৪ জানুৱাৰী
Jump to navigation
Jump to search
৪ জানুৱাৰী (ইংৰাজী: 4 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ চতুৰ্থ দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬১ টা দিন (অধিবৰ্ষত ৩৬২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- ১৯৪৮ খৃঃ - ম্যানমাৰৰ স্বাধীনতা লাভ ।
জন্ম[সম্পাদনা কৰক]
- ১৬৪৩ খৃঃ - আইজাক নিউটন, বিশ্ববিখ্যাত ইংৰাজ পদাৰ্থ বিজ্ঞানী, জ্যোতিৰ্বিদ আৰু গণিতজ্ঞ ।
- ১৮০৯ খৃঃ - লুইচ ব্ৰেইল, অন্ধ লোকৰ লিখন পদ্ধতিৰ উদ্ভাৱক ।
মৃত্যু[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘৪ জানুৱাৰী’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
| ||||||||||||||||||||||||||||||||||||||||||||