সমললৈ যাওক

২০২৬ চনৰ পুৰুষৰ টি-২০ বিশ্বকাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০২৬ চনৰ আইচিচি পুৰুষ টি–২০ বিশ্বকাপ
দিনাংক ৭ ফেব্ৰুৱাৰী – ৮ মাৰ্চ ২০২৬
প্ৰশাসক(সমূহ) আন্তৰ্জাতিক ক্ৰিকেট পৰিষদ
ধৰণ টি–২০ আন্তঃৰাষ্ট্ৰীয়
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) গ্ৰুপ পৰ্যায়, চুপাৰ ৮ আৰু নকআউট পৰ্যায়
আয়োজক(সমূহ)
  • ভাৰত
  • শ্ৰীলংকা
বিজয়ী  ভাৰত (৩য় খিতাপ)
ৰানাৰ্চ-আপ  নিউজিলেণ্ড
দলৰ সংখ্যা ২০
মুঠ খেলৰ সংখ্যা ৫৫
মেন অৱ দ্য ছিৰিজ ভাৰত সঞ্জু ছেমছন
সৰ্বাধিক ৰাণ পাকিস্তান শাহিবজাদা ফাৰহান (৩৮৩)
সৰ্বাধিক উইকেট ভাৰত যশপ্ৰীত বুমৰাহ (১৪)
ভাৰত বৰুণ চক্ৰৱৰ্ত্তী (১৪)
আনুষ্ঠানিক ৱেবছাইট icc-cricket.com

২০২৬ আইচিচি পুৰুষ টি–২০ বিশ্বকাপ হৈছে আইচিচি পুৰুষ টি–২০ বিশ্বকাপৰ দশম সংস্কৰণ। এই প্ৰতিযোগিতাখন ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু শ্ৰীলংকা ক্ৰিকেটৰ যৌথ আয়োজনত ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চ ২০২৬লৈ অনুষ্ঠিত হ’ব।[1] ইয়াৰ পূৰ্বে শ্ৰীলংকাই ২০১২ চনত আৰু ভাৰতে ২০১৬ চনত এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। ভাৰতৰ পাঁচটা স্থান আৰু শ্ৰীলংকাৰ তিনিটা স্থানত মুঠ ৫৫খন খেল অনুষ্ঠিত হ’ব, য’ত ২০টা দলে অংশগ্ৰহণ কৰিব।[2][3]

এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দলৰ সংখ্যা ২০টা থাকিব। ইয়াত আয়োজক দুয়োখন দেশৰ দল, ২০২৪ সংস্কৰণৰ শীৰ্ষ সাতটা দল, ইতিমধ্যে যোগ্যতা অৰ্জন নকৰা আইচিচি পুৰুষ টি–২০আই দল ৰেংকিঙৰ শীৰ্ষ তিনিটা দল, আৰু আঞ্চলিক যোগ্যতা প্ৰতিযোগিতাৰ জৰিয়তে নিৰ্ধাৰিত আন আঠটা দল অন্তৰ্ভুক্ত থাকিব। ইটালীয়ে প্ৰথমবাৰৰ বাবে পুৰুষ টি–২০ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছে।

ভাৰত হৈছে বৰ্তমানৰ চেম্পিয়ন দল, যিয়ে পূৰ্বৱৰ্তী সংস্কৰণত খিতাপ জয় কৰিছিল।

বিন্যাস

[সম্পাদনা কৰক]

২০টা যোগ্যতা অৰ্জনকাৰী দলক পাঁচজনীয়া চাৰিটা গ্ৰুপত ভাগ কৰা হ’ব, প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছুপাৰ ৮ ৰাউণ্ডলৈ আগবাঢ়িব। এই ৰাউণ্ডত বাকী থকা দলসমূহক চাৰিজনীয়া দুটা গ্ৰুপত ভাগ কৰা হ’ব; প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে নকআউট ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিব, য’ত দুখন ছেমি ফাইনেল আৰু এখন ফাইনেল অনুষ্ঠিত হ’ব।[4]

