২৮ জানুৱাৰী
Jump to navigation
Jump to search
| জানুৱাৰী | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ||
| ৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
| ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
| ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
| ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
| ২০১৯ | ||||||
২৮ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮তম দিন। বছৰ শেষ হ'বলৈ ৩৩৭ দিন (অধিবৰ্ষত ৩৩৮ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
- ১৯৩৩ - নাউ অৰ নেভাৰ পুস্তিকা প্ৰকাশিত হয়।
- ২০১০ - বাংলাদেশ প্ৰয়াত ৰাষ্ট্ৰপতি শেখ মুজিবুৰ ৰহমান হত্যাকাণ্ডৰ সংশ্লিষ্ট ৫ জন হত্যাকাৰী হিচাপে - লেঃ কৰ্ণেল ছৈয়দ ফাৰুক ৰহমান, লেঃ কৰ্ণেল ছুলতান শাহৰিয়াৰ ৰছিদ খান, মেজৰ একেএম মহিউদ্দিন আহমেদ, মেজৰ বজলুল হুদা আৰু লেঃ কৰ্ণেল মহিউদ্দিন আহমেদক ফাঁচি দিয়া হয়।
জন্ম[সম্পাদনা কৰক]
- ১৮৬৫ - লালা লাজপৎ ৰায়, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। (মৃত্যু: ১৯২৮)
- ১৯১৮ - টালিমেৰণ আও, ভাৰতীয় ফুটবল খেলুৱৈ আৰু চিকিৎসক। (মৃত্যু: ১৯৯৮)
মৃত্যু[সম্পাদনা কৰক]
- ১৫৪৭ - ইংলেণ্ডৰ ৰজা ৮ম হেনৰী। (জন্মঃ ১৪৯১)
- ১৯৩৯ - নোবেল পুৰস্কাৰ জয়ী আৰু আইৰিছ লেখক ডব্লিউ বি. ৱেটছ্। (জন্মঃ ১৮৬৫)
দিৱস আৰু অন্যান্য[সম্পাদনা কৰক]
- স্পেছ শ্বাটল চেলেঞ্জাৰ দুৰ্ঘটনাত পতিত হয়, আৰু ইয়াৰ আৰোহী ৯ জনৰ সকলো নিহত হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- বিবিচি: আজিৰ দিনটো (ইংৰাজী)
- দি নিউইৰ্ক টাইমছ্: আজিৰ দিনটো (ইংৰাজী)
| ||||||||||||||||||||||||||||||||||||||||||||