ৰছমালাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰছমালাই

ৰছমালাই হৈছে ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এটা মিঠাই। মিঠাইটোক বঙালী ভাষাত ৰসমালাই,[1] উৰ্দু আৰু হিন্দীত ৰসমলাই[2] আৰু ওড়িয়াত ৰসমলেই[3] বুলি কোৱা হয়।

যদিও বিভিন্ন ঠাইত ৰছমালাই তৈয়াৰ কৰা হয়, তাৰে ভিতৰত বাংলাদেশৰ কুমিল্লা জিলা[4][5] আৰু ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ কলকাতাৰ[6] ৰছমালাই মুখ্যভাৱে জনা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]