সমললৈ যাওক

২০২৬ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম বিধানসভা নিৰ্বাচন, ২০২৬
ভাৰত
২০২১ 
৯ এপ্ৰিল ২০২৬
 ২০৩১

অসম বিধানসভাৰ সমগ্ৰ ১২৬টা সমষ্টি
সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন
জনমত জৰীপ
পঞ্জীকৃত ভোটাৰ ২৪,৯৫৮,১৩৯
ভোটদানৰ হাৰ ৮৫.৯৬% (বৃদ্ধি৩.৫৪%)
  সংখ্যাগৰিষ্ঠ দল সংখ্যালঘিষ্ঠ দল
 
Himanta Biswa Sarma in 2025.jpg
Gaurav Gogoi 2024 (cropped).jpg
নেতা হিমন্ত বিশ্ব শৰ্মাগৌৰৱ গগৈ
দল বিজেপি কংগ্ৰেছ
মিত্ৰদল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা ইউ পি এ
নেতা হৈছে ২০২১২০২৫
নেতাৰ আসন জালুকবাৰী
(বিজয়ী)
যোৰহাট
(পৰাজিত)
বিগত নিৰ্বাচন ৩৩.২১%, ৬০ খন আসন২৯.৬৭%, ২৯ খন আসন
বিজয়ী আসন ৮২[1]১৯
পৰিৱৰ্তিত আসন বৃদ্ধি ২২decrease ১০
জনপ্ৰিয় ভোট ৮,১৯২,৭৮৭৬,০৪৬,৬৮০
শতাংশ ৩৮.৬১%২৯.২৪%
Swing বৃদ্ধি ৫.৪ ppবৃদ্ধি ০.৪৩ pp
মিত্ৰগোটৰ আসন ১০২ ২১
আসনৰ পৰিবৰ্তন বৃদ্ধি ২৭ decrease ২৯
মিত্ৰগোটৰ ভোট ১,০৪,০৩,১৬৪ ৬২,৩৪,৭২২
মিত্ৰগোটৰ হাৰ ৪৮.০১% ৩৩.০০%
মিত্ৰগোটৰ ছুইং বৃদ্ধি ৩.৫০ pp decrease ১০.৬৮



নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মা
বিজেপি

নিৰ্বাচিত মুখ্যমন্ত্ৰী

হিমন্ত বিশ্ব শৰ্মা
বিজেপি

ষষ্ঠদশ অসম বিধানসভাৰ নিৰ্বাচন ২০২৬ চনৰ ৯ এপ্ৰিলত ১২৬টা সমষ্টিৰ বাবে এটা পৰ্যায়ত অনুষ্ঠিত হয়। ২০২৬ চনৰ ৪ মে' তাৰিখে ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হ’ব৷ পঞ্চদশ অসম বিধানসভাৰৰ কাৰ্যকাল ২০২৬ চনৰ ৩১ মে' তাৰিখে অন্ত পৰে।

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

২০২৬ চনৰ ২০ মে'ত অসম বিধানসভাৰ কাৰ্যকাল শেষ হ’ব।[2] পূৰ্বৰ বিধানসভা নিৰ্বাচন ২০২১ চনৰ মাৰ্চ–এপ্ৰিল মাহত অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ পিছত বৰ্তমানৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত ৭৫খন আসন লাভ কৰি পুনৰ ৰাজ্য চৰকাৰ গঠন কৰে আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়।[3][4]

২০২১ চনৰ আগষ্ট মাহত ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সৈতে মিত্ৰতা সমাপ্ত কৰি বিৰোধী মিত্ৰগোট ‘মহাজোত’ৰ কাৰ্যকৰীভাৱে অন্ত পেলায়।[5][6]

সময়সূচী

[সম্পাদনা কৰক]

ভাৰতৰ নিৰ্বাচন আয়োগে ২০২৬ চনৰ ১৫ মাৰ্চত নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে।[7]

