৩০ জুলাই
Jump to navigation
Jump to search
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২১ |
৩০ জুলাই (ইংৰাজী: 30 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১১তম (অধিবৰ্ষত ২১২তম) দিন। বছৰ শেষ হ'বলৈ ১৫৪ দিন বাকী থাকে।
জন্ম[সম্পাদনা কৰক]
- ১৯২৬ চনৰ আজিৰ দিনটোত অসমীয়া সাহিত্যৰ অন্যতম মহীৰূহ সাহিত্যিক পদ্ম বৰকটকীৰ জন্ম হৈছিল।
- ১৯৭৩ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী চনু নিগমৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৭৭১ চনৰ আজিৰ দিনটোতে ইংৰাজ কবি টমাছ গ্ৰেৰ মৃত্যু হৈছিল।
- ১৭৮৪ চনৰ আজিৰ দিনটোত আধুনিক ফৰাচী বিশ্বকোষৰ অন্যতম ৰূপকাৰ ডেনিছ ডিডেৰোৰ মৃত্যু হৈছিল।
- ১৮৯৮ চনৰ আজিৰ দিনটোত জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক অটো ডন বিছমাৰ্কৰ মৃত্যু হয়।
- ২০০৭ চনৰ আজিৰ দিনটোত ছুইডেনৰ এগৰাকী প্ৰখ্যাত পৰিচালক, লেখক, চলচ্চিত্ৰ প্ৰযোজক, নাটক আৰু টেলিভিছনৰো পৰিচালক ইংমাৰ বাৰ্গমেনৰ মৃত্যু হয়।
অনান্য[সম্পাদনা কৰক]
- ১৯৭৩ চনৰ আজিৰ দিনটোতে মহীশূৰৰ নাম সলনি কৰি নামকৰণ কৰা হয় কৰ্ণাটক।
- ২০০০ চনৰ আজিৰ দিনটোত বীৰাপ্পানৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা ৰাজকুমাৰক অপৰহৰণ কৰা হৈছিল।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৩০ জুলাই সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|