সমললৈ যাওক

২০২৩ চাফ চেম্পিয়নশ্বিপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(২০২৩ এছএএফএফ চেম্পিয়নশ্বিপৰ পৰা পুনঃনিৰ্দেশিত)
২০২৩ চাফ চেম্পিয়নশ্বিপ
প্ৰতিযোগিতাৰ তথ্য
আয়োজক দেশ  ভাৰত
তাৰিখ ২১ জুন-৪ জুলাই ২০২৩
দলসমূহ ৮ (২খন উপ-কনফিডাৰেচনৰ পৰা)
স্থান শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
শীৰ্ষস্থানীয় অৱস্থান
বিজেতা  ভাৰত (৯ম খিতাপ)
ৰানাৰ্চ-আপ  কুৱেইট
প্ৰতিযোগিতাৰ পৰিসংখ্যা
মুঠ খেলৰ সংখ্যা ১৫
মুঠ গোলৰ সংখ্যা ৩৮ (২.৫৩ প্ৰতিখন খেলত)
উপস্থিতি ৯৩,৯৯৯৩ (৬,২৬৬ প্ৰতিখন খেলত)
সৰ্বাধিক গোলদাতা ভাৰত সুনীল ছেত্ৰী (৫টা গ'ল)
শ্ৰেষ্ঠ খেলুৱৈ ভাৰত সুনীল ছেত্ৰী
শ্ৰেষ্ঠ গোলৰক্ষক বাংলাদেশ আনিচুৰ ৰহমান জিকো
অপক্ষপাতী খেলৰ বঁটা  নেপাল

২০২৩ চাফ চেম্পিয়নশ্বিপ হৈছে দক্ষিণ এচিয় ফুটবল ফেডাৰেচনৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক পৰ্যায়ৰ দক্ষিণ এচিয়াৰ ফুটবল প্ৰতিযোগিতা চাফ চেম্পিয়নশ্বিপৰ ১৪তম সংস্কৰণ টুৰ্ণামেণ্ট, য'ত দক্ষিণ এচিয়াৰ ফুটবল সংস্থা চাফ পৰা ছয় আৰু দুজন আমন্ত্ৰণপ্ৰাপ্ত অতিথি ৰাষ্ট্ৰীয় ফুটবল দল (পুৰুষ)য়ে প্ৰতিদ্বন্দ্বিতা আছে। প্ৰতিযোগিতাখন ২১ জুনৰ পৰা ৪ জুলাই, ২০২৩ লৈ ভাৰতত অনুষ্ঠিত হয়।[1][2]

আয়োজক নিৰ্বাচন

[সম্পাদনা কৰক]

১৭ অক্টোবৰ, ২০২১ত মালদ্বীপত অনুষ্ঠিত চাফ কাৰ্যবাহী সমিতিৰ বৈঠকত শ্ৰীলংকাই প্ৰথমে প্ৰতিযোগিতাখনৰ আয়োজক হ'বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।[3] ফিফাই ২১ জানুৱাৰী, ২০২৩ত শ্ৰীলংকা স্থগিত ৰাখিছিল, যাৰ বাবে তেওঁলোকে আয়োজক বা অংশগ্ৰহণ কৰিব নোৱাৰিলে।[4]

পিছত, চাফেৰ সাধাৰণ সম্পাদক অন্নৱুল হাক হেলালে আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমত প্ৰকাশ কৰে যে কেৱল নেপালেহে ২০২৩ চনৰ ২৯ জানুৱাৰীলৈকে আয়োজক হ'বৰ বাবে আবেদন কৰিছে।[5] অৱশ্যে, ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত বাৰাহ্ৰেইনৰ মানামা চহৰত অনুষ্ঠিত ৩৩তম এফচি কংগ্ৰেছত চাফ সদস্যসকলৰ বৈঠকৰ পিছতহে আয়োজক ঘোষণা কৰা হৈছিল।

২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীত চতুৰ্দশ সংস্কৰণৰ চেম্পিয়নশ্বিপৰ আয়োজক হিচাপে ভাৰতৰ নাম ঘোষণা কৰা হয়। অৱশ্যে,সেই বছৰৰ ১০ মাৰ্চতহে এআইএফএফ-এ কেন্দ্ৰীয় স্থান ঘোষণা কৰিব।[6][7]