কাৰ্যসূচী তাৰিখ
অধিসুচনা জাৰী ১৬ মাৰ্চ ২০২৬
মনোনয়ন দাখিল কৰাৰ অন্তিম তাৰিখ ২৩ মাৰ্চ ২০২৬
মনোনয়ন পৰীক্ষা ২৪ মাৰ্চ ২০২৬
মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ ২৬ মাৰ্চ ২০২৬
ভোটদানৰ তাৰিখ ৯ এপ্ৰিল ২০২৬
ভোটগণনাৰ তাৰিখ ৪ মে’ ২০২৬
ভোটিং প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ অন্তিম তাৰিখ ৬ মে’ ২০২৬

ভোটাৰৰ পৰিসংখ্যা

[সম্পাদনা কৰক]

ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২০২৬ চনৰ অসমৰ বিধানসভা নিৰ্বাচনত ২,৪৯,৫৮,১৩৯ জন ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত ১,২৪,৮২,২১৩ জন পুৰুষ, ১,২৪,৭৫,৫৮৩ গৰাকী মহিলা আৰু ৩৪৩ জন তৃতীয় লিংগৰ ভোটাৰ।[8]

দল/মিত্ৰদল হিচাপে ফলাফল

[সম্পাদনা কৰক]
দল/মিত্ৰদল ভোট আসন
ভোট % ±pp পাৰ্থীত্ব বিজয়ী +/-
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা ভাৰতীয় জনতা পাৰ্টি ৮১,৯২,৭৮৭ ৩৭.৮১ ৪.৬ ৯০ ৮২ ২২
অসম গণ পৰিষদ ১৪,০২,৮৩২ ৬.৪৭ ১.৪৪ ২৬ ১০
বড়োলেণ্ড পিপলছ ফ্ৰন্ট ৮,০৭,৫৪৬ ৩.৭৩ ০.৩৪ ১১ ১০
মুঠ ১,০৪,০৩,১৬৫ ৪৮.০১ ৩.৬১ ১২৬ ১০২ ২৭
অসম সন্মিলিত মৰ্চা ভাৰতীয় জাতীয় কংগ্ৰেছ ৬৪,৬৪,২১৬ ২৯.৮৪ ০.১৭ ৯৯ ১৯ ১০
ৰাইজৰ দল ১৩
অসম জাতীয় পৰিষদ ১০ steady
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) ১,০২,১৯০ ০.৪৭ ০.৩৭
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) লিবাৰেচন ২৯,১২৬ ০.১৩ ০.০১ steady
নিৰ্দলীয় ৬৭,৪৮৯ ০.৩১ নতুন steady
মুঠ ১২৫ ২১
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা ১১,৮২,৯১৩ ৫.৪৬ ৩.৮৩ ২৭ ১৪
ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল ১,৪৬,৩০৪ ২.২৯ ১.১ ১৭
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ ১,৯৩,৩৬৫ ০.৮৯ ০.৮৯ ২৩
জেএমএম ২,৫১,৩৫০ ১.১৬ ১.১৬ ১৬ steady
অন্যান্য দল
নিৰ্দলীয়
ন’টা ২,৬৭,১৯১ ১.২৩ ০.০৭
মুঠ ১০০% ১২৬

জিলা অনুসৰি ফলাফল

[সম্পাদনা কৰক]
জিলা আসন
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা অসম সন্মিলিত মৰ্চা অন্যান্য
কোকৰাঝাৰ
ধুবুৰী
দক্ষিণ শালমাৰা-মানকাচৰ
গোৱালপাৰা
বঙাইগাঁও
চিৰাং
বজালী
বৰপেটা
কামৰূপ
কামৰূপ মহানগৰ
নলবাৰী
বাক্সা
তামুলপুৰ
ওদালগুৰি
দৰং
মৰিগাঁও
নগাঁও
হোজাই
শোণিতপুৰ
বিশ্বনাথ
লখিমপুৰ
ধেমাজি
তিনিচুকীয়া
ডিব্ৰুগড়
চৰাইদেউ
শিৱসাগৰ
মাজুলী
যোৰহাট
গোলাঘাট
কাৰ্বি আংলং
পশ্চিম কাৰ্বি আংলং
ডিমা হাছাও
কাছাৰ
হাইলাকান্দি
শ্ৰীভূমি
মুঠ ১২৬ ১০২ ২১