খেলপথাৰ

[সম্পাদনা কৰক]

ভাৰতৰ স্থানসমূহ
আহমেদাবাদ চেন্নাই দিল্লী
নৰেন্দ্ৰ মোডী ষ্টেডিয়াম এম. এ. চিদাম্বৰম ষ্টেডিয়াম অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম
আসন ক্ষমতা: ১৩২,০০০ আসন ক্ষমতা: ৩৯,০০০ আসন ক্ষমতা: ৫৫,০০০
খেল: ৭ (ফাইনেল)[টোকা 1] খেল: খেল:
Narendra Modi Stadium in 2023 M. A. Chidambaram Stadium in 2023 Arun Jaitley Stadium in 2023
কলিকতা মুম্বাই
ইডেন গাৰ্ডেন ষ্টেডিয়াম ৱানখেড়ে ষ্টেডিয়াম
আসন ক্ষমতা: ৬৮,০০০ আসন ক্ষমতা: ৩৩,১০৮
খেল: ৭ (প্ৰথম ছেমি-ফাইনেল)[টোকা 1] খেল: ৮ (দ্বিতীয় ছেমি-ফাইনেল)
Eden Gardens in 2017 Wankhede Stadium in 2011
শ্ৰীলংকাৰ স্থানসমূহ
কলম্বু কেন্দি
আৰ. প্ৰেমদাস ষ্টেডিয়াম সিললীজ স্পৰ্টছ ক্লাব ক্ৰিকেট গ্ৰাউণ্ড পাল্লেকেলে ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম
আসন ক্ষমতা: ৩৫,০০০ আসন ক্ষমতা: ১০,০০০ আসন ক্ষমতা: ৩৫,০০০
খেল: ১০ (প্ৰথম ছেমি-ফাইনেল আৰু ফাইনেল)[টোকা 1] খেল: খেল:
R. Premadasa Stadium in 2014 SSC Cricket Ground in 2001 Pallekele Cricket Stadium in 2012
  1. 1 2 3 যদি পাকিস্তানে যোগ্যতা অৰ্জন কৰে তেতিয়া প্ৰথম ছেমিফাইনেল আৰু ফাইনেল আৰ. প্ৰেমদাস ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ যদি পাকিস্তানে যোগ্যতা অৰ্জন নকৰে তেতিয়া এই খেলকেইখন ক্ৰমে ইডেন গাৰ্ডেন আৰু নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷[5]

গ্ৰুপ পৰ্যায়

[সম্পাদনা কৰক]
গ্ৰুপ এ গ্ৰুপ বি গ্ৰুপ ছি গ্ৰুপ ডি
অৱ দল খেল জয়ী বিজিত ফলাফলহীন পইণ্ট NRR অৰ্জন কৰা অৰ্হতা
 ভাৰত (H) ২.৫০০ ছুপাৰ এইটলৈ উন্নীত
 পাকিস্তান ০.৯৭৬
 নামিবিয়া −৩.১০৮ অপসাৰিত
 নেদাৰলেণ্ড −১.২১৭
 আমেৰিকা যুক্তৰাষ্ট্ৰ ০.৭৮৮
তথ্যৰ উৎস: ESPNcricinfo[6]
(H) আয়োজক দেশ।

গ্ৰুপ বি

[সম্পাদনা কৰক]
অৱ দল খেল জয়ী বিজিত ফলাফলহীন পইণ্ট NRR অৰ্জন কৰা অৰ্হতা
 জিম্বাৱৱে ১.৫০৬ ছুপাৰ এইটলৈ উন্নীত
 শ্ৰীলংকা (H) ১.৭৪১
 অষ্ট্ৰেলিয়া ১.৫২৩ অপসাৰিত
 আয়াৰলেণ্ড ০.১৫০
 ওমান −৪.৮৪৫
তথ্যৰ উৎস: ESPNcricinfo[6]
(H) আয়োজক দেশ।

