সমললৈ যাওক

ৰংথাইলিয়াং ১ শিপা দলং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰংথাইলিয়াং ১ শিপা দলং

ৰংথাইলিয়াং ১ শিপা দলং (ইংৰাজী: Rangthylliang 1 root bridge) হ'ল উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ চেৰাপুঞ্জী অঞ্চলৰ এখন জীৱন্ত শিপাৰ দলং। ইয়াৰ দৈৰ্ঘ্য ৫০ মিটাৰ (১৬০ ফুট)।[1][2] শিপাৰ দলংসমূহৰ ভিতৰত ই আটাইতকৈ দীঘল। ৰংথাইলিয়াং গাঁৱৰ নামেৰে এই দলংখনৰ নামকৰণ কৰা হৈছে আৰু তাত এনে আৰু ৫খন শিপাৰ দলং আছে।[3] দুজোপা ৰবৰ (Ficus elastica) গছৰ শিপাৰ পৰা এই দলংখন নিৰ্মাণ কৰা হৈছে। পথচাৰী পাৰাপাৰৰ এই দলংখন দলংখন মাটিৰ পৰা ৩০ মিটাৰ (৯৮ ফুট) ওপৰত ওলমি আছে।[4] ৰংথাইলিয়াঙৰ পৰা মাউকিৰনোট গাঁৱলৈ যোৱা পথত দলংখন আছে৷[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Rogers, Patrick A. (14 September 2015). "evenfewergoats: The Undiscovered Living Root Bridges of Meghalaya Part 2: Bridges Near Pynursla". evenfewergoats. http://evenfewergoats.blogspot.com/2015/09/the-undiscovered-living-root-bridges-of_14.html। আহৰণ কৰা হৈছে: 20 October 2021. 
  2. Binayak, Poonam (17 July 2017). "India's Amazing Living Root Bridges Will Blow Your Mind". Culture Trip. Archived from the original on 20 October 2021. https://web.archive.org/web/20211020184239/https://theculturetrip.com/asia/india/articles/indias-amazing-living-root-bridges-will-blow-your-mind/। আহৰণ কৰা হৈছে: 20 October 2021. 
  3. Binayak, Poonam (17 July 2017). "India's Amazing Living Root Bridges Will Blow Your Mind". Culture Trip. Archived from the original on 20 October 2021. https://web.archive.org/web/20211020184239/https://theculturetrip.com/asia/india/articles/indias-amazing-living-root-bridges-will-blow-your-mind/। আহৰণ কৰা হৈছে: 20 October 2021. 
  4. "The Root Bridges of Cherrapunji". Atlas Obscura. http://www.atlasobscura.com/places/root-bridges-cherrapungee। আহৰণ কৰা হৈছে: 20 October 2021. 
  5. "EKH Living Root Bridges – Meghalaya Tourism". https://www.meghalayatourism.in/experiences/ekh-living-root-bridges/। আহৰণ কৰা হৈছে: 20 October 2021.