১৯ মাৰ্চ ২০২৩ তাৰিখে, এ.আই.এফ.এফ.-এ চাফ চেম্পিয়নশ্বিপ ২০২৩-ৰ বাবে বেংগালুৰুক আয়োজক চহৰ হিচাপে ঘোষণা কৰে।[8]

অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহ

[সম্পাদনা কৰক]

ফুটবল শ্ৰীলংকা ফিফাৰ দ্বাৰা ২১ জানুৱাৰী ২০২৩ তাৰিখে অনুমোদিত হৈছিল, সেয়েহে তেওঁলোক প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ অযোগ্য।[9]চেম্পিয়নশ্বিপৰ বাবে দলৰ সংখ্যা বৃদ্ধি কৰা আৰু অনুষ্ঠানটো অধিক প্ৰতিযোগিতামূলক কৰাৰ লক্ষ্যৰে কুৱেইট আৰু লেবাননক অতিথি দল হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।[10][11]

দেশ অৱয়ব পূৰ্বৱৰ্তী সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ফিফা ৰেংকিং
৬ এপ্ৰিল ২০২৩
 বাংলাদেশ ১৩তম বিজয়ী (২০০৩) ১৯২
 ভূটান ৯ম ছেমি ফাইনেল (২০০৮) ১৮৫
 ভাৰত ১৪তম বিজয়ী (১৯৯৩, ১৯৯৭, ১৯৯৯, ২০০৫, ২০০৯, ২০১১, ২০১৫, ২০২১) ১০১
 মালদ্বীপ ১২তম বিজয়ী (২০০৮, ২০১৮) ১৫৪
 নেপাল ১৪তম ৰাণাৰ্ছ আপ (২০২১) ১৭৪
 পাকিস্তান ১২তম তৃতীয় স্থান (১৯৯৭) ১৯৫
 কুৱেইট (আমন্ত্ৰিত অতিথি) ১ম অভিষেক ১৪৩
 লেবানন (আমন্ত্ৰিত অতিথি) ১ম অভিষেক ৯৯

প্ৰতিযোগিতাখনৰ ড্ৰ অনুষ্ঠান ভাৰতৰ নতুন দিল্লীত ১৭ মে ২০২৩ তাৰিখে ভাৰতীয় সময় অনুসৰি ১২:৩০ বজাত অনুষ্ঠিত হ'ব।[12]

পাত্ৰ ১ পাত্ৰ ২ পাত্ৰ ৩ পাত্ৰ ৪
 লেবানন (৯৯)
 ভাৰত (১০১) (আয়োজক)
 কুৱেইট (১৪৩)
 মালদ্বীপ (১৫৪)
 নেপাল (১৭৪)
 ভূটান (১৮৫)
 বাংলাদেশ (১৯২)
 পাকিস্তান (১৯৫)

গ্ৰুপ সাৰাংশ

[সম্পাদনা কৰক]
গ্ৰুপ এ গ্ৰুপ বি
 ভাৰত (আয়োজক)
 লেবানন
 কুৱেইট  মালদ্বীপ
 নেপাল  ভূটান
 পাকিস্তান  বাংলাদেশ

সকলোবোৰ খেল বেংগালুৰুশ্ৰী কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

বেংগালুৰু
শ্ৰী কান্তিৰাভা ষ্টেডিয়াম
ক্ষমতা: ২৫,৮১০
ৰেফাৰী
  • বাংলাদেশ মোঃ আলমগীৰ চৰকাৰ
  • ভূটান পেমা শ্বেৱাং
  • ভাৰত ক্ৰিষ্টাল জন
  • মালদ্বীপ চিনান হুছেইন
  • নেপাল প্ৰজৱোল ছেত্ৰী
  • পাকিস্তান ইৰশাদ উল হক
সহকাৰী ৰেফাৰী
  • বাংলাদেশ মোহম্মদ নুৰুজ্জামান
  • ভূটান ফুৰ্পা ৱাংচুক
  • ভাৰত এছ মাণিকন্দন
  • ভাৰত সুমন্ত দত্ত
  • মালদ্বীপ আহমেদ হাছান
  • নেপাল নানী ৰাম থাপা মাগৰ

