সমললৈ যাওক

ৰজনী অশোকৰাও পাটিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰজনী অশোকৰাও পাটিল
ৰাজ্যসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৭ ছেপ্তেম্বৰ ২০২১
সমষ্টি মহাৰাষ্ট্ৰ
কাৰ্যকাল
১০ জানুৱাৰী ২০১৩ – ২ এপ্ৰিল ২০১৮
সমষ্টি মহাৰাষ্ট্ৰ
লোকসভাৰ সদস্য
কাৰ্যকাল
১৯৯৬ – ১৯৯৮
সমষ্টি বীদ, মহাৰাষ্ট্ৰ
ব্যক্তিগত তথ্য
জন্ম ০৫ ডিচেম্বৰ, ১৯৫৮ (৬৬ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী অশোকৰাও পাটিল
জীৱিকা ৰাজনীতিক

ৰজনী অশোকৰাও পাটিল (ইংৰাজী: Rajani Ashokrao Patil; জন্ম: ৫ ডিচেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিক তথা ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিৰ সদস্য।[1] তেওঁ জম্মু আৰু কাশ্মীৰৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক।[2] তেওঁ এগৰাকী ৰাজ্যসভাৰ সদস্য আৰু ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাত তেওঁ মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে।[3] সংসদত কৰা প্ৰদৰ্শনৰ বাবে তেওঁক শ্ৰেষ্ঠ নৱোদিত সংসদীয় বঁটাৰে সন্মানিত কৰা হয়।[4] ইয়াৰ পূৰ্বে তেওঁ একাদশ লোকসভাত বীদৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।[5][6] ২০০৫ চনত তেওঁ কেন্দ্ৰীয় সমাজ কল্যাণ ব'ৰ্ডৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।[7] নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত মহিলাৰ মৰ্যাদাৰ ওপৰত ৰাষ্ট্ৰসংঘৰ আয়োগৰ ৪৯তম অধিবেশনত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[8] মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংঘৰ (NSUI) এগৰাকী নেত্ৰী আছিল। ১৯৯২ চনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জিলা পৰিষদলৈ নিৰ্বাচিত হৈ নিৰ্বাচনী ৰাজনীতিত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।[9]

  1. रापतवार, सुदर्शन (2024-11-15) (mr ভাষাত). सहज सुचलं म्हणून..!. Madhyam Publication's. ISBN 978-81-902787-8-2. https://play.google.com/store/books/details?id=mZAuEQAAQBAJ। আহৰণ কৰা হৈছে: 25 December 2024. 
  2. "Rajani Patil is Congress in-charge for Himachal Pradesh" (en ভাষাত). Hindustan Times. 2018-05-22. https://www.hindustantimes.com/india-news/rajani-patil-is-congress-in-charge-for-himachal-pradesh/story-hY5dkEsq1bbJMujsjWBCFN.html। আহৰণ কৰা হৈছে: 2019-05-17. 
  3. "Rajni Patil wins RS bypoll from Maharashtra". Zee News. 5 January 2013. http://zeenews.india.com/news/nation/rajni-patil-wins-rs-bypoll-from-maharashtra_820972.html। আহৰণ কৰা হৈছে: 15 December 2014. 
  4. "Lokmat Parliamentary Awards 2017 honours distinguished LS and RS members of India - Exchange4media" (en ভাষাত). Indian Advertising Media & Marketing News – exchange4media. https://www.exchange4media.com/industry-briefing-news/lokmat-parliamentary-awards-2017-honours-distinguished-ls-and-rs-members-of-india-69767.html। আহৰণ কৰা হৈছে: 2019-05-17. 
  5. "Rajni Patil may be elected unopposed to Rajya Sabha". Business Standard. 2 January 2013. http://www.business-standard.com/article/news-ians/rajni-patil-may-be-elected-unopposed-to-rajya-sabha-113010205043_1.html। আহৰণ কৰা হৈছে: 15 December 2014. 
  6. "Sonia Gandhi made the day for outgoing Congress Rajya Sabha MP Rajani Patil". Mohua Chatterjee. The Times of India. 13 March 2018. https://timesofindia.indiatimes.com/india/sonia-gandhi-made-the-day-for-outgoing-congress-rajya-sabha-mp-rajani-patil/articleshow/63288600.cms। আহৰণ কৰা হৈছে: 4 May 2019. 
  7. "Girija Vyas new chairperson of NCW, Rajni Patil heads CSWB". Outlook (India). https://www.outlookindia.com/newswire/story/girija-vyas-new-chairperson-of-ncw-rajni-patil-heads-cswb/278712। আহৰণ কৰা হৈছে: 2019-05-17. 
  8. "Rajani Patil to represent India at UN session on women" (en ভাষাত). Zee News. 2005-03-01. https://zeenews.india.com/news/nation/rajani-patil-to-represent-india-at-un-session-on-women_204725.html। আহৰণ কৰা হৈছে: 2019-05-17. 
  9. "Rajani Patil | National Portal of India". india.gov.in. https://www.india.gov.in/my-government/indian-parliament/rajani-patil। আহৰণ কৰা হৈছে: 2019-05-17.