গ্ৰুপ চি

[সম্পাদনা কৰক]
অৱ দল খেল জয়ী বিজিত ফলাফলহীন পইণ্ট NRR অৰ্জন কৰা অৰ্হতা
 ৱেষ্ট ইণ্ডিজ ১.৮৭৪ ছুপাৰ এইটলৈ উন্নীত
 ইংলেণ্ড ০.২০১
 স্কটলেণ্ড ০.১৮৪ অপসাৰিত
 ইটালী −১.০২০
 নেপাল −১.৩৪৯
তথ্যৰ উৎস: ESPNcricinfo[6]

গ্ৰুপ ডি

[সম্পাদনা কৰক]
অৱ দল খেল জয়ী বিজিত ফলাফলহীন পইণ্ট NRR অৰ্জন কৰা অৰ্হতা
 দক্ষিণ আফ্ৰিকা ১.৯৪৩ ছুপাৰ এইটলৈ উন্নীত
 নিউজিলেণ্ড ১.২২৭
 আফগানিস্তান ০.৮৮৯ অপসাৰিত
 সংযুক্ত আৰৱ আমিৰাত −১.৩৬৪
 কানাডা −২.৪২৬
তথ্যৰ উৎস: ESPNcricinfo[6]

ছুপাৰ এইট পৰ্যায়

[সম্পাদনা কৰক]
যোগ্যতা ছুপাৰ এইট পৰ্যায়
গ্ৰুপ ১ গ্ৰুপ ২
গ্ৰুপ পৰ্যায়ৰ পৰা উন্নীত
(প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২টা দল)
A
 ভাৰত পাকিস্তান
B
 জিম্বাৱৱে শ্ৰীলংকা
C
 ৱেষ্ট ইণ্ডিজ ইংলেণ্ড
D
 দক্ষিণ আফ্ৰিকা নিউজিলেণ্ড
অৱ দল খেল জয়ী বিজিত ফলাফলহীন পইণ্ট NRR অৰ্জন কৰা অৰ্হতা
 দক্ষিণ আফ্ৰিকা ২.২৫৯ নকআউট পৰ্যায়লৈ উন্নীত
 ভাৰত (H) ০.১০৬
 ৱেষ্ট ইণ্ডিজ ০.৯৯৩ অপসাৰিত
 জিম্বাৱৱে −৩.৪১৫
২৬ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে খেল শেষ হোৱাৰ পিছত আপডেট কৰা হৈছে। তথ্যৰ উৎস: ESPNcricinfo[6]
(H) আয়োজক।

খেল ৪৩
২২ ফেব্ৰুৱাৰী ২০২৬ (2026-02-22)
১৯:০০ গ্ৰী.মা.স.+৫:৩০ (নৈশ)
নম্বৰ তালিকা
দক্ষিণ আফ্ৰিকা 
১৮৭/৭ (২০ অভাৰ)
বনাম
 ভাৰত
১১১ (১৮.৫ অভাৰ)
ডেভিদ মিলাৰ ৬৩ (৩৫)
যছপ্ৰীত বুমৰাহ ৩/১৫ (৪ অভাৰ)
শিৱম দুবে ৪২ (৩৭)
মাৰ্ক’ জানছেন ৪/২২ (৩.৫ অভাৰ)
দক্ষিণ আফ্ৰিকা ৭৬ ৰাণত জয়ী
নৰেন্দ্ৰ মোদি ষ্টেডিয়াম, আহমেদাবাদ
উপস্থিত দৰ্শক: ৯০,৯৫৪
আম্পায়াৰ: ক্ৰিছ গেফানী (নিউজিলেণ্ড) আৰু ৰিছাৰ্ড কেটলিবৰহ (ইংলেণ্ড)
প্লেয়াৰ অৱ দা মেচ: ডেভিদ মিলাৰ (দক্ষিণ আফ্ৰিকা)