গ্ৰুপ পৰ্যায়

[সম্পাদনা কৰক]

চাফ চেম্পিয়নশ্বিপৰ নিৰ্দিষ্ট ফৰ্মেট আৰু সময়সূচী এতিয়াও অনুমোদিত হোৱা নাই। অৱশ্যে, বৰ্তমান চাফ চেম্পিয়নশ্বিপৰ প্ৰস্তাৱিত ফৰ্মেট হৈছে ২০১৮ চনৰ সংস্কৰণৰ দৰে দল-ন'কউট ফৰ্মেটৰ পুনৰুদ্ধাৰ কৰা।[13]

টাইব্ৰেকাৰ

[সম্পাদনা কৰক]

কোনো এটা গ্ৰুপৰ দলসমূহৰ ৰেংকিং তলত দিয়াধৰণে বিচাৰ কৰা হৈছিল।

  1. গ্ৰুপৰ খেলসমূহত পোৱা মুঠ পইণ্ট
  2. গ্ৰুপৰ খেলসমূহত গ'লৰ পাৰ্থক্য
  3. গ্ৰুপৰ খেলসমূহত দিয়া মুঠ গ'ল

যদি দুটা দল সমান পৰ্য্যায়ত থাকে তেন্তে তলৰ উপায়সমূহ লোৱা হৈছিল

  1. দল দুটাৰ মাজত হোৱা গ্ৰুপৰ খেলত হোৱা পইণ্টৰ পাৰ্থক্য
  2. দল দুটাৰ মাজত হোৱা গ্ৰুপৰ খেলত হোৱা গ'লৰ পাৰ্থক্য
  3. দলদুটাই কৰা সৰ্বমুঠ গ'লৰ স্ংখ্যা

সুশৃঙ্খল ভাবে খেলাৰ বাবে পইণ্ট

  • হালধীয়া কাৰ্ড: ১ পইণ্ট কটা হ'ব
  • পৰোক্ষ ৰঙা কাৰ্ড: ৩ পইণ্ট কটা হ'ব
  • ৰঙা কাৰ্ড: ৪ পইণ্ট কটা হ'ব
  • হালধীয়া কাৰ্ড আৰু ৰঙা কাৰ্ড: ৫ পইণ্ট কটা হ'ব
  • লটাৰী
দল খেল জয়ী ফলাফলহীন বিজিত গ'লৰ ফালে গ'লৰ বিপৰীতে গ'লৰ পাৰ্থক্য পইণ্ট
 কুৱেইট +৬
 ভাৰত +৬
 নেপাল –৩
 পাকিস্তান –৯
ৱেবছাইট
চকাৰৱে
মেচ নং-১
বিৱৰণ  কুৱেইট  নেপাল
কৰা গ'লমূহ
গ'লদাতা
সময় ১৫:৩০
তাৰিখ ২১ জুন ২০২৩ (2023-06-21)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী মোঃ আলমগীৰ চৰকাৰ (বাংলাদেশ)
দৰ্শনাৰ্থীৰ সংখ্যা ১,২০০
ৰেফ. মেচ নং-১

মেচ নং-২
বিৱৰণ  ভাৰত  পাকিস্তান
কৰা গ'লমূহ
গ'লদাতা প্ৰযোজ্য নহয়
সময় ১৯:৩০
তাৰিখ ২১ জুন ২০২৩ (2023-06-21)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী প্ৰজৱোল ছেত্ৰী (নেপাল)
দৰ্শনাৰ্থীৰ সংখ্যা ২২,৮৬০
ৰেফ. মেচ নং-২

মেচ নং-৫
বিৱৰণ  কুৱেইট  পাকিস্তান
কৰা গ'লমূহ
গ'লদাতা প্ৰযোজ্য নহয়
সময় ১৫:৩০
তাৰিখ ২৪ জুন ২০২৩ (2023-06-24)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী পেমা শ্বেৱাং (ভূটান)
দৰ্শনাৰ্থীৰ সংখ্যা ৩০৯
ৰেফ. মেচ নং-৫