সমষ্টি অনুসৰি ফলাফল

[সম্পাদনা কৰক]
জিলা সমষ্টি বিজয়ী জয়ৰ পাৰ্থক্য %
নং নাম প্ৰাৰ্থী দল ভোট %
কোকৰাঝাৰ গোসাইগাঁও শুভ্ৰম বসুমতাৰী বিপিএফ ৪৪,৩৯৪ ৪৪.৩৫ ২২,৯৭৭ ২২.৯৫
দোতমা (ST) ৰবিৰাম নাৰ্জাৰী বিপিএফ ৪৮,৭৭৫ ৫১.৭৪ ২৪,২৮৩ ২৫.৭৫
কোকৰাঝাৰ (ST) শেৱালি মহিলাৰী বিপিএফ ৭৪,৮১৬ ৬০.৮৪ ৩৯,৬৩৩ ৩২.২৩
বাওখুংৰী ৰূপম চন্দ্ৰ ৰয় বিপিএফ ৬২,৬৭৭ ৪১.৯৫ ২৩,৭১০ ১৫.৮৬
পৰ্বতঝৰা ম. আশ্ৰাফুল ইছলাম শ্বেইখ আইএনচি ৭৭,১২৮ ৪৬.৯৫ ৯,০২২ ৫.৪৯
ধুবুৰী গোলকগঞ্জ অশ্বিনী ৰয় সৰকাৰ বিজেপি ১,১০,৫৩৩ ৫৬.৮৮ ৩০,৭৮২ ১৫.৮৪
গৌৰীপুৰ আব্দুছ সবাহন আলি সৰকাৰ আইএনচি ১৮২,৯৭১ ৬১.১২ ১১৯,০৯৭
ধুবুৰী বেবী বেগম আইএনচি ১১৮,৩৬২ ৫৩.৬৪ ৬৮,৬৬১
বীৰসিং জৰুৱা ৱাজেদ আলি চৌধুৰী আইএনচি ১,১৩,৯০১ ৪১.৫৩ ৩৫,৮৮৫
১০ বিলাসীপাৰা জীৱেশ ৰায় অগপ ৮৫,৯৩৭ ৪৮.০৯ ২,৬৯৪
দক্ষিণ শালমাৰা-মানকাচৰ ১১ মানকাচৰ মহিবুৰ ৰহমান আইএনচি ১,৬৯,০৩৬ ৫৬.৫৭ ৫৩,১৪৬
গোৱালপাৰা ১২ Jaleshwar Aftab Uddin Mollah আইএনচি ১,৬২,১৭৪ ৬৯.১৯ ১,০৯,৬৮৮
১৩ গোৱালপাৰা West (ST) Pabitra Rabha বিজেপি ৯২,২১৬ ৬২.৫১ ৩৯,৯১৭
১৪ গোৱালপাৰা East Abul Kalam Rasheed Alam আইএনচি ১০২,২০৫ ৪৬.৯৯ ৫১,২৬১
১৫ Dudhnai (ST) Tankeswar Rabha বিজেপি ১,০০,৩৫৩ ৬৩.৫৮ ৪৭,৬৩৭
বঙাইগাঁও ১৬ Abhayapuri Bhupen Roy বিজেপি ১,১১,১৫৪ ৬৬.২২ ৫৮,৯২৬
১৭ Srijangram Md. Nurul Islam আইএনচি ১,০৬,৭১৬ ৪৭.৪৭ ১৮,৩০৫
১৮ বঙাইগাঁও Diptimayee Choudhury অগপ ৭২,২৪৭ ৪৬.০৮ ২৪,৯৯৮
চিৰাং ১৯ Sidli–চিৰাং (ST) Paniram Brahma বিপিএফ ১,০১,২৭৫ ৫৩.৫৮ ৩৮,৬০১
২০ Bijni Arup Kumar Dey বিজেপি ৭১,৭০৮ ৪৩.৪৪ ৩৩,৯২৭
বজালী ২১ Bhowanipur–Sorbhog Ranjeet Kumar Dass বিজেপি ১,১৩,০৬৯ ৫৮.০০ ৩৯,১৫২
বৰপেটা ২২ Mandia Sherman Ali Ahmed এআইটিচি ১,১৩,৪৮০ ৪৩.০৭ ২৭,৫৬১
২৩ Chenga Abdur Rahim Ahmed আইএনচি ১,৩৯,১৬৭ ৫৬.৮৫ ৮৭,৩৪৯
