৩০ জানুৱাৰী
Jump to navigation
Jump to search
| জানুৱাৰী | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ৪ | ৫ | ||
| ৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
| ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
| ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
| ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
| ২০১৯ | ||||||
৩০ জানুৱাৰী (ইংৰাজী: 30 January) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০তম দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৫ দিন (অধিবৰ্ষত ৩৩৬ দিন) বাকী থাকে৷
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
- ১৯৩৩ - জাৰ্মানীৰ চেনচেলৰ পদত এডল্ফ হিটলাৰৰ আৰোহণ।
জন্ম[সম্পাদনা কৰক]
- ১৯৪১ - দীপালী বৰঠাকুৰ,অসমৰ এগৰাকী স্বনামধন্য গায়িকা।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৪৮ - মহাত্মা গান্ধী, ভাৰতৰ জাতিৰ পিতা, স্বাধীনতা সংগ্ৰামী।
দিৱস[সম্পাদনা কৰক]
- শ্বহীদ দিৱস - ভাৰত
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘৩০ জানুৱাৰী’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
| ||||||||||||||||||||||||||||||||||||||||||||