ৰিক মৰ্চায়ো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এমএলএ, এমপিকে ধৰি কেইবাজনো বিজেপিৰ নামী-দামী নেতাৰ আগমন ভাৰতীয় জাতীয় কংগ্ৰেছ নিৰ্বাচনৰ ঠিক আগত দেখা গ'ল। কেইবাজনো কংগ্ৰেছী নেতায়ো বিজেপিত যোগদান কৰিছিল নিৰ্বাচনৰ ঠিক আগত।

সময়-ৰেখা

[সম্পাদনা কৰক]

নিৰ্বাচন ৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। ফলাফল ১১ ডিচেম্বৰত ঘোষিত হ'ল।

পূৰ্বানুমান

[সম্পাদনা কৰক]
Date Polling agency BJP INC Others Lead
09 November 2018 ABP News- C voter 58 135 6 77
08 November 2018 Graphnile 71 119 10 38
02 November 2018 ABP News- C voter 55 145 5 90
01 November 2018 India TV - CNX 75 115 10 40
30 October 2018 Spick Media 78 118 4 40
8 October 2018 Times Now - Chrome DM 89 102 9 13
9 October 2018 Times Now - Warroom Stratergies 75 115 10 40
10 October 2018 News Nation Archived 2019-01-21 at the Wayback Machine 73 115 12 42
6 October 2018 ABP News -C Voter[সংযোগবিহীন উৎস] 56 142 2 86
14 August 2018 ABP News- C Voter 57 130 13 73
Average as on 09 November 2018 69 123 8 54

এগজিত প'ল

[সম্পাদনা কৰক]

প্ৰায় সঙ্খ্যক এগজিট প'লতে ভাৰতীয় জাতীয় কঙ্গগ্ৰেছৰ জয়ৰ ভৱিষ্যৎবাণী কৰা হৈছিল।

Polling agency BJP INC BSP Others Source
CVoter - Republic TV 60 137 NA 3 [3]
CNX - Times Now 85 105 NA 9
India TV 80-90 100-110 1-3 6-8
CSDS - ABP 83 101 NA 15
Axis My India - India Today and Aaj Tak 55-72 119-141 0 4-11
Republic Jan Ki Baat 93 91 NA 15
Today's Chanakya 68 123 NA 8 [4]

আসন আৰু ভোটৰ শতাংশ

[সম্পাদনা কৰক]
Parties and coalitions Popular vote Seats
Votes % ±pp Won +/−
Indian National Congress (INC) 1,39,35,201 39.3% বৃদ্ধি6.23 99 বৃদ্ধি78
Bharatiya Janata Party (BJP) 1,37,57,502 38.8% decrease6.37 73 decrease92
Bahujan Samaj Party (BSP) 14,10,995 4.0% বৃদ্ধি0.63 6 বৃদ্ধি3
Independents (IND) 33,72,206 9.5% বৃদ্ধি1.29 13 বৃদ্ধি6
Rashtriya Loktantrik Party (RLP) 8,56,038 2.4% New 3 New
Communist Party of India (Marxist) (CPI-M) 4,34,210 1.2% বৃদ্ধি0.33 2 বৃদ্ধি2
Bharatiya Tribal Party (BTP) 2,55,100 0.7% New 2 New
Rashtriya Lok Dal (RLD) 1,16,320 0.3% বৃদ্ধি0.29 1 বৃদ্ধি1
None of the Above (NOTA) 4,67,781 1.3%
Total 100.00 199 ±0

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]