২৪ জানুৱাৰী
Jump to navigation
Jump to search
| জানুৱাৰী | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ||
| ৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
| ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
| ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
| ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
| ২০১৯ | ||||||
২৪ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪তম দিন। বছৰ শেষ হ'বলৈ ৩৪১ দিন (অধিবৰ্ষত ৩৪২ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
- ১৭৩৯ = পেচোৱা বীৰ "চিমনাজী আপ্পা"ই পৰ্টুগীজক হৰুৱাই "টাৰাপুৰ দুৰ্গ" পুনৰুদ্ধাৰ কৰে।
- ১৮৫৭ = দক্ষিণ এছিয়াৰ প্ৰথমখন আধুনিক শিক্ষাৰ বিশ্ববিদ্যালয় "কলিকতা বিশ্ববিদ্যালয়" আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।
- ১৮৬২ = ৰোমানিয়াৰ ৰাজধানী হিচাপে "বুখাৰেষ্ট"ক মান্যতা প্ৰদান কৰা হয়।
- ১৯০৮ = "ৰবাৰ্ট বেডেন পাৱেলে" "বয় স্কাউট"ৰ গঠন কৰে।
- ১৯৫০ = "জন গন মন…"ক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়।
- ১৯৮৪ = বিশ্বৰ প্ৰথম পাৰ্চনেল কম্পিউটাৰ এপ'লৰ "মেচিনটছ"ৰ বিক্ৰী আৰম্ভ হয়।
জন্ম[সম্পাদনা কৰক]
- ১৯৪৩ = সুভাষ ঘাই, ভাৰতীয় চলচিত্ৰ পৰিচালক।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৬৫ = উইনষ্টন চাৰ্চিল, ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ১৯৬৬ = হোমী জাহাংগীৰ ভাৱা, ভাৰতীয় বিজ্ঞানী।
| ||||||||||||||||||||||||||||||||||||||||||||