মেচ নং-৬
বিৱৰণ  ভাৰত  নেপাল
কৰা গ'লমূহ
গ'লদাতা
সময় ১৯:৩০
তাৰিখ ২৪ জুন ২০২৩ (2023-06-24)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী চিনান হুছেইন (মালদ্বীপ)
দৰ্শনাৰ্থীৰ সংখ্যা ১২,৬৪২
ৰেফ. মেচ নং-৬

মেচ নং-৯
বিৱৰণ  পাকিস্তান  নেপাল
কৰা গ'লমূহ
গ'লদাতা প্ৰযোজ্য নহয়
সময় ১৫:৩০
তাৰিখ ২৭ জুন ২০২৩ (2023-06-27)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী চিনান হুছেইন (মালদ্বীপ)
দৰ্শনাৰ্থীৰ সংখ্যা ২৫০
ৰেফ. মেচ নং-৯

মেচ নং-১০
বিৱৰণ  ভাৰত  কুৱেইট
কৰা গ'লমূহ
গ'লদাতা
সময় ১৯:৩০
তাৰিখ ২৭ জুন ২০২৩ (2023-06-27)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী মোঃ আলমগীৰ চৰকাৰ (বাংলাদেশ)
দৰ্শনাৰ্থীৰ সংখ্যা ৯,৫৬২
ৰেফ. মেচ নং-১০

গ্ৰুপ বি

[সম্পাদনা কৰক]
দল খেল জয়ী ফলাফলহীন বিজিত গ'লৰ ফালে গ'লৰ বিপৰীতে গ'লৰ পাৰ্থক্য পইণ্ট
 লেবানন +৬
 বাংলাদেশ +২
 মালদ্বীপ –১
 ভূটান –৭
ৱেবছাইট
চকাৰৱে
মেচ নং-৩
বিৱৰণ  বাংলাদেশ  লেবানন
কৰা গ'লমূহ
গ'লদাতা প্ৰযোজ্য নহয়
সময় ১৩:৩০
তাৰিখ ২২ জুন ২০২৩ (2023-06-22)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী ক্ৰিষ্টালজন (ভাৰত)
দৰ্শনাৰ্থীৰ সংখ্যা ৫০
ৰেফ. মেচ নং-৩

মেচ নং-৪
বিৱৰণ  মালদ্বীপ  ভূটান
কৰা গ'লমূহ
গ'লদাতা প্ৰযোজ্য নহয়
সময় ১৯:৩০
তাৰিখ ২২ জুন ২০২৩ (2023-06-22)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী ইৰশাদ উল হক (পাকিস্তান)
দৰ্শনাৰ্থীৰ সংখ্যা ২০০
ৰেফ. মেচ নং-৪

মেচ নং-৭
বিৱৰণ  বাংলাদেশ  মালদ্বীপ
কৰা গ'লমূহ
গ'লদাতা
সময় ১৩:৩০
তাৰিখ ২৫ জুন ২০২৩ (2023-06-25)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী প্ৰজৱোল ছেত্ৰী (নেপাল)
দৰ্শনাৰ্থীৰ সংখ্যা ১০০
ৰেফ. মেচ নং-৭

মেচ নং-৮
বিৱৰণ  লেবানন  ভূটান
কৰা গ'লমূহ
গ'লদাতা
সময় ১৯:৩০
তাৰিখ ২৫ জুন ২০২৩ (2023-06-25)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী ইৰশাদ উল হক (পাকিস্তান)
দৰ্শনাৰ্থীৰ সংখ্যা ২৫০
ৰেফ. মেচ নং-৮

মেচ নং-১১
বিৱৰণ  লেবানন  মালদ্বীপ
কৰা গ'লমূহ
গ'লদাতা প্ৰযোজ্য নহয়
সময় ১৩:৩০
তাৰিখ ২৮ জুন ২০২৩ (2023-06-28)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী পেমা শ্বেৱাং (ভূটান)
দৰ্শনাৰ্থীৰ সংখ্যা ৫০
ৰেফ. মেচ নং-১১