খেল ৪৪
২৩ ফেব্ৰুৱাৰী ২০২৬ (2026-02-23)
১৯:০০ গ্ৰী.মা.স.+৫:৩০ (নৈশ)
নম্বৰ তালিকা
ৱেষ্ট ইণ্ডিজ 
২৫৪/৬ (২০ অভাৰ)
বনাম
 জিম্বাৱৱে
১৪৭ (১৭.৪ অভাৰ)
ছীমৰণ হেটমিয়াৰ ৮৫ (৩৪)
ব্লেছিং মুজাৰাবানী ২/৪২ (৪ অভাৰ)
ব্ৰেড ইভানছ ৪৩ (২১)
গোড়াকেশ মোতী ৪/২৮ (৪ অভাৰ)
ৱেষ্ট ইণ্ডিজ ১০৭ ৰাণত জয়ী
ৱানখেড়ে ষ্টেডিয়াম, মুম্বাই
আম্পায়াৰ: ৰিছাৰ্ড ইল্লিংগ্ৰোথ (ইংলেণ্ড) আৰু জয়ৰম মদনগোপাল (ভাৰত)
প্লেয়াৰ অৱ দা মেচ: ছীমৰণ হেটমিয়াৰ (ৱেষ্ট ইণ্ডিজ)

খেল ৪৭
২৬ ফেব্ৰুৱাৰী ২০২৬ (2026-02-26)
১৫:০০ গ্ৰী.মা.স.+৫:৩০ (দিবা/নৈশ)
নম্বৰ তালিকা
ৱেষ্ট ইণ্ডিজ 
১৭৬/৮ (২০ অভাৰ)
বনাম
 দক্ষিণ আফ্ৰিকা
১৭৮/১ (১৬.১ অভাৰ)
ৰোমাৰিঅ’ শ্বেফাৰ্ড ৫২* (৩৭)
লুঙ্গি নিদি ৩/৩০ (4 অভাৰ)
আইডেন মাৰ্ক্ৰাম ৮২* (৪৬)
ৰুষ্টন ছিজ ১/৪৬ (৪ অভাৰ)
দক্ষিণ আফ্ৰিকা ৯ উইকেটত জয়ী
নৰেন্দ্ৰ মোদি ষ্টেডিয়াম, আহমেদাবাদ
আম্পায়াৰ: কুমাৰ ধৰ্মসেনা (শ্ৰীলংকা) আৰু শ্বাৰফোদুল্লা (বাংলাদেশ)
প্লেয়াৰ অৱ দা মেচ: আইডেন মাৰ্ক্ৰাম (দক্ষিণ আফ্ৰিকা)

খেল ৪৮
২৬ ফেব্ৰুৱাৰী ২০২৬ (2026-02-26)
১৯:০০ গ্ৰী.মা.স.+৫:৩০ (নৈশ)
নম্বৰ তালিকা
ভাৰত 
২৫৬/৪ (২০ অভাৰ)
বনাম
 জিম্বাৱৱে
১৮৪/৬ (২০ অভাৰ)
অভিষেক শৰ্মা ৫৫ (৩০)
ছিকন্দৰ ৰাজা ১/২৯ (৩ অভাৰ)
ব্ৰিয়ান বেনেট ৯৭* (৫৯)
অৰ্শদীপ সিং ৩/২৪ (৪ অভাৰ)
ভাৰত ৭২ ৰাণত জয়ী
এম. এ. চিদাম্বৰম ষ্টেডিয়াম, চেন্নাই
আম্পায়াৰ: ৰিছাৰ্ড কেটলিবৰহ (ইংলেণ্ড) আৰু এলেক্স হোৱাৰ্ফ (ইংলেণ্ড)
প্লেয়াৰ অৱ দা মেচ: হাৰ্দিক পান্দিয়া (ভাৰত)

