২৫ জানুৱাৰী
Jump to navigation
Jump to search
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২১ |
২৫ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫তম দিন। বছৰ শেষ হ'বলৈ ৩৪০ দিন (অধিবৰ্ষত ৩৪১ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
- ১৭৫৫ = মস্কো বিশ্ববিদ্যালয় প্ৰতিস্থা কৰা হয়।
- ১৮২৪ = বঙালী কবি আৰু প্ৰথম চনেট ৰচয়িতা মধুসুধন দত্তৰ জন্ম হয়।
- ১৮৮১ = টমাছ আলভা এডিচন আৰু আলেকজেণ্ডাৰ গ্ৰেহাম বেলে "Oriental Telephone Company" প্ৰতিস্থা কৰে।
- ১৯১৮ = বলচেভিক ৰাছিয়াৰ পৰা ইউক্ৰেইনে স্বাধীনতা ঘোষণা কৰে।
- ১৯৪৯ = এমী পুৰস্কাৰৰ আৰম্ভনি কৰা হয়।
- ১৯৮০ = মাদাৰ টেৰেছাক "ভাৰত ৰত্ন" প্ৰদান কৰা হয়।
- ২০০৫ = মহাৰাষ্ট্ৰৰ মহাদেৱী মন্দিৰত ভক্তৰ ভিৰৰ বাবে হোৱা দৌৰা-দৌৰিত প্ৰায় ২৫৮ জন লোকৰ মৃত্যু হয়।
|