- ১৯৫৭ - ভাৰতৰ প্ৰথম এটমিক ৰিয়েক্টৰ অপ্সৰাৰ উদ্বোধন হৈছিল।
- ১৯৭২ - মেঘালয়ে পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে।
- ২০১৩ - শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰটো আঠখেলৰ ৰাইজ, অসম চৰকাৰ, দেশৰ বিভিন্ন স্থানৰ ৰাইজৰ দান-বৰঙণিৰে পুনঃ নিৰ্মাণ কৰি, গোলাঘাট পৌৰসভাৰ পৌৰপতি ডাঃ অজিত বৰুৱা দেৱৰ দ্বাৰা উদ্বোধন কৰা হয়।
- ২০০৯ - বাৰাক হুছেইন অ'বামা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা বাৰাক হুছেইন অ'বামাই হ'ল প্ৰথমজন আফ্ৰিকীয় মূলৰ ব্যক্তি।
- ১৮৭৯ - ৰঘুনাথ চৌধাৰী বিহগী কবি খ্যাত অসমীয়া কবি।
- ১৯২০ - ফেডেৰিকো ফেলিনিৰ, ইটালীৰ চলচ্চিত্ৰ পৰিচালক।
- ১৯২৬ - কেশৱ মহন্ত, কবি, গীতিকাৰ আৰু শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ।
- ১৯২৭ - কুৰটোলেইন হাইদৰ, ভাৰতীয় উৰ্দু ঔপন্যাসিক, গল্পকাৰ, শিক্ষাবিদ আৰু সাংবদিক।
- ১৭৭৫ - আণ্ড্ৰেমেৰী এম্পিয়েৰ, ফৰাচী পদাৰ্থবিজ্ঞানী আৰু গণিতজ্ঞ।
- ১৯৭৮ - নীলমণি ফুকন, অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত সাহিত্যিক, তথা ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী।
- ১৯৮৬ - প্ৰসন্নলাল চৌধুৰী, বিশিষ্ট কবি, নাট্যকাৰ, সাহিত্যিক, প্ৰধানকৈ বিদ্ৰোহী কবি নামেৰে খ্যাত।
- ১৯৮৮ - খাঁন আব্দুল গফৰ খানজী, সীমান্ত গান্ধী নামেৰে জনাজাত ভাৰতীয় স্বাধীনতা সংগ্ৰামী তথা ভাৰত ৰত্ন বিজয়ী।
- ১৯৯৩ - কৰম সিং, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।