২৪ বৰপেটা (SC) Dipak Kumar Das অগপ ৯৪,০৮৬ ৬২.৮৮ ৪৭,৪০২
২৫ Pakabetbari Jakir Hussain Sikdar আইএনচি ১,৫৭,৪৪৮ ৬০.০৬ ৪৭,৪০২
বজালী ২৬ বজালী Dharmeswar Roy অগপ ৮০,১৩০ ৫৬.০৪ ২৪,৪৪৬
কামৰূপ ২৭ Chamaria Rekibuddin Ahmed আইএনচি ১,৪৯,৭২০ ৬৩.৮৩ ৭৮,৬৯৬
২৮ Boko–Chaygaon (ST) Raju Mesh বিজেপি ১,০৭,১১৩ ৬৩.৭৭ ৫৯,৫৫৪
২৯ Palasbari Himangshu Shekar Baishya বিজেপি ১,০৯,৩০১ ৫৮.৫৮ ৪৩,৯৫৩
৩০ Hajo–Sualkuchi Prakash Chandra Das অগপ ৮১,৬৯৯ ৪৭.৮৪ ৭২৪
৩১ Rangiya Bhabesh Kalita বিজেপি ১,০৭,৯২৯ ৫৮.২২ ৩৪,০২৯
৩২ Kamalpur Diganta Kalita বিজেপি ৭৪,৪৫৫ ৪৫.৩৩ ১৯,৪৪৯
কামৰূপ মহানগৰ ৩৩ Dispur Pradyut Bordoloi বিজেপি ১,০৩,৩৩৭ ৫৫.৮৯ ৪৯,৬৬৭
৩৪ Dimoria (SC) Dr. Tapan Das অগপ ১,১৬,০৫৮ ৬৪.৭১ ৬৫,৩৮৫
৩৫ New Guwahati Diplu Ranjan Sarmah বিজেপি ৮৯,৬৩৬ ৬৪.১৩ ৪৭,৬৬৮
৩৬ Guwahati Central Vijay Kumar Gupta বিজেপি ১,০১,৯২৭ ৬৮.৮৭ ৬১,৯২১
৩৭ Jalukbari Himanta Biswa Sarma বিজেপি ১,২৭,১৫১ ৭৪.৪২ ৮৯,৪৩৪
নলবাৰী ৩৮ Barkhetri Narayan Deka বিজেপি ১,১৩,০০১ ৫৬.০৭ ২৮,৮৪৪
৩৯ নলবাৰী Jayanta Malla Baruah বিজেপি ১,১৮,৬১১ ৬৪.৯৮ ৬০,১০১
৪০ Tihu Chandra Mohan Patowary বিজেপি ১,০০,৮৫৫ ৫৬.২৬ ২৬,৪৯৬
বাক্সা ৪১ Manas Thaneswar Basumatary বিপিএফ ৯০,০৬০ ৫০.৯৫ ৪৭,৪১০
৪২ বাক্সা (ST) Maneswar Brahma বিপিএফ ৮৮,৮২০ ৫৫.০৬ ৪৯,০৫০
তামুলপুৰ ৪৩ তামুলপুৰ (ST) Biswajit Daimary বিজেপি ৮৯,৩০৮ ৪৯.৯২ ২৬,৭৪৩
৪৪ Goreshwar Victor Kumar Das বিজেপি ৯৮,১০৮ ৫৭.৫৪ ৬৯,২৪৯
ওদালগুৰি ৪৫ Bhergaon Maheswar Baro বিপিএফ ৬৭,১০৫ ৫০.২২ ৩৭,৭৯৭
৪৬ ওদালগুৰি (ST) Rihon Daimary বিপিএফ ৭৬,৮০০ ৫৪.৬১ ২৭,৫৫৪
৪৭ Majbat Charan Boro বিপিএফ ৮৪,৭১৮ ৫৩.৪৮ ৫৫,৫৪৬
৪৮ Tangla Bikan Chandra Deka বিজেপি ৮৪,৩০৯ ৫৪.৮২ ৫৪,৬০১
