সমললৈ যাওক

ৰোজলিন খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰজলিন খানৰ পৰা পুনঃনিৰ্দেশিত)
ৰোজলিন খান

আই পি এলৰ ফটো শ্বুটৰ বাবে পোজ দি থকা ৰোজলিন খান
জন্ম মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০১০ চনৰ পৰা বৰ্তমানলৈকে
'Modeling information'
Hair color ক'লা
Eye color ক'লা
ৱেবছাইট
rozlynkhan.com

ৰোজলিন খান এগৰাকী মুম্বাইৰ অভিনেত্ৰী আৰু পেটা মডেল।[1] তেওঁ স্তন কেন্সাৰ সজাগতামূলক কাৰ্য্যকলাপৰ বাবে পৰিচিত।[2]

কেৰিয়াৰ

[সম্পাদনা কৰক]

খানে টেলিভিছনৰ বিজ্ঞাপনত অভিনয় কৰে, বিশেষকৈ ফ্ৰুইটি ড্ৰিংক, মনাকো বিস্কুট আৰু কেলভিনেটৰৰ বাবে।[3]

তেওঁ ধমা চৌকধি চলচ্চিত্ৰত সঞ্জয় মিশ্ৰ, মুকেশ তিৱাৰী আৰু দীপ্ৰজ ৰানাৰ সৈতে অভিনয় কৰে। ২০১৩ চনৰ ২৭ জুলাইত খানে ঘোষণা কৰে যে তেওঁ নিজাকৈ ৱেব-কমিকৰে প্ৰথমগৰাকী বলীউডৰ তাৰকা হ’ব।[4] ৪ আগষ্টত তেওঁৰ ৱেবছাইটত মুকলি কৰা হৈছিল কমিকখন। লগতে খানে সবিতা ভাভি চিনেমাৰ মুখ্য চৰিত্ৰও গ্ৰহণ কৰে।

তেওঁ২০১৮ চনত দংগল টিভিৰ ক্ৰাইম শ্ব' ক্ৰাইম এলাৰ্টৰ যোগেদি টেলিভিছন শ্ব'ত অভিনয় আৰম্ভ কৰে।[5]

ফিল্মগ্ৰাফী

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বছৰ শীৰ্ষ ভূমিকা ভাষা টোকা
২০১২ ধমা চৌকদি মুখ্য অভিনেত্ৰী হিন্দী
২০১৩ সবিতা ভাভি সবিতা ভাভি হিন্দী কণ্ঠৰ ভূমিকা
২০১৬ জী লেনে দো একপল মুখ্য অভিনেত্ৰী হিন্দী

টেলিভিশন

[সম্পাদনা কৰক]
বছৰ শীৰ্ষ ভূমিকা ভাষা টোকা
২০১৮ ক্ৰাইম এলাৰ্ট মুখ্য অভিনেত্ৰী হিন্দী [6]

ফটো গেলাৰী

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Rozlyn Khan bathes in 'blood' for PETA". Hindustan Times. 24 April 2012. Archived from the original on 11 July 2019. https://web.archive.org/web/20190711072350/https://www.hindustantimes.com/photos/entertainment/rozlyn-khan-bathes-in-blood-for-peta/photo-Aj5DcMYdSN9RHp1ECuTgaP.html। আহৰণ কৰা হৈছে: 10 July 2018. 
  2. "Model Rozlyn Khan strips for women!". India Today. 30 March 2012. https://www.indiatoday.in/movies/celebrities/story/model-rozlyn-khan-strips-for-women-97558-2012-03-30. 
  3. "Rozlyn Khan—the next Savita Bhabhi". Manga Mags. 25 March 2014. http://www.magnamags.com/society/features/Rozlyn-Khan—the-next-Savita.../3669। আহৰণ কৰা হৈছে: 4 September 2018. [সংযোগবিহীন উৎস]
  4. Bharati Dubey, TNN (28 July 2013). "Rozlyn Khan sketched in an online porn comic". The Times of India. Archived from the original on 31 July 2013. https://web.archive.org/web/20130731003221/http://articles.timesofindia.indiatimes.com/2013-07-28/news-interviews/40833783_1_savita-bhabhi-comic-rgv। আহৰণ কৰা হৈছে: 12 November 2013. 
  5. "Rozlyn Khan to make TV debut with crime show". Times of India. 2 August 2018. https://timesofindia.indiatimes.com/tv/news/hindi/rozlyn-khan-to-make-tv-debut-with-crime-show/articleshow/65246157.cms। আহৰণ কৰা হৈছে: 4 September 2018. 
  6. "Rozlyn Khan to make TV debut with crime show". business-standard. 2 August 2018. https://www.business-standard.com/article/news-ians/rozlyn-khan-to-make-tv-debut-with-crime-show-118080201025_1.html। আহৰণ কৰা হৈছে: 2 August 2018.