ৰচনা বেনাৰ্জী
ৰচনা বেনাৰ্জী (ইংৰাজী: Rachna Banerjee; ২ অক্টোবৰ ১৯৭২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, ঔদ্যোগী, টেলিভিছনৰ পৰিৱেশক, আৰু ৰাজনীতিবিদ। তেওঁ সাধাৰণতে বাংলা, উড়িয়াৰ লগতে তেলেগু, তামিল আৰু কানাড়া ছবিতো কাম কৰিছে।[1]
১৯৯১ চনত তেওঁ মিছ কলকাতাৰ মুকুট পিন্ধিছিল। তেওঁ ভাৰতৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত মিছ বিউটিফুল স্মাইলকে ধৰি পাঁচখন সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হৈছে।[2]তেওঁ শেহতীয়াকৈ ২০২৪ চনৰ জুন মাহৰ পৰা পশ্চিম বংগৰ হুগলী (লোকসভা সমষ্টি)ৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৭২ চনৰ ২ অক্টোবৰ[4][5]তাৰিখে পশ্চিম বংগৰ কলিকতা (বৰ্তমান কলকাতা)ত জন্মগ্ৰহণ কৰা ৰচনা বেনাৰ্জী পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল। তেওঁৰ পিতৃৰ নাম আছিল ৰবীন্দ্ৰনাথ বেনাৰ্জী।[6] তেওঁৰ প্ৰকৃত নাম আছিল ঝুমঝুম বেনাৰ্জী।[7][8] তেওঁ ৰাষ্ট্ৰীয় ছোৱালী হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰে।[9]
মডেলিং আৰু অভিনয় জগতত
[সম্পাদনা কৰক]বেনাৰ্জীয়ে ১৯৯১ চনত মিছ কলকাতা প্ৰতিযোগিতাত জয়লাভ কৰিছিল যেতিয়া তেওঁ চাউথ চিটি কলেজৰ দ্বিতীয় বৰ্ষৰ স্নাতক পাঠ্যক্ৰমত পঢ়ি আছিল। অভিনয় জীৱন আৰম্ভ কৰাৰ পূৰ্বে কেইবাখনো সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে তেওঁক প্ৰায়ে ‘মিছ বিউটিফুল স্মাইল’ বুলি ঘোষণা কৰা হৈছিল। ১৯৯২ চনত মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেলত অংশগ্ৰহণ কৰিব নোৱাৰিলে য’ত মধু সপ্ৰেৱে খিতাপ দখল কৰে।
অভিনয় কেৰিয়াৰ (১৯৯৩-২০১৭)
[সম্পাদনা কৰক]সুখেন দাসে তেওঁৰ ডেন প্ৰতিদান (১৯৯৩)ত মহিলা নায়িকাৰ বাবে বেনাৰ্জীক বাছি লৈছিল। তেওঁ তাইৰ নাম সলনি কৰি ৰচনা কৰা হৈছিল, যিটো নাম দাসে ‘ৰবীন্দ্ৰ ৰচনাৱলী’ পাইছিল। ৰচনাই আজিলৈকে প্ৰায় ৪৫খন ওড়িয়া চিনেমা কৰিছে। তাৰ ভিতৰত অন্যতম কাল্ট চিনেমা সূৰ্য্যবংশম ছবিখনত অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিছিল।[10]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]ৰচনা বেনাৰ্জীয়ে তেওঁৰ সহ অভিনেতা সিদ্ধান্ত মহাপাত্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০০৪ চনত তেওঁৰ বিবাহ বিচ্ছেদ হয়।[11][12] ২০০৭ চনত প্ৰবাল বসুৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয় আৰু ২০১৬ চনত তেওঁৰ পৰাও বিচ্ছেদ হয়। তেওঁলোকৰ এজন পুত্ৰ আছে।[13]
ৰাজনৈতিক জীৱন
[সম্পাদনা কৰক]২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ লকেট চেটাৰ্জীৰ বিৰুদ্ধে হুগলী লোকসভা সমষ্টিৰ আসনৰ পৰা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বেনাৰ্জীয়ে প্ৰতিদ্বন্দ্বিতা কৰি ৭৬,৮৫৩টা ভোটৰ ব্যৱধানত জয়ী হৈছিল।[14][15]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "আমাৰ জীবনে কোনো পুৰুষেৰ প্ৰয়োজন নেই : ৰচনা" (en-US ভাষাত). Dainik Eidin - দৈনিক এইদিন. 13 December 2021. https://www.dainikeidin.com/2021/12/13/35980.html। আহৰণ কৰা হৈছে: 13 December 2021.
- ↑ Sandeep Mishra (11 April 2009). "Sidhant runs into' Rachana". The Times of India. http://timesofindia.indiatimes.com/city/bhubaneswar/Sidhant-runs-into-Rachana/articleshow/4386900.cms?referral=PM। আহৰণ কৰা হৈছে: 27 April 2015.
- ↑ "A turncoat and a 'missing' MP cost BJP two seats in South Bengal". The Hindu. 5 June 2024. https://www.thehindu.com/elections/lok-sabha/a-turncoat-and-a-missing-mp-cost-bjp-two-seats-in-south-bengal/article68255804.ece.
- ↑ "Didi No. 1 to celebrate host Rachna Banerjee's birthday" (en ভাষাত). Times of India. https://timesofindia.indiatimes.com/tv/news/bengali/didi-no-1-to-celebrate-host-rachna-banerjees-birthday/articleshow/78422281.cms। আহৰণ কৰা হৈছে: 13 April 2024.