মেচ নং-১২
বিৱৰণ  বাংলাদেশ  ভূটান
কৰা গ'লমূহ
গ'লদাতা
সময় ১৯:৩০
তাৰিখ ২৮ জুন ২০২৩ (2023-06-28)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী ক্ৰিষ্টালজন (ভাৰত)
দৰ্শনাৰ্থীৰ সংখ্যা
ৰেফ. মেচ নং-১২

নক্‌-আউট পৰ্ব

[সম্পাদনা কৰক]

ছেমি-ফাইনেল

[সম্পাদনা কৰক]
খেল নং-১৩ ছেমি-ফাইনেল-১
বিৱৰণ  কুৱেইট  বাংলাদেশ
কৰা গ'লমূহ
গ'লদাতা প্ৰযোজ্য নহয়
সময় ১৫:০০
তাৰিখ ১ জুলাই ২০২৩ (2023-07-01)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী ক্ৰিষ্টালজন (ভাৰত)
দৰ্শনাৰ্থীৰ সংখ্যা ৫০০
ৰেফ. খেল নং-১৩

খেল নং-১৪ ছেমি-ফাইনেল-২
বিৱৰণ  লেবানন  ভাৰত
কৰা গ'লমূহ ০(২) ০(৪)
গ'লদাতা
পেনাল্টি শ্বুটআউট
পেনাল্টি শ্বুটআউট
সময় ১৯:০০
তাৰিখ ১ জুলাই ২০২৩ (2023-07-01)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী চিনান হুছেইন (মালদ্বীপ)
দৰ্শনাৰ্থীৰ সংখ্যা ১২,৬৪০
ৰেফ. খেল নং-১৪
খেল নং-১৫ ফাইনেল
বিৱৰণ  কুৱেইট  ভাৰত
কৰা গ'লমূহ ১(৪) ১(৫)
গ'লদাতা
পেনাল্টি শ্বুটআউট
পেনাল্টি শ্বুটআউট
সময় ১৯:৩০
তাৰিখ ৪ জুলাই ২০২৩ (2023-07-04)
ষ্টেডিয়াম শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু
ৰেফাৰী প্ৰজৱোল ছেত্ৰী (নেপাল)
দৰ্শনাৰ্থীৰ সংখ্যা ২৬,৩৮০
ৰেফ. খেল নং-১৫

পৰিসংখ্যা

[সম্পাদনা কৰক]

গোলদাতা

[সম্পাদনা কৰক]
খেল=১৫
গ,ল=৩৮


৫টা গ'ল
২টা গ'ল
১টা গ'ল
১টা নিজা গ'ল

বঁটাসমূহ

[সম্পাদনা কৰক]
শ্ৰেষ্ঠ খেলুৱৈ সৰ্বাধিক গোলদাতা শ্ৰেষ্ঠ গোলৰক্ষক অপক্ষপাতী খেলৰ বঁটা
ভাৰত সুনীল ছেত্ৰী ভাৰত সুনীল ছেত্ৰী (৫টা গ'ল) বাংলাদেশ আনিচুৰ ৰহমান জিকো  নেপাল
  • ২০২৩ চাফ চেম্পিয়নশ্বিপেৱ  ভাৰত বিজয়ী

সম্প্ৰচাৰ

[সম্পাদনা কৰক]
দেশ সম্প্ৰচাৰক ৰেফ.
 বাংলাদেশ টি স্পোৰ্টচ [14]
 ভূটান
 ভাৰত ডিডি স্পোৰ্টচ, ফেনকোড
 কুৱেইট কুৱেইট টেলিভিছন
 লেবানন এলবিচিআই [15]
 মালদ্বীপ আইচিই টিভি, ইয়েচ টিভি
 নেপাল কান্তিপুৰ টেলিভিছন [16]
 পাকিস্তান জিঅ' চুপাৰ, এ স্পোৰ্টচ এইচডি

