২২ ফিমেল কোট্টায়ম
২২ ফিমেল কোট্টায়ম | |
---|---|
![]() পোষ্টাৰ | |
পৰিচালক | আছিক আবু |
অভিনয়ত | ৰীমা কালিংগল ফাহাদ ফাছিল |
মুক্তি |
১৩ এপ্ৰিল ২০১২[1] |
দৈৰ্ঘ্য |
১২২ মিনিট |
দেশ | ভাৰত |
ভাষা | মালায়লম |
বাজেট | সাঁচ:INR Convert[2] |
সৰ্বমুঠ আয় | সাঁচ:INR Convert[2] |
২২ ফিমেল কোট্টায়ম (ইংৰাজী: 22 Female Kottayam বা 22FK) ২০১২ চনত আছিক আবুৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় মালয়ালম ভাষাৰ এখন থ্ৰিলাৰ ছবি। শ্যাম পুষ্কৰণ আৰু অভিলাষ এছ কুমাৰৰ দ্বাৰা ৰচিত[3][4] ছবিখনত অভিনয় কৰিছে ৰীমা কলিংগল আৰু ফাহাধ ফাছিলে। ইয়াৰ চেট আৰু চিত্ৰগ্ৰহণ বেংগালুৰুত কৰা হৈছিল।[5]
ছবিখন ২০১২ চনৰ ১৩ এপ্ৰিলত মুক্তি পাইছিল আৰু সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছিল। বক্স অফিচতো এইখন ভাল সমাদৰ লাভ কৰে।[6][7] এই ছবিখনৰ ক্লাইমেক্স ২০১৫ চনৰ হলিউডৰ ছবি ৰিটাৰ্ণ টু চেণ্ডাৰৰ ক্লাইমেক্সৰ সৈতে বহুত মিল আছে।
নিৰ্মাণ
[সম্পাদনা কৰক]আছিকে কয় যে ছবিখনৰ অৱধাৰণা বহু বছৰ ধৰি তেওঁৰ মনত আছিল। "এই ধাৰণাটো মোৰ মনত তেতিয়াই আহিছিল, যেতিয়া মই মোৰ প্ৰথম ছবি ডেডী কুলৰ কাম কৰি আছিলো। ই মোৰ মনত ৰৈ গৈছিল আৰু এসময়ত এই অৱধাৰণাটো কামত লগাব বিচাৰিছিলো। ছল্ট এন পিপাৰৰ সফলতাৰ পিছত বিষয়টোত আগবাঢ়ি যোৱাৰ আত্মবিশ্বাস আহিছিল। এইটো সকলো প্ৰযোজকক আকৰ্ষণ কৰিব পৰা সাধাৰণবিধৰ কাহিনী নহয়। ইয়াত এক নিৰ্দিষ্ট পৰিমাণৰ ৰিস্ক আছে।"[8] ছল্ট এন পিপাৰৰ সফলতাৰ পিছত আছিকে তেওঁৰ পৰৱৰ্তী ছবি ইডুকি গোল্ডৰ ঘোষণা কৰে। প্ৰি-প্ৰডাকচনৰ সময়ত আবুৱে এই প্ৰকল্পটো স্থগিত ৰাখি ২২ ফিমেল কোট্টায়মৰ কাম আৰম্ভ কৰে।[9]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "22 Female Kottayam - popcorn.oneindia.in". http://popcorn.oneindia.in/title/11006/22-female-kottayam.html। আহৰণ কৰা হৈছে: 1 November 2011.
- ↑ 2.0 2.1 "Mollywood's small-budget films that did big wonders at the box office". TheTimes of India. 2 July 2016. http://timesofindia.indiatimes.com/entertainment/malayalam/movies/Mollywoods-small-budget-films-that-did-big-wonders-at-the-box-office/photostory/53020290.cms। আহৰণ কৰা হৈছে: 4 December 2016.
- ↑ "'22 FK' opens to positive responses". IndiaGlitz. Archived from the original on 2 December 2013. https://web.archive.org/web/20131202235429/http://www.indiaglitz.com/channels/tamil/article/80867.html। আহৰণ কৰা হৈছে: 13 March 2025.
- ↑ "'22 Female Kottayam' is a hit". 21 April 2012. Archived from the original on 23 April 2012. https://web.archive.org/web/20120423153501/http://www.indiaglitz.com/channels/malayalam/article/81193.html। আহৰণ কৰা হৈছে: 23 April 2012.
- ↑ "Celluloid clinches top honours at Kerala State Film Awards". The Times of India. 22 February 2013. https://timesofindia.indiatimes.com/entertainment/regional/malayalam/news-and-interviews/Celluloid-clinches-top-honours-at-Kerala-State-Film-Awards/articleshow/18626584.cms.
- ↑ Nagarajan, Saraswathy (2019-12-19). "The 25 best Malayalam films of the decade: 'Premam', 'Maheshinte Prathikaram', 'Kumbalangi Nights' and more" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/the-25-best-malayalam-films-of-the-decade-premam-maheshinte-prathikaram-kumbalangi-nights-and-more/article30349548.ece.
- ↑ "22 Female Kottayam on April 13". Sify. 10 April 2012. http://www.sify.com/movies/22-female-kottayam-on-april-13-news-malayalam-mekkt5adccb.html। আহৰণ কৰা হৈছে: 14 April 2012.
- ↑ "Ashik to thrill audience"
- ↑ "Malayalam directors usher in a new cinematic language" Archived 1 June 2012 at the Wayback Machine
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- 22 Female Kottayam সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ৰ'টেন টমাট'জ ৱেবছাইটত 22 Female Kottayam।
- 22 Female Kottayam at Malayalam Movie Database