২৩ জানুৱাৰী
Jump to navigation
Jump to search
| জানুৱাৰী | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ||
| ৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
| ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
| ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
| ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
| ২০১৯ | ||||||
২৩ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩তম দিন। বছৰ শেষ হ'বলৈ ৩৪২ দিন (অধিবৰ্ষত ৩৪৩ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
- ১৫৫৬ = চীনৰ ইতিহাসৰ আটাইতকৈ ভয়ানক ভুনিকম্পটোত প্ৰায় ৮,৩০,০০০ লোকৰ মৃত্যু হয়।
- ১৫৭১ = লণ্ডনত ব্যৱসায়িক ভৱন ৰয়েল এক্সেইঞ্জ মুকলি কৰা হয়।
- ১৯৫০ = জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়।
- ১৯৬৮ = উত্তৰ কোৰিয়াৰ সাগৰীয় সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত আমেৰিকাৰ জাহাজ "USS Puwelbo"ক জব্দ কৰি ৰাখে।
- ১৯৯৭ = আমেৰিকাৰ প্ৰথমগৰাকী মহিলা হিচাপে "মেডলিন অলব্ৰাইট" Secretary of State নিযুক্ত হয়।
- ২০০৯ = ভাৰতীয় চলচিত্ৰ আৰু দুৰদৰ্শনৰ ওপৰত আৰোপিত "ধুম্ৰপান প্ৰদৰ্শন"ৰ বাধা আতৰাই দিয়া হয়।
জন্ম[সম্পাদনা কৰক]
- ১৮৯৭ = নেতাজী সুভাষ চন্দ্ৰ বসু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯২৪ = বালাচাহেব ঠাকৰে, শিৱসেনাৰ প্ৰতিস্থাপক।
- ১৯৪৭ = মেঘৱতী সুকৰ্ণপুত্ৰী, ইণ্ডোনেছিয়াৰ ৫ম ৰাষ্ট্ৰপতি।
| ||||||||||||||||||||||||||||||||||||||||||||