দৰং ৪৯ Sipajhar Paramananda Rajbongshi বিজেপি ৯৯,৭২০ ৫৫.৮৩ ২৫,৫৪৫
৫০ Mangaldai Nilima Devi বিজেপি ১,০০,০৭৮ ৫৪.৭৭ ২৩,৯৩৬
৫১ Dalgaon Mazibur Rahman AIUDF ১,৪৭,৫৫৫ ৪৮.৫০ ২৮,৮৮০
মৰিগাঁও ৫২ Jagiroad (SC) Pijush Hazarika বিজেপি ১৫৫,১২৯ ৭০.৬৪ ৯৩,৫৮৪
৫৩ Laharighat Asif Mohammad Nazar আইএনচি ১৬৯,২১২ ৫৭.৭৮ ৬৬,২৯৫
৫৪ মৰিগাঁও Rama Kantha Dewri বিজেপি ১১৭,৯৪২ ৬৬.৫৩ ৬৫,৪৮৯
নগাঁও ৫৫ Dhing Mehboob Mukhtar RD ১৩১,১৮২ ৫৯.৬০ ৭১,৪৯৪
৫৬ Rupohihat Nurul Huda আইএনচি ১৩৫,৬৮২ ৬১.৪৬ ৬৯,৭৬৬
৫৭ Kaliabor Keshab Mahanta অগপ ৭৪,০২৯ ৪৫.১০ ১৭,৮৯০
৫৮ Samaguri Tanzil Hussain আইএনচি ১০৮,৩১০ ৬৮.০৯ ৯৩,৫৮৪
৫৯ Barhampur Jitu Goswami বিজেপি ১১৭,১২৭ ৫৯.৫৪ ৫৬,১৪১
৬০ নগাঁও–Batadraba Rupak Sarmah বিজেপি ১,১৩,৯৫৮ ৬৭.৪০ ৬১,৯৮৪
৬১ Raha (SC) Sashi Kanta Das বিজেপি ১১১,৩৬০ ৫৩.৪৩ ২০,৫৯৪
হোজাই ৬২ Binnakandi Badruddin Ajmal AIUDF ১১৯,৭২১ ৫০.৫৪ ৩৫,৩৮০
৬৩ হোজাই Shiladitya Dev বিজেপি ১৪৪,৩৬১ ৬৪.২৪ ৬৬,৭০১
৬৪ Lumding Sibu Misra বিজেপি ১১৫,৩৩০ ৫২.৮৬ ২২,১১৪
শোণিতপুৰ ৬৫ Dhekiajuli Ashok Singhal বিজেপি ১১১,৮৮০ ৫৯.৬৩ ৪৮,১৬৯
৬৬ Barchalla Ritu Baran Sarmah বিজেপি ৮৪,৪৯৫ ৫৩.১৫ ২৪,৫৬২
৬৭ Tezpur Prithiraj Rava অগপ ৭৯,১৪০ ৫৩.৩৯ ১৯,৯৫০
৬৮ Rangapara Krishna Kamal Tanti বিজেপি ৮১,০২২ ৫৬.৩৩ ৪৩,৩১৫
৬৯ Nadaur Padma Hazarika বিজেপি ১১১,১২৫ ৬৪.৫৫ ৫২,৯১৬
বিশ্বনাথ ৭০ বিশ্বনাথ Pallab Lochan Das বিজেপি ৮৪,৮৬২ ৫২.৭৩ ২৫,৭৭০
৭১ Behali (SC) Munindra Das বিজেপি ৮৭,২২৪ ৬৫.৮৬ ৬০,৭০৩
৭২ Gohpur Utpal Borah বিজেপি ৯৬,৫৮২ ৬৫.৭২ ৫২,৭২২
লখিমপুৰ ৭৩ Bihpuria Bhupen Kumar Borah বিজেপি ৭৩,০৫০ ৫২.০১ ৮,২৩৬
৭৪ Rongonadi Rishiraj Hazarika বিজেপি ৮২,৪৯৩ ৫১.২৯ ১৯,৬৫২