খেল ৫১
 মাৰ্চ ২০২৬ (2026-03-01)
১৫:০০ গ্ৰী.মা.স.+৫:৩০ (দিবা/নৈশ)
নম্বৰ তালিকা
জিম্বাৱৱে 
১৫৩/৭ (২০ অভাৰ)
বনাম
 দক্ষিণ আফ্ৰিকা
১৫৪/৫ (১৭.৫ অভাৰ)
ছিকন্দৰ ৰাজা ৭৩ (৪৩)
কুৱেনা মাফাকা ২/২১ (৪ অভাৰ)
দিৱাল্ড ব্ৰেভিছ ৪২ (১৮)
ছিকন্দৰ ৰাজা ৩/২৯ (৪ অভাৰ)
দক্ষিণ আফ্ৰিকা ৫ উইকেটত জয়ী
অৰুণ জেটলি ষ্টেডিয়াম, দিল্লী
আম্পায়াৰ: কুমাৰ ধৰ্মসেনা (শ্ৰীলংকা) আৰু ৰিছাৰ্ড ইল্লিংগ্ৰোথ (ইংলেণ্ড)
প্লেয়াৰ অৱ দা মেচ: ছিকন্দৰ ৰাজা (জিম্বাৱৱে)

খেল ৫২
 মাৰ্চ ২০২৬ (2026-03-01)
১৯:০০ গ্ৰী.মা.স.+৫:৩০ (নৈশ)
নম্বৰ তালিকা
ৱেষ্ট ইণ্ডিজ 
১৯৫/৪ (২০ অভাৰ)
বনাম
 ভাৰত
১৯৯/৫ (১৯.২ অভাৰ)
ৰষ্টন চেজ ৪০ (২৫)
যশপ্ৰীত বুমৰাহ ২/৩৬ (৪ অভাৰ)
সঞ্জু ছেমছন ৯৭* (৫০)
জেছন হল্ডাৰ ২/৩৮ (৪ অভাৰ)
ভাৰত ৫ উইকেটত জয়ী
ইডেন গাৰ্ডেন, কলিকতা
আম্পায়াৰ: ক্ৰিছ গেফানী (নিউজিলেণ্ড) আৰু এলেক্স হোৱাৰ্ফ (ইংলেণ্ড)
প্লেয়াৰ অৱ দা মেচ: সঞ্জু ছেমছন (ভাৰত)
অৱ দল খেল জয়ী বিজিত ফলাফলহীন পইণ্ট NRR অৰ্জন কৰা অৰ্হতা
 ইংলেণ্ড ১.০৯৬ নকআউট পৰ্যায়লৈ উন্নীত
 নিউজিলেণ্ড ১.৩৯০
 পাকিস্তান −০.১২৩ অপসাৰিত
 শ্ৰীলংকা (H) −১.৯৫০
22 February 2026 তাৰিখে খেল শেষ হোৱাৰ পিছত আপডেট কৰা হৈছে। তথ্যৰ উৎস: ESPNcricinfo[6]
(H) আয়োজক।

খেল ৪১
২১ ফেব্ৰুৱাৰী ২০২৬ (2026-02-21)
১৯:০০ গ্ৰী.মা.স.+৫:৩০ (নৈশ)
নম্বৰ তালিকা
বনাম
ফলাফল নাই
আৰ. প্ৰেমদাস ষ্টেডিয়াম, কলম্বু
আম্পায়াৰ: পল ৰেইফেল (অষ্ট্ৰেলিয়া) আৰু ৰদ টাকাৰ (অষ্ট্ৰেলিয়া)
  • বৰষুণৰ বাবে খেল অনুষ্ঠিত নহ’ল৷

