৩১ জানুৱাৰী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২২ |
৩১ জানুৱাৰী (ইংৰাজী: 31 January) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪ দিন (অধিবৰ্ষত ৩৩৫ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা[সম্পাদনা কৰক]
- ১৯৯৬ - শ্ৰীলঙ্কাৰ ৰাজধানী কলম্ব'ত অৱস্থিত এটা বেঙ্কত ভয়াবহ আত্মঘাটী আক্ৰমণত কমেও ৫০ জন লোকৰ মৃত্যু।
- ২০১৫ - অসম সাহিত্য সভাৰ ৭৩ সংখ্যক কলিয়াবৰ অধিৱেশনৰ আৰম্ভণি।
জন্ম[সম্পাদনা কৰক]
- ১৯০৯ - বিষ্ণুপ্ৰসাদ ৰাভা, অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু।
- ১৯৭৮ - প্ৰীতি জিন্তা, ভাৰতীয় অভিনেত্ৰী (বলিউড)।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৬১ – কৃষ্ণ সিং, ভাৰতীয় ৰাজনীতিক, বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী (জন্ম. ১৯৮৭)
- ২০১৫ - লিজাবেথ স্কট, আমেৰিকান অভিন্ত্ৰী।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৩১ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|