৭৫ Naoboicha (SC) Dr. Joy Prakash Das আইএনচি ৮৬,৯৮১ ৫৬.৬৬ ২৩,৭৫১
৭৬ লখিমপুৰ Manab Deka বিজেপি ৮৫,৭২৬ ৬০.০০ ৩২,২২০
৭৭ Dhakuakhana (ST) Naba Kumar Doley বিজেপি ৯২,১২৩ ৬৭.৫১ ৫০,০৭২
ধেমাজি ৭৮ ধেমাজি (ST) Dr Ranjoj Pegu বিজেপি ৮৩,৬৪৯ ৫৮.৫১ ৩২,২২৯
৭৯ Sissiborgaon Jiban Gogoi বিজেপি ৭৫,৭৫৮ ৫২.০৭ ৪০,৫৯৩
৮০ Jonai (ST) Bhubon Pegu বিজেপি ১২৮,৯৪০ ৭১.৫৭ ৮০,১২৪
তিনিচুকীয়া ৮১ Sadiya Bolin Chetia বিজেপি ৯৭,০৮৭ ৬০.৭৪ ৪১,৭৪৯
৮২ Doom Dooma Rupesh Gowala বিজেপি ৮৬,০০৯ ৭০.৭৯ ৫৫,৩৮২
৮৩ Margherita Bhaskar Sharma বিজেপি ৮৬,৩৪৯ ৬১.৭২ ৫৫,৩১৭
৮৪ Digboi Suren Phukan বিজেপি ৭৪,৬৯৪ ৫৭.৬২ ২৮,২৭৬
৮৫ Makum Sanjoy Kishan বিজেপি ৭৪,৬৯৪ ৫৭.৬২ ২৮,২৭৬
৮৬ তিনিচুকীয়া Pulok Gohain বিজেপি ৮৫,১৮৪ ৬২.৭২ ৪৮,৪৯৭
ডিব্ৰুগড় ৮৭ চাবুৱা–লাহোৱাল বিনোদ হাজৰিকা বিজেপি ৮৯,২০২ ৬০.৭৫ ৫০,৯১৪
৮৮ ডিব্ৰুগড় প্ৰশান্ত ফুকন বিজেপি ১০৬,৮০৩ ৬৭.৭৯ ৭২,০৪৩
৮৯ খোৱাং চক্ৰধৰ গগৈ বিজেপি ৬৭,০৩৮ ৫০.৭০ ৯,৯৮৪
৯০ দুলিয়াজান ৰামেশ্বৰ তেলী বিজেপি ৭১,৪৬৭ ৪৯.৮১ ১০,৪৫৯
৯১ টিংখং বিমল বৰা বিজেপি ৮৮,৯১২ ৬১.১৯ ৪৯,০২৬
৯২ নাহৰকটীয়া তৰংগ গগৈ বিজেপি ৮৭,৭৬৮ ৭০.৪৩ ৬২,২৮২
চৰাইদেউ ৯৩ Sonari Dharmeswar Konwar বিজেপি ৭৪,৮৩৩ ৫২.০৬ ২৪,১৩৪
৯৪ Mahmora Suruj Dehingia বিজেপি ৬৯,৫৩০ ৫৫.২০ ১৬,০২১
শিৱসাগৰ ৯৫ Demow Sushanta Borgohain বিজেপি ৮৯,৬৮১ ৫৯.৭৪ ৩৩,৫২৮
৯৬ Sibsagar Akhil Gogoi RD ৮৬,৫২১ ৪৯.৩৮ ১৭,২৭২
৯৭ Nazira Mayur Borgohain বিজেপি ৯৮,১৯৮ ৬২.৬৪ ৪৬,৭০১
মাজুলী ৯৮ মাজুলী (ST) Bhuban Gam বিজেপি ৭৮,৩২৪ ৬৩.৫১ ৩৫,৩০০
যোৰহাট ৯৯ Teok Bikash Saikia অগপ ৯০,৩৬৮ ৫৫.৮৪ ২২,৬৭২
১০০ যোৰহাট Hitendra Nath Goswami বিজেপি ৬৯,৪৩৯ ৫৮.৭০ ২৩,১৮২
১০১ Mariani Rupjyoti Kurmi বিজেপি ৭৯,৬৩২ ৫৮.৪৫ ২৬,৮৪০
১০২ Titabor Dhiraj Gowala বিজেপি ৭৮,৭৪৩ ৪৭.৫১ ২৩,৩১৫