খেল ৪২
২২ ফেব্ৰুৱাৰী ২০২৬ (2026-02-22)
15:00 গ্ৰী.মা.স.+৫:৩০ (দিবা/নৈশ)
নম্বৰ তালিকা
ইংলেণ্ড 
১৪৬/৯ (২০ অভাৰ)
বনাম
 শ্ৰীলংকা
৯৫ (১৬.৪ অভাৰ)
ফিল ছল্ট ৬২ (৪০)
দুনিথ ৱেলালেগ ৩/২৬ (৪ অভাৰ)
ডাছুন ছানাকা ৩০ (২৪)
ৱিল জেকছ ৩/২২ (৪ অভাৰ)
ইংলেণ্ড ৫১ ৰাণত জয়ী
পাল্লেকেলে ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম, কেন্দি
আম্পায়াৰ: এড্ৰিয়ান হল্ডষ্টক (দক্ষিণ আফ্ৰিকা) আৰু আহছান ৰাজা (পাকিস্তান)
প্লেয়াৰ অৱ দা মেচ: ৱিল জেক্স (ইংলেণ্ড)

খেল ৪৫
২৪ ফেব্ৰুৱাৰী ২০২৬ (2026-02-24)
১৯:০০ গ্ৰী.মা.স.+৫:৩০ (নৈশ)
নম্বৰ তালিকা
পাকিস্তান 
১৬৪/৯ (২০ অভাৰ)
বনাম
 ইংলেণ্ড
১৬৬/৮ (১৯.১ অভাৰ)
শাহিবজাদা ফাৰহান ৬৩ (৪৫)
লিয়াম ডাওছন ৩/২৪ (৪ অভাৰ)
হেৰী ব্ৰুক ১০০ (৫১)
ছাহীন আফ্ৰিডি ৪/৩০ (৪ অভাৰ)
ইংলেণ্ড ২ উইকেটত জয়ী
পাল্লেকেলে ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম, কেন্দি
আম্পায়াৰ: নিতিন মেনন (ভাৰত) আৰু ছেম নগাজস্কি (অষ্ট্ৰেলিয়া)
প্লেয়াৰ অৱ দা মেচ: হেৰী ব্ৰুক (ইংলেণ্ড)

খেল ৪৬
২৫ ফেব্ৰুৱাৰী ২০২৬ (2026-02-25)
১৯:০০ গ্ৰী.মা.স.+৫:৩০ (নৈশ)
নম্বৰ তালিকা
নিউজিলেণ্ড 
১৬৮/৭ (২০ অভাৰ)
বনাম
 শ্ৰীলংকা
১০৭/৮ (২০ অভাৰ)
মিছেল ছেণ্টনাৰ ৪৭ (২৬)
মহীশ থেকছানা ৩/৩০ (৪ অভাৰ)
কামিন্দু মেণ্ডিছ ৩১ (২৩)
ৰশীন ৰৱিন্দ্ৰ ৪/২৭ (৪ অভাৰ)
নিউজিলেণ্ড ৬১ ৰাণত জয়ী
আৰ. প্ৰেমদাস ষ্টেডিয়াম, কলম্বু
আম্পায়াৰ: আল্লাউদ্দিন পালেকাৰ (দক্ষিণ আফ্ৰিকা) আৰু আছিফ য়াকুব (পাকিস্তান)
প্লেয়াৰ অৱ দা মেচ: ৰশীন ৰৱিন্দ্ৰ (নিউজিলেণ্ড)

