২০১৮ ৰাজস্থান বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজস্থান বিধানসভা নিৰ্বাচন, ২০১৮
ভাৰত
২০১৩ ←
৭ ডিচেম্বৰ ২০১৮ (১৯৯ খন আসন)
টিবিডি (এখন আসন)

→ ২০২৩

 
দল কংগ্ৰেছ বিজেপি বি এচ পি
জনপ্ৰিয় ভোট ১,৩৯,৩৫,২০১ ১,৩৭,৫৭,৫০২ ১৪,১০,৯৯৫
শতাংশ ৩৯.৩ ৩৮.৮ ৪.০

[[file:|150px|]]

নিৰ্বাচন মানচিত্ৰ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

বসুন্ধৰা ৰাজে
বিজেপি

মুখ্যমন্ত্ৰী - elect

টিবিএ
কংগ্ৰেছ

ভাৰতৰাজস্থান ৰাজ্যত ৭ ডিচেম্বৰ ২০১৮বিধান সভা নিৰ্বাচন অনুষ্ঠিত হৈছিল।[1] এই নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হৈছিল। ভাৰতীয় জাতীয় কঙ্গগ্ৰেছ সৰ্ববৃহৎ দল প্ৰতিপন্ন হ'ল। ২০১৩ চনত ৰাজস্থান বিধানসভাত ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিছিল।

ৰাজস্থান

পটভূমি[সম্পাদনা কৰক]

ৰাজস্থান বিধান সভাৰ কাৰ্য্যকাল ২০ জানুৱাৰী ২০১৯ত সমাপ্ত হ'ব।[2] ভাৰতীয় জাতীয় কঙ্গগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা প্ৰতিলক্ষিত হ'ল। পিচে আম আদমী পাৰ্টি, বহুজন সমাজ পাৰ্টি, বাওঁ-গণতান্ত্ৰিক মৰ্চায়ো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এমএলএ, এমপিকে ধৰি কেইবাজনো বিজেপিৰ নামী-দামী নেতাৰ আগমন ভাৰতীয় জাতীয় কংগ্ৰেছ নিৰ্বাচনৰ ঠিক আগত দেখা গ'ল। কেইবাজনো কংগ্ৰেছী নেতায়ো বিজেপিত যোগদান কৰিছিল নিৰ্বাচনৰ ঠিক আগত।

সময়-ৰেখা[সম্পাদনা কৰক]

নিৰ্বাচন ৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল। ফলাফল ১১ ডিচেম্বৰত ঘোষিত হ'ল।

পূৰ্বানুমান[সম্পাদনা কৰক]

Date Polling agency BJP INC Others Lead
09 November 2018 ABP News- C voter 58 135 6 77
08 November 2018 Graphnile 71 119 10 38
02 November 2018 ABP News- C voter 55 145 5 90
01 November 2018 India TV - CNX 75 115 10 40
30 October 2018 Spick Media 78 118 4 40
8 October 2018 Times Now - Chrome DM 89 102 9 13
9 October 2018 Times Now - Warroom Stratergies 75 115 10 40
10 October 2018 News Nation 73 115 12 42
6 October 2018 ABP News -C Voter[সংযোগবিহীন উৎস] 56 142 2 86
14 August 2018 ABP News- C Voter 57 130 13 73
Average as on 09 November 2018 69 123 8 54

এগজিত প'ল[সম্পাদনা কৰক]

প্ৰায় সঙ্খ্যক এগজিট প'লতে ভাৰতীয় জাতীয় কঙ্গগ্ৰেছৰ জয়ৰ ভৱিষ্যৎবাণী কৰা হৈছিল।

Polling agency BJP INC BSP Others Source
CVoter - Republic TV 60 137 NA 3 [3]
CNX - Times Now 85 105 NA 9
India TV 80-90 100-110 1-3 6-8
CSDS - ABP 83 101 NA 15
Axis My India - India Today and Aaj Tak 55-72 119-141 0 4-11
Republic Jan Ki Baat 93 91 NA 15
Today's Chanakya 68 123 NA 8 [4]

ফলাফল[সম্পাদনা কৰক]

আসন আৰু ভোটৰ শতাংশ[সম্পাদনা কৰক]

Parties and coalitions Popular vote Seats
Votes % ±pp Won +/−
Indian National Congress (INC) 1,39,35,201 39.3% বৃদ্ধি6.23 99 বৃদ্ধি78
Bharatiya Janata Party (BJP) 1,37,57,502 38.8% decrease6.37 73 decrease92
Bahujan Samaj Party (BSP) 14,10,995 4.0% বৃদ্ধি0.63 6 বৃদ্ধি3
Independents (IND) 33,72,206 9.5% বৃদ্ধি1.29 13 বৃদ্ধি6
Rashtriya Loktantrik Party (RLP) 8,56,038 2.4% New 3 New
Communist Party of India (Marxist) (CPI-M) 4,34,210 1.2% বৃদ্ধি0.33 2 বৃদ্ধি2
Bharatiya Tribal Party (BTP) 2,55,100 0.7% New 2 New
Rashtriya Lok Dal (RLD) 1,16,320 0.3% বৃদ্ধি0.29 1 বৃদ্ধি1
None of the Above (NOTA) 4,67,781 1.3%
Total 100.00 199 ±0

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]