গোলাঘাট ১০৩ গোলাঘাট Ajanta Neog বিজেপি ১,০২,২১২ ৬১.৮৮ ৪৩,৭৫৯
১০৪ Dergaon Mridul Kumar Dutta বিজেপি ৯০,০৪৯ ৬০.৫৯ ৩৬,৯৫৩
১০৫ Bokakhat Atul Bora অগপ ৮০,৯৮৭ ৫৯.৬৬ ৬০,৫৩৭
১০৬ Khumtai Mrinal Saikia বিজেপি ৯১,১২৭ ৬২.৪৩ ৫৮,৪১২
১০৭ Sarupathar Biswajit Phukan বিজেপি ৯৬,৩৪১ ৬৩.৮৭ ৫৬,০৮০
কাৰ্বি আংলং ১০৮ Bokajan (ST) Surjya Rongphar বিজেপি ৬৯,৮৫১ ৫৪.৪৮ ১৭,৪৬৬
১০৯ Howraghat (ST) Lunsing Teron বিজেপি ১০৬,২২৯ ৬৮.২৩ ৭৮,১০৬
১১০ Diphu (ST) Niso Terangpi বিজেপি ৯০,৮৬৬ ৬২.৯৫ ৪৯,৭৪০
পশ্চিম কাৰ্বি আংলং ১১১ Rongkhang (ST) Tuliram Ronghang বিজেপি ৮৩,২৪৮ ৭৫.৭২ ৬০,২৪৩
১১২ Amri (ST) Habbey Teron বিজেপি ৫০,২৭৩ ৬৩.২৯ ২৩,৯১০
ডিমা হাছাও ১১৩ Haflong (ST) Rupali Langthasa বিজেপি ৭৮,৬৭৪ ৫৯.৩৮ ৫০,৩০৬
কাছাৰ ১১৪ Lakhipur Kaushik Rai বিজেপি ১,২৫,৩০২ ৮১.৪৯ ৯৯,৪০১
১১৫ Udharbond Rajdeep Goala বিজেপি ১,০৩,৩৩১ ৬৬.০৮ ৫৫,৪৬৪
১১৬ Katigorah Kamalakhya Dey Purkayastha বিজেপি ১১০,৭৫৮ ৫৮.২১ ৩৭,৬৮০
১১৭ Borkhola Kishor Nath বিজেপি ১,০২,৭৭৫ ৫৮.০২ ৩৬,৬১৩
১১৮ Silchar Dr. Rajdeep Roy বিজেপি ১১০,৭৫৮ ৬৪.০৯ ৫৩,৯৯৭
১১৯ Sonai Aminul Haque Laskar আইএনচি ৮৯,৯৫৭ ৫৬.০৫ ২৭,১৭০
১২০ Dholai (SC) Amiya Kanti Das বিজেপি ১,০০,৬৩৪ ৬২.৭৩ ৪৪,৪৬২
হাইলাকান্দি ১২১ হাইলাকান্দি Dr. Milon Das বিজেপি ১১৯,৫৯১ ৬৩.৫৭ ৫৫,৮১৭
১২২ Algapur–Katlicherra Zubair Anam Mazumder আইএনচি ১৪৫,৬৬১ ৬৪.১৬ ১০৫,৪৪৮
শ্ৰীভূমি ১২৩ Karimganj North Jakaria Ahmed আইএনচি ১২২,৩৫৬ ৫৪.১৭ ২৬,০০৩
১২৪ Karimganj South Aminur Rashid Choudhury আইএনচি ১৩৭,২৫৭ ৫৭.৭৮ ৮৬,৬৩২
১২৫ Patharkandi Krishnendu Paul বিজেপি ৯৮,১০১ ৬৪.৩৫ ৪৬,৭৬৪
১২৬ Ram Krishna Nagar (SC) Bijoy Malakar বিজেপি ১৩৪,০১৩ ৭০.৭০ ৮৩,৭৬৫