- ↑ "Rachna Banerjee". Election Commission of India. https://affidavit.eci.gov.in/show-profile/eyJpdiI6Ijl6TE16Y1N5SWsyT2Q0Mk1OUmUyUXc9PSIsInZhbHVlIjoiNU9pUStwVHU4MGdlMlVIQnVkZnpzZz09IiwibWFjIjoiNWUzNDJlZGI2NDdjYjI0OWIzY2RhZDliMjU0MDdhYmE4M2Y2ODhlOWFhYjUyMjRmYWJiNjljZjIwYTllMTc5ZiIsInRhZyI6IiJ9/eyJpdiI6IjQxeTlHajRscG5XM1N5WXg2ZEl6alE9PSIsInZhbHVlIjoieXhnanJqL1FCUitmWG9pWW8rVFQrdz09IiwibWFjIjoiMmIwZWQ0ZTg3NTBlMDJjMmVkOWMwMWUxZGMxNDkxZDA2ZTlhMWRhMzY4MTBkNzkwYThlNTE2MWEwMGIwNzk5NiIsInRhZyI6IiJ9/eyJpdiI6Im1tVklOZVBIUklaeENiWGY2dnowL0E9PSIsInZhbHVlIjoiTWhkVm9CdzM3dEdKa3U0d1lNSlh4Zz09IiwibWFjIjoiM2EwZmRlZjM1ZGIzMzZiN2UwOTdmZTc1NWQyOTc5ODIxNzRlMzQ3NzE3ZDc2ZjVlZjJjNzA3ZWY3NmVjOTA5ZSIsInRhZyI6IiJ9/eyJpdiI6Ik44Y0FsU1hxSXVBb0ZuZzZneGtGbWc9PSIsInZhbHVlIjoiLzRhTzZ6YUpMbXFUdTNtOVRNa1A4UT09IiwibWFjIjoiNTliYTJjZWZhY2M5NDk5Yzg1MGJmMmZkYWVmMTExODAzMDJiZjBjZmY3MDc1Y2IzNjViOGI0YTJjNmQyZmZjZCIsInRhZyI6IiJ9/eyJpdiI6Ijg5MlVrTXgrdXlqSTdKSHRMblh1T0E9PSIsInZhbHVlIjoiMkpHTkFiKzRsVCtDS2J1YWF1TXpSQT09IiwibWFjIjoiMWUyNWNmOTU2ZWY1YmFmMThhNjlmOWFhZjdjMWUxNWUxYzBhOWJlMWJhYzBhYTk4ZTgxNGNmNjBkZWU4YmQzNCIsInRhZyI6IiJ9। আহৰণ কৰা হৈছে: 30 April 2024.
- ↑ "Actress Rachna Banerjee misses her father; shares an emotional note". The Times of India. 18 November 2021. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/bengali/actress-rachna-banerjee-misses-her-father-shares-an-emotional-note/articleshow/87782322.cms.
- ↑ "Who Is Rachna Banerjee? Why Was The Didi No 1 Host Trolled For Selling Sarees Online?". SheThePeople. 27 September 2021. https://www.shethepeople.tv/shestars/who-is-rachna-banerjee-why-was-the-didi-no-1-host-trolled-for-selling-sarees-online/। আহৰণ কৰা হৈছে: 13 December 2021.
- ↑ "Actress Rachna Banerjee's real name is known as Jhumjhum." (bn ভাষাত). https://cinehub.co.in/latest-news/but-it-is-known-what-is-the-real-name-of-actress-rachna/। আহৰণ কৰা হৈছে: 13 November 2022.[সংযোগবিহীন উৎস]
- ↑ "A turncoat and a 'missing' MP cost BJP two seats in South Bengal". The Hindu. 5 June 2024. https://www.thehindu.com/elections/lok-sabha/a-turncoat-and-a-missing-mp-cost-bjp-two-seats-in-south-bengal/article68255804.ece.
- ↑ "कहां हैं 'सूर्यवंशम' में अमिताभ बच्चन का प्यार ठुकराने वाली ये हीरोइन?" (hi ভাষাত). Jansatta. 26 August 2023. https://www.jansatta.com/entertainment/where-is-rachana-banerjee-who-plays-gauri-in-amitabh-bachchan-sooryavansham-do-you-remember/2977884/। আহৰণ কৰা হৈছে: 30 April 2024.
- ↑ Mishra, Sandeep (11 April 2009). "Sidhant runs into' Rachana". The Times of India. https://timesofindia.indiatimes.com/city/bhubaneswar/sidhant-runs-into-rachana/articleshow/4386900.cms.
- ↑ "'Rachna & I knew each other inside out'". The Telegraph. 15 December 2012. https://www.telegraphindia.com/odisha/rachna-i-knew-each-other-inside-out/cid/356537.
- ↑ "Actress Rachana Banerjee Separated From Her Husband?" (en-US ভাষাত). Update Odisha. 19 September 2016. https://updateodisha.com/2016/09/19/actress-rachana-banerjee-separated-husband-15904/। আহৰণ কৰা হৈছে: 25 August 2019.
- ↑ "General Election to Parliamentary Constituencies: Trends & Results June-2024 Parliamentary Constituency 28 - Hooghly (West Bengal)". Election Commission of India. https://results.eci.gov.in/PcResultGenJune2024/ConstituencywiseS2528.htm। আহৰণ কৰা হৈছে: 5 June 2024.
- ↑ "'Didi No.1' Rachna Banerjee Beats Firebrand BJP MP Locket Chatterjee On Poll Debut". ABP News. 4 June 2024. https://news.abplive.com/elections/hooghly-lok-sabha-result-winner-rachna-banerjee-trinamool-congress-tmc-locket-chatterjee-bjp-1693042.