খেল ৪৯
২৭ ফেব্ৰুৱাৰী ২০২৬ (2026-02-27)
১৯:০০ গ্ৰী.মা.স.+৫:৩০ (নৈশ)
নম্বৰ তালিকা
নিউজিলেণ্ড 
১৫৯/৭ (২০ অভাৰ)
বনাম
 ইংলেণ্ড
১৬১/৬ (১৯.৩ অভাৰ)
গ্লেন ফিলিপছ ৩৯ (২৮)
ৱিল জেক্স ২/২৩ (৪ অভাৰ)
টম বেণ্টন ৩৩ (২৪)
ৰচিন ৰবিন্দ্ৰ ৩/১৯ (৪ অভাৰ)
ইংলেণ্ড ৪ উইকেটত জয়ী
আৰ. প্ৰেমদাস ষ্টেডিয়াম, কলম্বু
আম্পায়াৰ: এড্ৰিয়ান হল্ডষ্টক (দক্ষিণ আফ্ৰিকা) আৰু আহছান ৰাজা (পাকিস্তান)
প্লেয়াৰ অৱ দা মেচ: ৱিল জেক্স (ইংলেণ্ড)

খেল ৫০
২৮ ফেব্ৰুৱাৰী ২০২৬ (2026-02-28)
১৯:০০ গ্ৰী.মা.স.+৫:৩০ (নৈশ)
নম্বৰ তালিকা
পাকিস্তান 
২১২/৮ (২০ অভাৰ)
বনাম
 শ্ৰীলংকা
২০৭/৬ (২০ অভাৰ)
শাহিবজাদা ফাৰহান ১০০ (৬০)
দিলছান মদুশংকা ৩/৩৩ (৪ অভাৰ)
ডাছুন ছানাকা ৭৬* (৩১)
আবৰাৰ আহমেদ ৩/২৩ (৪ অভাৰ)
পাকিস্তান ৫ ৰাণত জয়ী
পাল্লেকেলে ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়াম, কেন্দি
আম্পায়াৰ: ছেম নগাজস্কি (অষ্ট্ৰেলিয়া) আৰু ৰদ টাকাৰ (অষ্ট্ৰেলিয়া)
প্লেয়াৰ অৱ দা মেচ: শাহিবজাদা ফাৰহান (পাকিস্তান)

নকআউট পৰ্যায়

[সম্পাদনা কৰক]
ছেমি-ফাইনেল ফাইনেল
      
1W  দক্ষিণ আফ্ৰিকা ১৬৯/৮ (২০ অভাৰ)
2R  নিউজিলেণ্ড ১৭৩/১ (১২.৫ অভাৰ)
SF1W  ভাৰত ২৫৫/৫ (২০ অভাৰ)
SF2W নিউজিলেণ্ড  ১৫৯ (১৯ অভাৰ)
2W  ইংলেণ্ড ২৪৬/৭ (২০ অভাৰ)
1R  ভাৰত ২৫৩/৭ (২০ অভাৰ)

ছেমি-ফাইনেল

[সম্পাদনা কৰক]
ছেমি-ফাইনেল ১
 মাৰ্চ ২০২৬ (2026-03-04)
১৯:০০ গ্ৰী.মা.স.+৫:৩০ (নৈশ)
নম্বৰ তালিকা
দক্ষিণ আফ্ৰিকা 
১৬৯/৮ (২০ অভাৰ)
বনাম
 নিউজিলেণ্ড
১৭৩/১ (১২.৫ অভাৰ)
মাৰ্ক’ জানছেন ৫৫* (30)
কলে মেককন্সি ২/৯ (১ অভাৰ)
ফিন এলেন ১০০* (৩৩)
কাগিছো ৰাব্দা ১/২৮ (৩ অভাৰ)
নিউজিলেণ্ড ৯ উইকেটত জয়ী
ইডেন গাৰ্ডেন, কলিকতা
আম্পায়াৰ: ৰিছাৰ্ড ইল্লিংগ্ৰোথ (ইংলেণ্ড) আৰু এলেক্স হোৱাৰ্ফ (ইংলেণ্ড)
প্লেয়াৰ অৱ দা মেচ: ফিন এলেন (নিউজিলেণ্ড)