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. https://results.eci.gov.in/ResultAcGenMay2026/partywiseresult-S03.htm
  2. "Term of the Houses" (en ভাষাত). www.eci.gov.in. https://www.eci.gov.in/term-of-the-houses আহৰণ কৰা হৈছে: 2025-10-13.
  3. "BJP-led NDA retains power with majority 75 seats in Assam, Congress wins 29" (en ভাষাত). 2021-05-03. https://www.business-standard.com/article/elections/bjp-led-nda-retains-power-with-majority-75-seats-in-assam-congress-wins-29-121050300122_1.html.
  4. "Himanta Biswa Sarma takes oath as the Chief Minister of Assam" (en ভাষাত). mint. 2021-05-10. https://www.livemint.com/elections/assembly-elections/himanta-biswa-sarma-takes-oath-as-the-chief-minister-of-assam-11620629211767.html আহৰণ কৰা হৈছে: 2025-11-01.
  5. "Assam Congress decides to break ties with Ajmal's AIUDF, BPF" (en ভাষাত). The New Indian Express. 2021-08-30. https://www.newindianexpress.com/nation/2021/Aug/30/assam-congress-decides-to-break-ties-with-ajmals-aiudf-bpf-2351954.html আহৰণ কৰা হৈছে: 2025-11-01.
  6. "Congress ends alliance with BPF, Ajmal's AIUDF in Assam". The Times of India. 2021-08-30. ISSN 0971-8257. https://timesofindia.indiatimes.com/india/congress-ends-alliance-with-bpf-ajmals-aiudf-in-assam/articleshow/85770733.cms.
  7. "Assam Election Date 2026: Assam to vote on April 9; results on May 4". The Economic Times. 2026-03-15. ISSN 0013-0389. https://economictimes.indiatimes.com/news/elections/assembly-elections/assam/assam-election-2026-result-date-when-will-votes-be-counted-in-assembly-polls-set-on-april-9-counting-on-may-4/articleshow/129588073.cms.
  8. "Special revision: Assam voter count decreases by 2.43 lakh in final roll" (en-IN ভাষাত). The Hindu. 2026-02-10. ISSN 0971-751X. https://www.thehindu.com/news/national/assam/special-revision-assam-voter-count-down-by-243-lakh-in-final-roll/article70615403.ece.