বাহ্যিক সংযোগসমূহ

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Kazi Md. Salahuddin Re-Elected As President". SAFF. Archived from the original on 2022-07-02. https://web.archive.org/web/20220702151533/https://saffederation.org/news/read/44। আহৰণ কৰা হৈছে: 2022-07-02. 
  2. "SAFF C’ship likely in new format". newagebd. https://www.newagebd.net/article/175016/saff-cship-likely-in-new-format। আহৰণ কৰা হৈছে: 2022-07-03. 
  3. "FSL keen to host 2023 SAFF Tourney". The Sunday Times. http://www.sundaytimes.lk/211010/sports/fsl-keen-to-host-2023-saff-tourney-457799.html। আহৰণ কৰা হৈছে: 2021-10-17. 
  4. "Suspension of the Football Federation of Sri Lanka (FFSL) from 21 January 2023 until further notice". FIFA. https://digitalhub.fifa.com/m/5d07bb14cb642349/original/Circular-1831_Suspension-FFSL_EN.pdf। আহৰণ কৰা হৈছে: 2023-01-27. 
  5. "সাফেৰ স্বাগতিক হতে শুধু নেপালেৰ আবেদন". Prothom Alo. https://www.prothomalo.com/sports/football/zmhy0mir5x। আহৰণ কৰা হৈছে: 2023-01-29. 
  6. "SAFF confirms Sports Partner International as the official commercial partner". SAFF. 14 February 2023. Archived from the original on 14 February 2023. https://web.archive.org/web/20230214135443/https://saffederation.org/news/read/79। আহৰণ কৰা হৈছে: 20 February 2023. 
  7. "India to host SAFF Championship in June 2023". KhelNow. https://khelnow.com/football/2023-02-indian-football-india-to-host-the-2023-saff-championship। আহৰণ কৰা হৈছে: 2023-02-14. 
  8. "Bengaluru to host 2023 SAFF Championship". https://www.the-aiff.com/article/bengaluru-to-host-2023-saff-championship। আহৰণ কৰা হৈছে: 2023-03-19. 
  9. "Suspension of the Football Federation of Sri Lanka (FFSL) from 21 January 2023 until further notice". FIFA. https://digitalhub.fifa.com/m/5d07bb14cb642349/original/Circular-1831_Suspension-FFSL_EN.pdf। আহৰণ কৰা হৈছে: 2023-01-27. 
  10. "KUWAIT CONFIRMS ITS PARTICIPATION IN SAFF CHAMPIONSHIP". SAFF. Archived from the original on 2023-05-05. https://web.archive.org/web/20230505131927/https://saffederation.org/news/read/87। আহৰণ কৰা হৈছে: 2023-05-03. 
  11. "LEBANON TO COMPETE IN SAFF CHAMPIONSHIP". SAFF. Archived from the original on 2023-05-08. https://web.archive.org/web/20230508110656/https://saffederation.org/news/read/89। আহৰণ কৰা হৈছে: 2023-05-08. 
  12. Chatterjee, Triyasha (2023-05-15). "SAFF Championship 2023 Draw on May 17, Indian Football Team eye consecutive titles - Follow SAFF 2023 LIVE" (en-US ভাষাত). www.insidesport.in. https://www.insidesport.in/saff-championship-2023-draw-on-may-17-indian-football-team-eye-consecutive-titles-follow-saff-2023-live/। আহৰণ কৰা হৈছে: 2023-05-16. 
  13. "Invitation to Tender SAFF CHAMPIONSHIP". SAFF. Archived from the original on 14 December 2022. https://web.archive.org/web/20221214115135/https://saffederation.org/uploads/6398250f61515.pdf। আহৰণ কৰা হৈছে: 13 December 2022. 
  14. sun, daily. "Bashundhara Toiletries Limited becomes title sponsor of SAFF Championship 2023 | Daily Sun |". daily sun. https://www.daily-sun.com/post/696273/Bashundhara-Toiletries-Limited-becomes-title-sponsor-of-SAFF-Championship-2023. 
  15. LBCI TV [@LBCILebanon] (20 June 2023). "Error: no |title= specified when using {{Cite web}}" (ar ভাষাত). https://twitter.com/LBCILebanon/status/1671157302819454979। আহৰণ কৰা হৈছে: 21 June 2023. 
  16. Scores, Daily Live (June 7, 2023). "Kantipur TV to broadcast SAFF Championship 2023 Live in Nepal". Archived from the original on June 21, 2023. https://web.archive.org/web/20230621102150/https://dailylivescores.com/kantipur-tv-to-broadcast-saff-championship-2023-live-in-nepal/। আহৰণ কৰা হৈছে: June 21, 2023.