ছেমি-ফাইনেল ২
 মাৰ্চ ২০২৬ (2026-03-05)
১৯:০০ গ্ৰী.মা.স.+৫:৩০ (নৈশ)
নম্বৰ তালিকা
ভাৰত 
২৫৩/৭ (২০ অভাৰ)
বনাম
 ইংলেণ্ড
২৪৬/৭ (২০ অভাৰ)
সঞ্জু ছেমছন ৮৯ (৪২)
ৱিল জেক্স ২/৪০ (৪ অভাৰ)
জেকব বেথেল ১০৫ (৪৮)
হাৰ্দিক পাণ্ডিয়া ২/৩৮ (৪ অভাৰ)
ভাৰত ৭ ৰাণত জয়ী
ৱানখেড়ে ষ্টেডিয়াম, মুম্বাই
আম্পায়াৰ: ক্ৰিছ গেফানী (নিউজিলেণ্ড) আৰু আল্লাউদ্দিন পালেকাৰ (দক্ষিণ আফ্ৰিকা)
প্লেয়াৰ অৱ দা মেচ: সঞ্জু ছেমছন (ভাৰত)
ফাইনেল
 মাৰ্চ ২০২৬ (2026-03-08)
১৯:০০ গ্ৰী.মা.স.+৫:৩০ (নৈশ)
নম্বৰ তালিকা
ভাৰত 
২৫৫/৫ (২০ অভাৰ)
বনাম
 নিউজিলেণ্ড
১৫৯ (১৯ অভাৰ)
সঞ্জু ছেমছন ৮৯ (৪৬)
জেমছ নিছাম ৩/৪৬ (৪ অভাৰ)
টিম ছেইফাৰ্ট ৫২ (২৬)
যশপ্ৰীত বুমৰাহ ৪/১৫ (৪ অভাৰ)
ভাৰত ৯৬ ৰাণত জয়ী
নৰেন্দ্ৰ মোডী ষ্টেডিয়াম, আহমেদাবাদ
আম্পায়াৰ: ৰিছাৰ্ড ইল্লিংগ্ৰোথ (ইংলেণ্ড) আৰু এলেক্স হোৱাৰ্ফ (ইংলেণ্ড)
প্লেয়াৰ অৱ দা মেচ: যশপ্ৰীত বুমৰাহ (ভাৰত)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "India to host 2026 T20 World Cup with Sri Lanka, 2031 ODI World Cup with Bangladesh" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/sports/cricket/india-to-host-2026-t20-world-cup-with-sri-lanka-2031-odi-world-cup-with-bangladesh-1051629.html আহৰণ কৰা হৈছে: 9 January 2024.
  2. "T20 World Cup to return to Asia in 2026; India, Sri Lanka to jointly host 9th edition of the tournament" (en ভাষাত). TimesNow. 2022-08-17. Archived from the original on 2022-08-17. https://web.archive.org/web/20220817140113/https://www.timesnownews.com/sports/cricket/-article-93615775 আহৰণ কৰা হৈছে: 2023-10-28.
  3. "USA to stage T20 World Cup: 2024–2031 ICC Men's tournament hosts confirmed" (en ভাষাত). www.icc-cricket.com. https://www.icc-cricket.com/news/2354682 আহৰণ কৰা হৈছে: 2023-10-28.
  4. "ICC announces major changes to World Cup schedule" (en ভাষাত). www.cricket.com.au. 2021-06-02. https://www.cricket.com.au/news/3311904 আহৰণ কৰা হৈছে: 2023-10-28.
  5. "Narendra Modi Stadium to host T20 World Cup final, R Premadasa Stadium announced as alternative for Pakistan.". ESPNcricinfo. 9 September 2025. https://www.espncricinfo.com/story/2026-mens-t20-world-cup-likely-from-february-7-to-march-8-1502118.
  6. 1 2 3 4 5 6 2026 Men's T20 World Cup 2026 points table standings at ESPNcricinfo. Retrieved 10 February 2026.
  7. 2026 Men's T20 World Cup, fixtures and results at ESPNcricinfo. সাঁচ:ESPNcricinfo 2/archive Retrieved 1 January 2026.