সমললৈ যাওক

ৰত্ন প্ৰসাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰত্ন প্ৰসাদ বা শ্ৰীলংকাৰ স্থানীয় ভাষাত ৰত্ন প্ৰসাদয়া আছিল ১৬৭ চনৰপৰা ১৮৬ খ্ৰীষ্টাব্দলৈ প্ৰাচীন শ্ৰীলংকাত শাসন কৰা ৰজা কনিত্ত তিছাই নিৰ্মাণ কৰা এটা স্তম্ভ। অষ্টম আৰু দশম শতিকাৰ সময়ছোৱাত দ্বিতীয় মিহিন্দু আৰু চতুৰ্থ মিহিন্দুই এই ভৱনটো সংস্কাৰ কৰিছিল। পাঞ্চকুলিকা পন্থাৰ অন্তৰ্গত তপোবনৰ ভিক্ষুসকল ইয়াতেই বাস কৰিছিল। অনুৰাধাপুৰ যুগৰ আটাইতকৈ উন্নত আৰু নিখুঁতভাৱে সংৰক্ষিত গাৰ্ডষ্টোনকে ধৰি অভয়াগিৰি বিহাৰয়াৰ সুন্দৰ গাৰ্ডষ্টোন ইয়াত পোৱা যায়।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]