২৬ জানুৱাৰী
Jump to navigation
Jump to search
এই প্ৰবন্ধটো ইংৰাজী বৰ্ষপঞ্জীৰ তাৰিখটোৰ বিষয়ে। ভাৰতৰ গণৰাজ্য দিৱসৰ বাবে গণৰাজ্য দিৱস (ভাৰত) চাওক।
| জানুৱাৰী | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ||
| ৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
| ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
| ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
| ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
| ২০১৯ | ||||||
২৬ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬তম দিন। বছৰ শেষ হ'বলৈ ৩৩৯ দিন (অধিবৰ্ষত ৩৪০ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
- ১৫০০ - ভিচেন্টে য়ানেজ পিঞ্জনৰ ব্ৰাজিললৈ যোৱা প্ৰথমজন ইউৰোপীয় ব্যক্তিৰ খ্যাতি লাভ
- ১৫৩১ - লিস্বন, পৰ্টুগেলত হোৱা ভূমিকম্পত হাজাৰ হাজৰ লোকৰ মৃত্যু
- ১৫৬৪ - কাউঞ্চিল অৱ ট্ৰেন্টে ৰ'মান কেথলিকত্ব আৰু প্ৰটেষ্টেন্টসমূহৰ মাজৰ ভেদ স্পষ্ট কৰে
- ১৫৬৫ - ভাৰতৰ অন্তিম হিন্দু ৰাজ্য ৱিজয়ানগৰৰ পতন ঘটে
- ১৫৮৯ - জব মস্ক'ৰ পাট্ৰিয়াছ হয়
- ১৭০০ - পশ্চিম এমেৰিকাত ৰিখটাৰ স্কে'লত ৯ প্ৰাবল্যৰ কাস্কেডিয়া ভূমিকম্প
- ১৮৪১ - য়ু কে'ই হংকং দখল কৰে
দিৱস[সম্পাদনা কৰক]
- অষ্ট্ৰেলিয়া দে' - অষ্ট্ৰেলিয়া
- ডুৱাৰ্টে' দে' - ডমিনিকান ৰিপাব্লিক
- লিবাৰেচন দে' - য়ুগাণ্ডা
- গণতন্ত্ৰ দিবস - ভাৰত
| ||||||||||||||||||||||||||||||||||||||||||||